Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Heavy rainfall forecast-warning in Assam:ৰাজ্যত প্রবল বৃষ্টিপাতৰ আগজাননী-সতর্কতা

গুৱাহাটীত নেৰানেপেৰা বৰষুণত কৃত্রিম বান-ভূমিস্খলনৰ ভয়াৱহ ৰূপ,স্থৱিৰ জনজীৱন, বন্ধ থাকিল শিক্ষানুষ্ঠান,জ্যোতিকুছিত ভূমিস্খলনৰ ভয়াৱহ ৰূপ

publisher by publisher
May 21, 2025
in News, Assam
Reading Time: 1 min read
0
Heavy rainfall forecast-warning in Assam:ৰাজ্যত প্রবল বৃষ্টিপাতৰ আগজাননী-সতর্কতা
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

Lanslide in shillong -Dawaki Road:মেঘালয়ৰ শ্বিলং-ডাউকী ঘাইপথত ভয়ংকৰ ভূমিস্খলন

Lanslide in Kamakhya gate:মহানগৰীৰ বান বিভীষিকাময় পৰিস্থিতিৰ মাজতে কামাখ্যা গেটত ভূমিস্খলন

Heavy rainfall forecast-warning in Assam:

পুনৰ ভয়াৱহ কৃত্রিম বানৰ কৱলত পৰে গুৱাহাটী। সোমবাৰে নিশা, মঙলবাৰ আৰু এই বাতৰি যুগুতোৱাৰ পৰলৈকে মহানগৰীৰ বিভিন্ন স্থানত পৰিস্থিতি অপৰিৱৰ্তনীয় অৱস্থাতে আছে। কৃত্রিম বানৰ ভয়াৱহতাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি যোৱা ১২ ঘণ্টাৰ ভিতৰত কে’বাটাও ভয়াৱহ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। কোনো লোক হতাহত নহ’লেও সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ উপৰি যিকোনো মুহূর্তত এই ভূমিস্খলনে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা গভীৰ হৈছে। তাৰ মাজতে আকৌ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বৰষুণক লৈ দিছে সতর্কবাণী।

ADVERTISEMENT

গুৱাহাটীৰ লগতে ৰাজ্যৰ কেতবোৰ স্থানত দুই-তিনি দিনলৈ মুষলধাৰ বৰষুণ হ’ব পাৰে বুলি আগজাননী দিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই। এই উদ্বেগজনক মুহূৰ্তৰ সময়তে গুৱাহাটীৰ বানৰ প্রকোপ হ্রাস কৰাৰ আশ্বাসেৰে মঙলবাৰৰ পৰা শিলসাঁকোত আৰম্ভ হয় আন এক উচ্ছেদ অভিযান। অৱশ্যে এই উচ্ছেদ চৰকাৰী সংস্থা, অনুষ্ঠান, ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠান আদিৰ ওপৰতহে আগন্তুক কে’বাদিনলৈ চলিব।

