Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    ১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

    দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Leveraging Space Technology Application For Viksit Bharat:গুৱাহাটীত ইছৰুৰ গুৰুত্বপূৰ্ণ আঞ্চলিক সন্মিলন উদ্বোধন বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ

মহাকাশ প্ৰযুক্তিৰ বহুল প্ৰয়োগে ত্বৰান্বিত কৰিব উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন, ইছৰুৰ বিজ্ঞানী, ৮ ৰাজ্যৰ প্ৰতিনিধিৰ অংশগ্ৰহণ

publisher by publisher
June 25, 2025
in Assam, News
Reading Time: 1 min read
0
Leveraging Space Technology Application For Viksit Bharat:গুৱাহাটীত ইছৰুৰ গুৰুত্বপূৰ্ণ আঞ্চলিক সন্মিলন উদ্বোধন বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

ISROয়ে গঢ়িলে আন এক অভিলেখ

ন মাহত দুবাৰ ব্যৰ্থতাৰ কাৰণ কি?

উৎক্ষেপণৰ মাজতে যান্ত্ৰিক ত্ৰুটি!

Leveraging Space Technology Application For Viksit Bharat:

মহাকাশ প্ৰযুক্তিৰ বহুল প্ৰয়োগে ত্বৰান্বিত কৰিব উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰু)ই মঙ্গলবাৰে গুৱাহাটীত আয়োজন কৰা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশত মহাকাশ প্ৰযুক্তি আৰু অনুপ্ৰয়োগৰ উপযোগিতাৰ সদ্ব্যৱহাৰ বিষয়ক এখন গুৰুত্বপূৰ্ণ আঞ্চলিক সন্মিলন উদ্বোধন কৰি এই মত পোষণ কৰে ৰাজ্যৰ বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই।

ADVERTISEMENT

গুৱাহাটীৰ বশিষ্ঠস্থিত ‘আছাম ৱাটাৰ চেণ্টাৰ’ত ইছৰ’ই উত্তৰ পচৱ মহাকাশ প্ৰয়োগ কেন্দ্ৰ (নেছাক) আৰু অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰ (এছাক)ৰ যৌথ সহযোগিতাত অনুষ্ঠিত কৰা ‘২০৪৭ চনত বিকশিত ভাৰতৰ বাবে মহাকাশ প্ৰযুক্তি অনুপ্ৰয়োগৰ উপযোগিতা’ শীৰ্ষক আঞ্চলিক সন্মিলন এখন মঙ্গলবাৰে আগবেলা আনুষ্ঠানিকভাৱে মন্ত্ৰী মহন্তই মুকলি কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী মহন্তই কয়, ‘মহাকাশ ভিত্তিক সেৱা, বিশেষকৈ ৰিম’ট চেন্সিং আৰু উপগ্ৰহ যোগাযোগ, দেশৰ অৰ্থনৈতিক সম্বৃদ্ধি আৰু সমাজৰ মংগলৰ দিশত দিনে দিনে অধিক গুৰুত্বপূৰ্ণ হৈ আহি আছে।

বিভিন্ন প্ৰত্যাহ্বানৰে সন্মুখীন হোৱাৰ বাবে বাস্তৱ সময় আধাৰিত তথ্য আৰু সমিধান প্ৰদান কৰি মহাকাশ প্ৰযুক্তি আধাৰিত ব্যৱস্থাপনাই কৃষি, পৰিৱেশ নিৰীক্ষণ, দুৰ্যোগ ব্যৱস্থাপনা, সম্পদ ব্যৱস্থাপনা, আৰু যোগাযোগ আৰু স্বাস্থ্যসেৱাৰ উপলব্ধতা সুনিশ্চিতকৰণত উল্লেখনীয় অৰিহণা যোগাব পাৰে।’ গুৰুত্বপূৰ্ণ সন্মিলনত বাংগালোৰৰ ইছৰ’ৰ মূখ‍্য কাৰ্যালয়স্থিত ‘ধৰিত্ৰী নিৰীক্ষণ অনুপ্ৰয়োগ আৰু দুৰ্যোগ ব্যৱস্থাপনা সঁহাৰি কাৰ্যসূচী কাৰ্যালয় (ইডিপিঅ)ৰ সঞ্চালক ড০ জে ভি থ’মাছ, শ্বিলংস্থিত উত্তৰ-পূৱ পৰিষদৰ পৰিকল্পনা উপদেষ্টা চোম কামেই, অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব পল্লৱ গোপাল ঝা, নেছাকৰ সঞ্চালক ড০ এছ পি আগৰৱালায়ো ভাগ লোৱা এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘মহাকাশ প্ৰযুক্তি এতিয়া কেৱল ৰকেট আৰু মিছনত আবদ্ধ হৈ থকা নাই। উন্নয়ন, শাসন আৰু দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে ই এক শক্তিশালী আহিলা হৈ পৰে।

মহাকাশ প্ৰযুক্তি আৰু অনুপ্ৰয়োগে আজি দেশৰ বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।’ তেওঁ উল্লেখ কৰে যে মহাকাশ প্ৰযুক্তিয়ে দেশৰ প্ৰগতি নিৰ্ভৰ কৰা মহত্বপূৰ্ণ খণ্ডসমূহৰ মূল প্ৰত্যাহ্বানসমূহৰে মোকাবিলাৰ ক্ষেত্ৰত প্ৰভূত সহায় কৰাৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন ত্বৰান্বিতকৰণৰ দিশতো পৰ্যাপ্ত সুযোগ উপলব্ধ কৰিছে। প্ৰধানকৈ সম্পদ ব্যৱস্থাপনা, দুৰ্যোগ ব্যৱস্থাপনা আৰু নগৰ পৰিকল্পনাৰ বাবে উপগ্ৰহৰ তথ্য আৰু ভূ-স্থানীয় প্ৰযুক্তি ব্যৱহাৰ কৰাত মহাকাশ প্ৰযুক্তি প্ৰয়োগৰ বহুল ব্যৱহাৰত মনোনিৱেশ কৰাৰ এতিয়া সময় আহিছে। কৃষি, বন, জলবিজ্ঞান, আৰু আন্তঃগাঁথনি উন্নয়নত প্ৰয়োগ অন্তৰ্ভুক্ত, দুৰ্যোগ ব্যৱস্থাপনা, বিশেষকৈ বান সতৰ্কবাণী ব্যৱস্থাৰ ক্ষেত্ৰত মহাকাশ প্ৰযুক্তি তথা অনুপ্ৰয়োগৰ বিশেষ উপযোগিতা আছে।

উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যক সামৰি অনুষ্ঠিত হোৱা এই অনুষ্ঠানত এছাকৰ সঞ্চালক ড০ পি এল এন ৰাজুৰ লগতে ইছৰ’ আৰু নেছাকৰ জেষ্ঠ বিষয়া তথা বিজ্ঞানী আৰু অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু চিক্কিম চৰকাৰৰ বিষয়াবৰ্গই এই উদ্বোধনী অনুষ্ঠানত ভাগ লয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSACASSAM WATER CENTREISROLeveraging Space Technology ApplicationMinister Keshab MahantaNESACViksit Bharat
publisher

publisher

Related Posts

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে
India

১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

October 16, 2026
দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক
Assam

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d