Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

অধিকৃত কাশ্মীৰৰ বাবে দুমাহৰ আটা-ময়দা মজুত কৰিছে পাকিস্তানে!

‘যুদ্ধকালীন তৎপৰতা’ ইসলামাবাদৰ 

publisher by publisher
May 4, 2025
in International, News
Reading Time: 1 min read
0
অধিকৃত কাশ্মীৰৰ বাবে দুমাহৰ আটা-ময়দা মজুত কৰিছে পাকিস্তানে!
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

Pakistan: স্থানীয় প্ৰশাসনে পাকিস্তান অধিকৃত কাশ্মীৰৰ বৃহৎ অংশত ঘেঁহুৰ আটা মজুত কৰা আৰম্ভ কৰিছে। এটা জৰুৰীকালীন পুঁজিও স্থাপন কৰা হৈছে।

ADVERTISEMENT

সামৰিক অভিযানৰ সম্ভাৱনা থকা ঠাইবোৰ চিনাক্ত কৰা হৈছে। তথ্য অনুসৰি সংবেদনশীল এলেকাত আটা সংৰক্ষণ কৰা হৈছে। পাকিস্তানৰ সংবাদ মাধ্যম ড’নে প্ৰশাসনিক বিষয়াৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি চিনাক্ত কৰা অঞ্চলসমূহত কমেও দুমাহৰ খাদ্য মজুত কৰা হৈছে। এই কাৰ্যকলাপৰ কাৰণ স্পষ্ট নহয়।

পাকিস্তান দখলত থকা কাশ্মীৰৰ খাদ্য বিভাগে আটাৰ মজুত বৃদ্ধি কৰিছে। মূলতঃ নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া অঞ্চলত খাদ্য মজুত কৰা হৈছে। ভাৰত আৰু পাকিস্তানী সেনাৰ অতি সক্ৰিয়তাৰ বাবে বিগত কিছুদিন ধৰি নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা সৃষ্টি হৈছে।

অভিযোগ অনুসৰি প্ৰতি নিশা পাকিস্তানী সেনাই যুদ্ধবিৰতি চুক্তি উলংঘা কৰি ভাৰতীয় ঘাটিত গুলীচালনা কৰি আছে। ক্ষুদ্ৰ অস্ত্ৰ ব্যৱহাৰ কৰি গুলীচালনা কৰা হৈছে। ভাৰতেও একেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ব্যতিক্ৰম নাছিল শনিবাৰৰ নিশাও।

এই অবাহত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া অঞ্চলত খাদ্য জমা হোৱাত জল্পনা-কল্পনা বৃদ্ধি পাইছে।

নিয়ন্ত্ৰণ ৰেখাৰ কাষত পাকিস্তান অধিকৃত কাশ্মীৰৰ বহুতো অংশ দুৰ্গম আৰু বৰফৰে আবৃত। সেই এলেকাবোৰত, স্থানীয় খাদ্য বিভাগে সদায়ে আগতীয়াকৈ খাদ্য সংৰক্ষণ কৰে।

ডিচেম্বৰৰ পৰা মে মাহলৈ প্ৰতি ১৫ দিনত এই অংশত খাদ্য সংৰক্ষণ কৰা হয়। কিন্তু সংবাদ মাধ্যমৰ তথ্য অনুসৰি, এই অঞ্চলবোৰৰ বাহিৰত এটা ডাঙৰ অংশ চিনাক্ত কৰা হৈছে আৰু তাত আটা সংৰক্ষণৰ কাম চলি আছে।

পাকিস্তান অধিকৃত কাশ্মীৰৰ প্ৰধানমন্ত্ৰী চৌধুৰী আনোৱাৰুল হকৰ নিৰ্দেশত এই কাম আৰম্ভ হৈছে। খাদ্য বিভাগৰ মুৰব্বী চৌধুৰী আকবৰ ইব্ৰাহিমে সংবাদ মাধ্যমক কয়, “প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি আমি নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া এলেকাসমূহত কমেও দুমাহৰ বাবে আটা সংৰক্ষণ কৰাটো নিশ্চিত কৰিবলৈ কাম আৰম্ভ কৰিছো।” প্ৰশাসনেও খাদ্যৰ দোকানৰ সুৰক্ষাৰ বাবে পদক্ষেপ লৈছে।

উল্লেখ্য যে,সাধাৰণ লোকসকলৰ মাজত খাদ্যৰ কোনো অভাৱ নোহোৱাটো নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে, বিষয়াজনে জনাই।

বৃহস্পতিবাৰে পাকিস্তান অধিকৃত কাশ্মীৰৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ আইনসভাক কয় যে সীমান্তৰ উত্তেজনাৰ পৰিপ্ৰেক্ষিতত এক বিশেষ পুঁজি স্থাপন কৰা হৈছে।

পুঁজিবোৰ জৰুৰী কালীন ভিত্তিত খাদ্য, ঔষধ আৰু অন্যান্য প্ৰয়োজনীয়তাৰ বাবে ব্যৱহাৰ কৰা হ’ব। নীলুম, ঝিলাম উপত্যকা, হাভেলি, পুঞ্চ, কোটলী আৰু ভীম্ৰআদি জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ অঞ্চলসমূহৰ বাবে পুঁজি প্ৰস্তুত কৰা হৈছে।

কেইদিনমান আগতে, প্ৰশাসনে এই অঞ্চলবোৰৰ সাধাৰণ লোকসকলক খাদ্য জমা কৰিবলৈ পৰামৰ্শ দিছিল। ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হয়।

ভাৰত চৰকাৰে ইয়াৰ বাবে পাকিস্তানক দোষাৰোপ কৰি কেবাটাও পদক্ষেপ লৈছে। পাকিস্তানেও নতুন দিল্লীৰ বিৰুদ্ধে কেবাটাও পদক্ষেপ লৈছে। দুয়োখন দেশৰ মাজত বাণিজ্য বন্ধ হৈছে।

এই পৰিস্থিতিত,ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ অৱনতি অব্যাহত আছে। নিয়ন্ত্ৰণ ৰেখাত দৈনিক গুলীচালনা হয়। ইফালে, পাকিস্তানে সীমান্তত খাদ্যসামগ্ৰী বৃদ্ধি কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: India PakistanLine Of ControlPahelgamPak occupied KashmirPakistan
publisher

publisher

Related Posts

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে
India

এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

September 21, 2026
ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d