সোমবাৰে মাজনিশাৰ পৰা ৰাজ্যৰ কে’বা স্থানৰ লগতে গুৱাহাটীতো নেৰানেপেৰা বৰষুণ আৰম্ভ হয়। অৱশ্যে বিগত কে’বাদিনৰ পৰা এই বৰষুণ অব্যাহত আছে।  বৰষুণৰ মাত্রা যথেষ্ট বৃদ্ধি হয় আৰু আজি আগবেলালৈকে সেয়া অব্যাহত থাকে। ইয়াৰ পৰিণতিত নিশাৰ ভিতৰতে মহানগৰীৰ বিস্তীর্ণ অঞ্চল কৃত্রিম বানত বুৰ যায়। তাৰ মাজতে আকৌ চৰকাৰৰ নিৰ্দেশনাৰ তথাকথিত স্বৰূপ উদঙাই মহানগৰীত বিপজ্জনকভারে অব্যাহত থকা পাহাৰ খননৰ ভয়াৱহ পৰিণতি হিচাপে ভূমিস্খলনৰ কে’বাটাও ঘটনা সংঘটিত হয়। সৌভাগ্যক্রমে কোনো লোক এনে ঘটনাকেইটাত হতাহত হোৱা নাই। আনহাতে, নিশাটোৰ ভিতৰতে পাহাৰীয়া কে’বাটাও অঞ্চল অতি বিপদসংকুল হৈ পৰে।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, যোৱা নিশা গুৱাহাটীৰ কে’বাটাও স্থানত ১১২.৫ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হয়। গুৱাহাটীত কৃত্রিম বানৰ সৃষ্টি কৰা পানী মহানগৰীৰ বাহিৰলৈ উলিয়াই নিয়াৰ পৰামর্শ দিয়া বিশেষজ্ঞৰ অভাৱ নাই। অৱশ্যে ইয়াৰে অধিকাংশই স্বয়ম্ভু। আকৌ কৃত্রিম বানৰ সৃষ্টি নহ’বলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণৰ কথা প্ৰতিখন চৰকাৰে অওৱাইহে আহিছে, সমস্যাৰ কিবা সমাধান হৈছে বুলি কোনেও ক’ব নোৱাৰে। বৰঞ্চ নতুন নতুন অঞ্চল জ্বলন্ত সমস্যাটোৰ গ্ৰাসত্যহ পৰিছে। পৰিণতিত বৰষুণ দিলে এতিয়া উজাগৰে নিশা কটাবলৈ মহানগৰীবাসীৰ বহু লোক সাজু হৈ থাকে।

পানীৰ প্রকোপ ইমানেই বাঢ়ে যে শুই থাকোতেই কাৰোবাক উটুৱাই নিয়াটোও অসম্ভৱ নহয়। প্রতি মুহূর্ততে এনে আশংকাত ভোগে বহু লোক। জুৰোড, ৰাজগড়, চান্দমাৰি, নবীন নগৰ, অনিল নগৰ, হাতীগাঁও, আমবাৰী, গণেশগুৰি, মালিগাঁও, হেদায়ৎপুৰ, ৰুক্মিণীগাঁও, পাঞ্জাবাৰী, সাতগাঁও, নাৰেংগী, কাহিলিপাৰা, বেলতলাৰ ছার্ভে আদি মহানগৰীৰ চৌদিশৰ ইটোৰ পাছত সিটো অঞ্চলৰ বৃহৎ অংশ নিশাৰ ভিতৰতে পানীত বুৰ যায়। কক্মিণীগাঁৱত একঁকাল পর্যন্ত পানী হয়। চান্দমাৰিতো আঁঠুৰ ওপৰলৈ পানী উঠে। মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ কৃত্রিম বানৰ নতুন অভিকেন্দ্ৰ হৈ পৰিছে। খানাপাৰা, যোৰাবাট, বৰাগাঁও আদি অঞ্চল সামান্য এজাক বৰষুণতে বুৰ যায়।

গুৱাহাটীৰ বহু অঞ্চলৰ বানৰ অন্যতম কাৰণ হৈছে নলা পৰিষ্কাৰৰ নামত সংঘটিত বিয়াগোম কেলেংকাৰি। এইবাৰ গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব গ্রহণ কৰি বহুবল্কী মন্ত্রী জয়ন্ত মল্ল বৰুৱাই নলা পৰিষ্কাৰৰ নামত কে’বাটাও নির্দেশনা ধার্য কৰি দিছে। তাৰ ভিতৰত অন্যতম আছিল এপ্রিলৰ ভিতৰত আটাইবোৰ নলাৰ এটা পর্যায় সম্পূর্ণ কৰাটো। আকৌ পৰিষ্কাৰ কৰা নলা পাছমুহূর্ততে পুনৰ লেতেৰা নহয়, তাৰ বাবে নিম্বাসিত আৱৰ্জনা দুঘণ্টাৰ ভিতৰত আঁতৰোৱাবো নির্দেশনা দিছিল। প্রকৃতার্থত এনে নির্দেশনা আছিল তাৎক্ষণিকভাবে বাঃ বাঃ আদায় কৰাৰ কৌশল। বাস্তৱত তাৰ প্ৰতিফলন নঘটিল। মে’ মাহ শেষ হ’বলৈ মাত্র কিছুদিনহে আছে আৰু এতিয়ালৈকে প্রথম পৰ্যায়ৰ নলা পৰিষ্কাৰেই সম্পূর্ণ নহ’ল। সধাৰণ নাগৰিকৰ জীৱনক লৈয়ো ৰাজনীতি কৰাৰ পৰিণতিতে এই অৱস্থাৰ সৃষ্টি হৈছে।

