Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

India-US Defence Deal:আমেৰিকাই ভাৰতক দিব এফ ৩৫ যুঁজাৰু বিমান

মোডীৰ স'তে হোৱা বৈঠকত ট্ৰাম্পৰ প্ৰতিশ্ৰুতি

publisher by publisher
February 14, 2025
in India, International, News
Reading Time: 2 mins read
0
India-US Defence Deal:আমেৰিকাই ভাৰতক দিব এফ ৩৫ যুঁজাৰু বিমান
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

ইন্ধন ভৰোৱাৰ সময়ত এয়াৰ ইণ্ডিয়াৰ বিমানত ধৰা পৰিল যান্ত্ৰিক বিসংগতি!

Trump-Zelensky Conflict: হোৱাইট হাউছত দুই ৰাষ্ট্ৰৰ মুৰব্বীৰ তৰ্কযুদ্ধ !

India-US Defence Deal:

ভাৰতক পঞ্চম প্ৰজন্মৰ এফ-৩৫ ষ্টিল্থ ফাইটাৰ জেট যোগান ধৰিব আমেৰিকাই। কেৱল সেয়াই নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতক অধিক প্ৰতিৰক্ষা সঁজুলি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিলে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স’তে দ্বিপাক্ষিক বৈঠকত বহে নৰেন্দ্ৰ মোডী। বৈঠকত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা আলোচনাত কে’বাটাও বিষয় উত্থাপিত হয়। তাৰে এটা হৈছে এফ-৩৫ যুঁজাৰু বিমান, যাক ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।

ADVERTISEMENT

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে জানুৱাৰীত ইংগিত দিছিল যে তেওঁ ভাৰতৰ স’তে প্ৰতিৰক্ষা সম্পৰ্কীয় বিষয়ত কিছু গুৰুত্বপূৰ্ণ পদক্ষেপ ল’বলৈ গৈ আছে। একে সময়তে, এইটোও জনাইছিল তেওঁৰ দেশে ভাৰতক অধিক প্ৰতিৰক্ষা সঁজুলি বিক্ৰী কৰিবলৈ সাজু হৈছে। উল্লেখ্য যে,ট্ৰাম্পে বৃহস্পতিবাৰৰ বৈঠকত সেই বিষয়টোত সেউজ সংকেত দিয়ে ।

আনহাতে প্ৰধানমন্ত্ৰী মোডীয়ে জনাইছে ভাৰতৰ প্ৰতিৰক্ষা শক্তিশালী কৰাৰ ক্ষেত্ৰত আমেৰিকাই এক “গুৰুত্বপূৰ্ণ ভূমিকা” পালন কৰিবলৈ ওলাইছে। দুয়োজন ৰাষ্ট্ৰপ্ৰধানৰ মাজত চাৰি ঘণ্টা ধৰি চলিল বৈঠক । কেৱল এফ-৩৫ যুঁজাৰু বিমানেই নহয়, ভাৰতক এণ্টি-টেংক মিছাইল জেভেলিন প্ৰদানৰ বিষয়টোও দুয়োখন ৰাষ্ট্ৰপ্ৰধানৰ মাজত আলোচনা কৰা হয়।

দুয়োপক্ষই চি১৩০জে চুপাৰ হাৰকিউলিছ, চি-১৭ গ্লোবমাষ্টাৰ তৃতীয়, পি-৮১ পচাইডন, চিএইচ-৪৭এফ চিনুক, এম এইচ-৬০আৰ চিহাকছ, এএইচ-৬৪ই আপাচে, হাৰ্পুন মিছাইল, এম৭৭৭ হাউইটজাৰ আৰু এমকিউ-৯বি আদিৰ দৰে সামৰিক সঁজুলিৰ বিষয়েও আলোচনা কৰে।

বৃহস্পতিবাৰে পুৱা দুদিনীয়া ভ্ৰমণত আমেৰিকাত উপস্থিত হয় মোডী। তেওঁ প্ৰথমে ভাৰতীয়-আমেৰিকান চোৰাংচোৱা প্ৰধান তুলসী গাবাৰ্ডক লগ কৰে । দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদ বিৰোধীকে ধৰি প্ৰতিৰক্ষা ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে।

মোডীয়ে তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱাল্টজ আৰু ৰিপাব্লিকান নেতা বিবেক ৰামাস্বামীক লগ কৰে। বৈঠকৰ পাছত মোডীয়ে কয় যে প্ৰতিৰক্ষা, প্ৰযুক্তি আৰু নিৰাপত্তা ৰক্ষাৰৰ ওপৰত আলোচনা “ফলপ্ৰসূ”। ইয়াৰ পাছত, মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ স’তে এক বৈঠকত মিলিত হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: India-US Defence Dealpm Modi us visitWasington
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d