Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

TAHAWWUR RANA আমেৰিকাত আশ্ৰয় আৱেদন নাকচ, ভাৰতলৈ প্ৰত্যাৰ্পণৰ পথত মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড

publisher by publisher
March 7, 2025
in International
Reading Time: 1 min read
0
TAHAWWUR RANA আমেৰিকাত আশ্ৰয় আৱেদন নাকচ, ভাৰতলৈ প্ৰত্যাৰ্পণৰ পথত মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড
1
SHARES
8
VIEWS
ShareShareShareShare

TAHAWWUR RANA আমেৰিকাত আশ্ৰয় আৱেদন নাকচ, ভাৰতলৈ প্ৰত্যাৰ্পণৰ পথত মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড

ভাৰতলৈ উভতি আহিলে তীব্ৰ নিৰ্যাতনৰ বলি হ’ব!

এই সন্দৰ্ভত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল তাহাউৰ ৰাণাই।

কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতে ২৬/১১ আক্ৰমণৰ মূল অভিযুক্তৰ এই আবেদন খাৰিজ কৰে ।

ADVERTISEMENT

অৰ্থাৎ কুখ্যাত সন্ত্ৰাসবাদীজনে আমেৰিকাত আৰু আশ্ৰয় নাপাব । ৰাণাৰ ভাৰতলৈ প্ৰত্যাৰ্পণৰ এতিয়া মাথোঁ সময়ৰ অপেক্ষা সময়ৰ । ইতিমধ্যে দুয়োখন দেশৰ মাজত প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া চলি আছে সূত্ৰই প্ৰকাশ কৰিছে।

RelatedPosts

মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী ৰানাক ১৮ দিনৰ জিম্মালৈ প্ৰেৰণ এন আই এ’ৰ ! 

ভাৰতলৈ প্ৰত্যপৰ্ণ ২৬/১১ আক্ৰমণৰ মাষ্টাৰ মাইণ্ড ৰাণা! 

উল্লেখ্য যে, যোৱা মাহত আমেৰিকা ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেই সময়তে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ স’তেও সাক্ষাৎ কৰে।

দ্বিপাক্ষিক বৈঠকৰ পাছত ট্ৰাম্পে কয়, “মই ঘোষণা কৰি আনন্দিত যে মোৰ প্ৰশাসনে ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ এজন মুখ্য ষড়যন্ত্ৰকাৰীক ভাৰতক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে।” বিশ্বৰ আটাইতকৈ বিপদজনক লোকসকলৰ মাজৰ এজন, তেওঁ ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ সন্মুখীন হ’ব। ”

ৰাণাই প্ৰত্যাৰ্পণ প্ৰক্ৰিয়াৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। তেওঁৰ অধিবক্তাই ভাৰত চৰকাৰ একনায়কত্ববাদী বুলি দাবী কৰে।

সেইয়ে ‘পাকিস্তানী মুছলিম’ ৰাণাৰ ন্যায়িক প্ৰক্ৰিয়াৰ নিৰপেক্ষতা বজাই ৰখা নহ’ব। মুছলমান পৰিচয়ৰ বাবেই ৰাণাক অত্যাচাৰ কৰা হ’ব।

শাৰীৰিক অসুস্থতাৰ বাবে মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডে ন্যায়িক প্ৰক্ৰিয়াৰ হেঁচা ল’ব নোৱাৰিব।

আমেৰিকাৰ উচ্চতম ন্যায়ালয় আছিল ৰানাৰ শেষ আশা। কিন্তু সেই আশাৰ অন্ত পৰিল বৃহস্পতিবাৰে। ৰানাৰ আবেদন নাকচ কৰে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে। গতিকে কুখ্যাত সন্ত্ৰাসবাদীজনক আমেৰিকাত থাকিবলৈ দিয়া নহ’ব। ফলত মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডক ভাৰতক প্ৰত্যাৰ্পণ কৰাৰ বাহিৰে আন কোনো বিকল্প নাই।

তথ্য অনুসৰি ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া চলি আছে। যিহেতু ৰাণাক আৰু আমেৰিকাত আশ্ৰয় দিয়া নহ’ব, সেয়েহে তেওঁক ভাৰতলৈ ঘূৰাই অনাৰ পাছত অতি সোনকালে বিচাৰ আৰম্ভ হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: TAHAWWUR RANA
publisher

publisher

Related Posts

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
Removal of US Navy Secretary John Phelan:মাৰ্কিন প্ৰশাসনত অঘটন !

Nepal Home Minister Sudhan Gurung resigns:নেপালৰ গৃহমন্ত্রী ছুডান গুৰুঙৰ পদত্যাগ

April 22, 2026
Pakistan Airports Authority:পাকিস্তানৰ আকাশত ভাৰতীয় বিমান উৰণত নিষেধাজ্ঞা পুনৰ এমাহলৈ বৃদ্ধি
International

Pakistan Airports Authority:পাকিস্তানৰ আকাশত ভাৰতীয় বিমান উৰণত নিষেধাজ্ঞা পুনৰ এমাহলৈ বৃদ্ধি

April 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d