গুৱাহাটীৰ নলা পৰিষ্কাৰৰ দায়িত্ব সম্পূর্ণৰূপে শাসক দলৰ মানুহক অর্পণ কৰা হয়। নিজৰ চৰকাৰ দিছপুৰত থকাৰ তথাকথিত ক্ষমতাৰে সেইসকল ঠিকাদাবে নির্ধাৰিত সময়ৰ ভিতৰত কাম শেষ কৰাত গুৰুত্বই নিদিলে। তদুপৰি যিখিনি কাম কৰা হৈছে, সেয়াও পাল মাৰি কৰাৰ অভিযোগ উঠিছে। গতিকে ইয়াৰ পৰিণাম ভুগিছে মহানগৰবাসীয়ে। কামৰ লেহেমীয়া গতিৰ অন্যতম উদাহৰণ হৈছে ৰুক্মিণীগাঁও। গুৱাহাটী উন্নয়ন বিভাগে কাম শেষ কৰাৰ সময়সীমা কিমানবাৰ যে ধার্য কৰিলে, তাৰ লেখ নাই। ফলত বছৰ বাগৰি যোৱাৰ পাছতো ৰুক্মিণীগাঁৱত নলাৰ পৰা পথলৈকে কোনো এটা কাম সম্পূর্ণ নিহ’ল। নহ’ল।

ৰুক্মিণীগাঁৱৰ বান চাবলৈ যোৱা জনপ্রতিনিধিৰো এতিয়া আকাল নাই। দূৰৰ পৰাই মানুহৰ বিলাই-বিপত্তি প্রত্যক্ষ কবি স্বয়ম্ভূ বিজ্ঞৰ ৰূপত আঙুলিৰ ঠাৰেৰে বৃহত্তৰ অঞ্চলৰ পানীখিনি ক’ৰ পৰা ক’লৈ উলিয়াই নি ৰাইজক সকাহ দিব, তাতেই সীমাবদ্ধ বৈছে সেইসকল জনপ্রতিনিধিৰ দায়িত্ব আৰু কৰ্তব্য।ৰুক্মিণীগাঁৱৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

কৃত্রিম বানত গুৱাহাটীৰ বৃহৎ অঞ্চলৰ জনজীৱনো স্থবিৰ হৈ পৰে। পানীত ডুবি থকা পথৰ বাবে সৃষ্টিহয় তীব্র যান-জটৰ। চান্দমাৰিত পথৰ মাজতে বহু বাহনৰ ইঞ্জিন বন্ধ হৈ পৰে। ইয়াৰ ফলত যান-জটৰ মাত্ৰা অধিক গুৰুতৰ হৈ পৰে। একে পৰিস্থিতিৰ সৃষ্টি হয় হাতীগাঁৱৰ মূল পথতো। বানৰ প্রকোপত হাতীগাঁৱৰ কে’বাখনো শিক্ষানুষ্ঠানৰ পাঠদান বন্ধ ৰখা হয়।

আনহাতে মঙলবাৰে দুপৰীয়া পালি-পহৰীয়া লৈ মন্ত্ৰী বৰুৱাই বানাক্রান্ত কে’বাটাও অঞ্চল পৰিদৰ্শন কৰে। তেওঁ আশ্বাস দিয়ে যে মহানগৰীৰ ভিতৰত জমা হোৱা পানী উলিয়াই নিব পৰাকৈ মূল নলাবোৰ ডাঙৰ কৰাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে। ইয়াৰ বাবে কেন্দ্ৰৰ পৰা পুঁজি বিচৰা হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰেও সঁহাৰি জনাইছে। গুৱাহাটীৰ কৃত্রিম বানৰ প্রকোপ হ্রাস কৰিবলৈ এক-দুই বছৰ লাগিব বুলিও বৰুৱাই কয়। তেওঁ লগতে কয়, ‘জমা হোৱা পানী কিমান সোনকালে আমি উলিয়াই নিব পাৰো, সেইটোৰ ওপৰত এই সময়ত গুৰুত্ব দিয়া হৈছে। গুৱাহাটীক কৃত্রিম বানৰ পৰা মুক্ত কৰিবলৈ দীর্ঘম্যাদী আঁচনি লাগিব, তাৰ বাবে কাম কৰি থকা হৈছে।’ নিশা প্ৰচুৰ বৰষুণ হোৱাৰ বাবে গুৱাহাটীৰ বৃহৎ অঞ্চল কৃত্রিম বানৰ গ্ৰাসত পৰা বুলিও মন্ত্রীজনে দাবী কৰে।

