Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত

    জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’

    জুবিন গাৰ্গৰ পৰাই শিকিছো প্রেম-ভালপোৱা, ইয়াত সকলো এটা পক্ষ

    জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

    মুঠ শুল্ক ১১২ শতাংশ হ’বগৈ! প্রত্যাহ্বানৰ মুখত ভাৰতীয় অর্থনীতি

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিশ্বমঞ্চত পাকিস্তানৰ প্ৰকৃত ৰূপ তুলি ধৰাৰ নতুন প্রচেষ্টা !

৩৩খন দেশলৈ সৰ্বদলীয় প্ৰতিনিধি প্ৰেৰণ ভাৰতৰ 

publisher by publisher
May 21, 2025
in India, News
Reading Time: 1 min read
0
বিশ্বমঞ্চত পাকিস্তানৰ প্ৰকৃত ৰূপ তুলি ধৰাৰ নতুন প্রচেষ্টা !
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

Anti-terror outreach:সন্ত্ৰাসবাদৰ ক্ষেত্ৰত পাকিস্তানৰ দ্বৈততাক সমগ্ৰ বিশ্বৰ আগত তুলি ধৰিবলৈ সাতটা সৰ্বদলীয় প্ৰতিনিধি দল গঠন কৰিছে কেন্দ্ৰই। এই প্ৰতিনিধি দলসমূহে বিশ্বৰ মুঠ ৩৩খন দেশলৈ যাত্ৰা কৰিব। ইতিমধ্যে কেবাটাও প্ৰতিনিধি দল বিভিন্ন দেশলৈ ৰাওনা হৈছে। বৃহস্পতিবাৰে আৰু কেবাটাও দল ৰাওনা হ’ব।

ADVERTISEMENT

এই প্ৰতিনিধি দলসমূহত বিভিন্ন দলৰ মুঠ ৫১ গৰাকী নেতা আছে।

কিন্তু কি ভিত্তিত এই ৩৩খন দেশ বাছি লৈছিল নতুন দিল্লীয়ে, কোন কোন দেশলৈ যাব প্ৰতিনিধিসকল? এই সকলোবোৰ কি ভিত্তিত ঠিক কৰিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে?

প্ৰথম অৱস্থাত অনুমান কৰা হৈছিল যে সৰ্বদলীয় প্ৰতিনিধি দলসমূহ কেৱল ‘বন্ধুত্বপূৰ্ণ’ দেশলৈহে প্ৰেৰণ কৰা হ’ব।

তালিকা প্ৰকাশ পোৱাৰ পাছত দেখা গ’ল ভাৰতীয় সাংসদসকলে মুঠ ৩৩খন দেশলৈ যাত্ৰা কৰিব।ইয়াৰ মাজৰ বহুতো দেশ হয়তো ভাৰতৰ প্ৰত্যক্ষ ‘মিত্ৰ’ নহয়।

কি ভিত্তিত এই দেশবোৰ বাছনি কৰা হৈছিল? বৈদেশিক মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি নতুন দিল্লীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত এই দেশসমূহৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি বাছনি কৰিছে।

প্ৰথমতে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে পাঁচখন দেশ নিৰ্বাচিত হৈছে।ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১০গৰাকী অস্থায়ী সদস্যলৈও প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে।

ইয়াৰ উপৰিও অনাগত দিনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যপদ লাভ কৰিবলগীয়া পাঁচখন দেশলৈও প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে।

ইয়াৰ বাহিৰেও সেই সকলো দেশক বাছনি কৰা হৈছে,যিবোৰ সাধাৰণতে গুৰুত্বপূৰ্ণ বিষয় দেশৰ কথা বিশ্বৰ মঞ্চত গুৰুত্ব পায়,সেই সকলো দেশলৈ প্ৰতিনিধিসকলক প্ৰেৰণ কৰা হৈছে।

দৰাচলতে ভাৰতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ পাছত ভাৰতৰ স্থিতি আৰু পাকিস্তানে সন্ত্ৰাসবাদীক কেনেকৈ প্ৰত্যক্ষভাৱে সমৰ্থন কৰিছে সেই বিষয়ে সমগ্ৰ বিশ্বৰ আগত তুলি ধৰিব বিচাৰিছে।

অনাগত দিনত পাকিস্তানৰ ওপৰত নিষেধাজ্ঞাকে ধৰি একাধিক কূটনৈতিক পদক্ষেপত নতুন দিল্লীক বন্ধুৰ প্ৰয়োজন ।

সেইবাবেই বিশ্বমঞ্চত পাকিস্তানৰ প্ৰকৃত ৰূপ তুলি ধৰাৰ এই প্রচেষ্টা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Narendra ModiOperation Sindoor
publisher

publisher

Related Posts

পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই
Entertainment

পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

September 20, 2026
সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 
India

সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 

September 20, 2026
এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক
International

এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

September 20, 2026
পানীৰ পাইপ মেৰামতি কৰোতে উদ্ধাৰ হোৱা প্ৰাচীন শিলৰ অস্ত্ৰই দিলে সন্ধান

জুবিনৰ ফটোৰ কাষত দুটা বগা পাৰ, সামাজিক মাধ্যমত ভাইৰেল বিশেষ দৃশ্য
Assam

সোণ ক্রয় কৰোতে এই কথালৈ দৃষ্টি দিয়েনে?

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d