ইপিনে, মেঘালয়ৰ পানীক লৈয়ো মন্ত্ৰী বৰুৱা সৰৱ হয়। তেওঁ কয় যে মেঘালয়ৰ পৰা প্ৰবল বেগত পানী নামি আহি আছে। জিএছ বোড, খানাপাৰাৰ ৰাষ্ট্ৰীয় পথ, বেলতলাৰ ৱায়াৰলেছ, ৰুক্মিণীগাঁৱৰ বানৰ মূল কাৰণ মেঘালয়ৰ পাহাৰৰ পানী বুলি উল্লেখ কৰি বৰুৱাই কয়, ‘এই পানী দীপৰ বিললৈ বোৱাই নিবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে নলা নির্মাণ কৰি থকা হৈছে।’ মন্ত্রীজনৰ মুখত পুনৰ ‘ফ্লাড জেহাদ’ শব্দয়ো স্থান পাই। তেওঁ কয়, ‘মুখ্যমন্ত্রীয়ে যে কৈ আহিছে ফ্লাড জেহাদ, সেই ফ্লাড জেহাদেই এতিয়া চলিছে। মেঘালয়ত পাহাৰ কাটি শেষ কৰি দিয়া হৈছে। গতিকে তাৰ পৰা যি পৰিমাণত পানী নামি আহে, তাক ৰখোৱাৰ আমাৰ কোনো ব্যবস্থাই নাই। তথাপি চেষ্টা কৰি থকা হৈছে, মেঘালয়ত বৰষুণ হ’লে আমি সষ্টম হৈ থাকিব লাগিব।’

#জ্যোতিকুছিত ভূমিস্খলনৰ ভয়াৱহ ৰূপ

সোমবাৰে দিয়া নিশাৰ বৰষুণত মহানগৰীৰ কে’বাটাও স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। নিয়ন্ত্রণহীনভাৱে পাহাৰ খননৰ পৰিণতিত সংঘটিত এনে ঘটনাবোৰৰ ভিতৰত ওদালবাক্ৰা আৰক্ষী থানাৰ অন্তৰ্গত জ্যোতিকুছিৰ দৰন ডেকা পথৰ ঘটনাটোৱেই আটাইতকৈ গুৰুতৰ আছিল। এই ভূমিস্খলনত ৰীণা বাছফৰ নামৰ এগৰাকী মহিলাৰ নতুনকৈ নিৰ্মাণ কৰা পকী শৌচাগাৰটো পাহাৰৰ তলত বাগৰি পৰে। সম্পূর্ণ উলটি যোৱা শৌচাগাৰটোৰ লগতে মহিলাগৰাকীৰ পকী ঘৰটোৰো তলৰ মাটিৰ এটা অংশ খহি পৰে। তেনেদৰে অঞ্চলটোৰ আন তিনিটা ঘৰৰো মজিয়াৰ অংশ খহি যায়। ইয়াৰ ফলত সম্পূৰ্ণৰূপে বাসৰ অনুপযোগী হৈ পৰিছে আটাইকেইটা ঘৰ।

bb 1অভিযোগ অনুসৰি, পাহাৰৰ টিলা অঞ্চলত অৱস্থিত ঘৰকেইটাৰ সীমাৰ পৰাই তলৰ অংশত এটা বৃহৎ নির্মাণকার্য চলি আছে। পাহাৰ কটা নিয়ম সম্পূর্ণ উলংঘা কৰি এই নিৰ্মাণকাৰ্য চলোৱাৰ পৰিণতিতে ওপৰ ভাগত থকা ঘৰকেইটা বাসৰ অনুপযোগী হৈ পৰে। শৌচাগাৰটোও এনে কাৰণতে তললৈ বাগৰি পৰে। বাছফৰে কয় যে পুৱতি নিশা প্রায় ৩.৩০ বজাত বৃহৎ শব্দৰে মজবুতকৈ নিৰ্মাণ কৰা তেওঁলোকৰ পকী শৌচাগাৰটো বাগৰি পৰে। তাৰ লগতে ঘৰৰ মজিয়াৰ ভূমিও খহি যায়। মহিলাগৰাকীয়ে অভিযোগ কৰে যে তেওঁলোকৰ ঘৰৰ তলত নিৰ্মাণ কার্য চলাই থকা লোকসকলক ওপৰৰ অংশত বাস কৰা মানুহৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মাটি কাটিবলৈ আহ্বান জনাইছিল। এই আহ্বান অঞ্চলটোৰ আন লোকেও জনাইছিল; কিন্তু তেওঁলোকৰ আহ্বানক কোনো গুৰুত্বই নিদিলে। তাৰ পৰিণতিতে আজি তেওঁলোক এনে দুর্যোগত পৰিবলগীয়া হৈছে।

bbiইপিনে, গুৱাহাটী পৌৰ নিগমৰ ১০ নম্বৰ বাৰ্ডৰ অন্তৰ্গত মালিগাঁৱৰ গোশালাৰ মাধৱ নগৰত প্ৰকাণ্ড এডাল গছসহ পাহাৰৰ এটা বৃহৎ অংশ বাগৰি পৰে। এটা পৰিয়ালৰ ঘৰৰ চৌহদত এই ঘটনা সংঘটিত হয়। সৌভাগ্যবশতঃ এই ঘটনাত হতাহত নহ’ল। মালিগাঁৱতো পাহাৰৰ এটা অংশ পথত খহি পৰে।

#গুৰুতৰ সতর্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ

ইপিনে, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰে যে গুৱাহাটীত অহা ২৬ মে’লৈকে বতৰ ডাৱৰীয়া হৈ থাকিব। ২৫ আৰু ২৬ মে’ত ধাৰাসাৰ বৰষুণৰো সম্ভাৱনা ব্যক্ত কৰিছে কেন্দ্ৰটোৱে। ইয়াৰ বিপৰীতে ২১, ২২, ২৩ আৰু ২৪ মে’ত ২৪ ঘণ্টাজুৰি নহ’লেও দিনটোৰ আধা সময় বৰষুণ পৰিব। আনহাতে, গুৱাহাটীসহ ৰাজ্যৰ বিভিন্ন স্থানত অহা তিনি দিনলৈ মুষলধাৰ বৰষুণৰ সম্ভাৱনাৰ বাবে জনসাধাৰণক সজাগ হৈ থাকিবলৈ প্রশাসনে আহ্বান জনাইছে। এক বিবৃতিত অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে উল্লেখ কৰে এনেদৰেও, ‘বতৰৰ ধৰণ অনুসৰি ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ অংশত অতি বৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু কোনো কোনো অঞ্চলত বৰষুণৰ পৰিমাণ দুশ মিলিমিটাৰ পৰ্যন্ত হ’ব পাৰে।

বিশেষকৈ গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ ফলত পানী জমা হোৱা, গছ পৰাৰ ঘটনা আৰু কিছু স্পৰ্শকাতৰ অঞ্চলত ভূমিস্খলনৰ আশংকা আছে।’ সেয়েহে জনসাধাৰণক সতর্কতা অৱলম্বন কৰিবলৈ প্রশাসনে আহ্বান জনাইছে। সতর্কতামূলক ব্যৱস্থা হিচাপে দৈনিক আৰু দূৰণিবটীয়া যাত্ৰীসকলক তীব্ৰ বৰষুণৰ সময়ছোৱাত অপ্রয়োজনীয় যাতায়াত এৰাই চলিবলৈ অনুৰোধ জনোৱা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: forecast-warningHeavy RainfallLanslide
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d