Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

 Himanta vs Gaurav:অহা ১০ ছেপ্টেম্বৰত আঁঠুকাঢ়ি ক্ষমা খুজিব লাগিব মুখ্যমন্ত্রীয়ে

ড: শৰ্মাক মুকলি প্ৰত্যাহ্বান গৌৰৱ গগৈৰ

publisher by publisher
May 23, 2025
in News, Assam
Reading Time: 2 mins read
0
 Himanta vs Gaurav:অহা ১০ ছেপ্টেম্বৰত আঁঠুকাঢ়ি ক্ষমা খুজিব লাগিব মুখ্যমন্ত্রীয়ে
2
SHARES
17
VIEWS
ShareShareShareShare

Himanta vs Gaurav:

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অহা ১০ ছেপ্টেম্বৰত অসমৰ ৰাইজৰ আগত আঁঠু কাঢ়ি ক্ষমা খুজিব লাগিব। কাৰণ তাৰ বিকল্প একো নাথাকিব।’ সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ লগত গোপন সম্পৰ্কৰ প্ৰমাণ অহা ১০ ছেপ্টেম্বৰত ৰাজহুৱা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ ঘোষণা কৰি আহিছে ।

ADVERTISEMENT

সেই ঘোষণাকে বৃহস্পতিবাৰে এইদৰে প্ৰত্যাহ্বান জনায় গগৈয়ে। বিজেপিয়ে যোৰহাটত দলৰ বৰ্ধিত বিষয়ববীয়াৰ সভা অনুষ্ঠিত কৰাৰ মাধ্যমৰে জিলাখনত নির্বাচনী দুন্দভি বজোৱাৰ পাছতে গগৈ যোৰহাটত উপস্থিত হয়। তাৰ পাছতে সাংবাদিকৰ আগত মুখ্যমন্ত্রীক এনেদৰে প্ৰত্যাহ্বান জনোৱাৰ লগতে কয়, ‘মুখ্যমন্ত্ৰীৰ ওচৰত কোনো তথ্য নাই। এয়া সকলো ৰাজনৈতিক উদ্দেশ্যেৰে কৰা এখন চিনেমা মাত্র। এইখন চিনেমা ফ্লপ হ’বলৈ বেছিদিন নাই। বিগ বাজেটৰ এখন ফ্লপ চিনেমাৰ বাদে আন একো নহয়।

RelatedPosts

Gaurav gogoi special speech in Loksabha:লোকসভাত সংবিধানৰ ১৩১ সংখ্যক সংশোধনী বিৰোধীতাৰে কি কৈছিল সাংসদ গৌৰৱ গগৈয়ে

Reservation for Women-Constituency Redetermination-Increase in Lok Sabha Seats Bill:লোকপিয়ল অবিহনে আসন বৃদ্ধিৰ অভিসন্ধি

Gaurav Gogoi Special Comment:বটদ্ৰৱা থানত মুখ্যমন্ত্ৰীয়ে শপত লোৱাৰ প্ৰত্যাহ্বান গ্ৰহণ গৌৰৱ গগৈৰ

বলিউদৰ কিছুমান চিনেমাত যে আকর্ষণীয় বিজ্ঞাপন দি প্ৰচাৰ চলায় আৰু আমি সেই বিজ্ঞাপন দেখি চিনেমাখন ভাল হ’ব বুলি টিকট কাটি দর্শক হওক আৰু চিনেমাখন চোৱাৰ পাছত মনত যে ভাব হয়, ধেৎ টকাকেইটা এনেই পানীত পৰিল। সেয়াই হ’ব হিমন্ত বিশ্ব শৰ্মাৰ চিনেমাখনৰো। তেওঁৰ চিনেমাখনৰ নাম হ’ব হেজাৰ মিছা কথা হিমন্ত বিশ্ব শর্মা। ১০ ছেপ্টেম্বৰত যেতিয়া ফ্লপ চিনেমাখন ৰাইজে দেখিব, তেতিয়া বিজেপি দলৰ মাজতে হুলস্থূল লাগিব।’ গগৈয়ে লগতে কয় যে তেওঁ পাকিস্তানক সমালোচনা কৰি আহিছে আৰু তাৰ প্ৰমাণো দিছে। অথচ মুখ্যমন্ত্ৰীৰ মতে, তেওঁ পাকিস্তানৰ সমৰ্থক। মুখ্যমন্ত্ৰীয়ে কিন্তু নিজৰ এটা কথাৰো প্রমাণ দেখুৱাব পৰা নাই বুলি গগৈয়ে কটাক্ষ কৰে।

গগৈয়ে পুনৰ কয়, ‘পাকিস্তানৰ নীতিক সমালোচনা কৰি মই এটা প্রবন্ধ লিখিছিলো। যিখন গ্রন্থত প্ৰৱন্ধটো ওলাইছিল, সেইখনৰ সম্পাদক বিজেপিৰ উপ-সভাপতি বেদ প্রকাশ সিং। সেইজন বেদ প্রকাশ সিঙক আকৌ মুখ্যমন্ত্রীয়ে চিনি নাপায়। অথচ তেওঁৰ দলৰে বিধায়ক সুশান্ত বৰগোহাঁয়ে চিনি পায়। এয়া কেনে কথা? মুখ্যমন্ত্রীয়ে চিনি নোপোৱা মানুহ বিধায়কে চিনি পায়।’ পুনৰ পাকিস্তানৰ প্ৰসংগ উত্থাপনৰে গগৈয়ে মুখ্যমন্ত্ৰীক বৈ নাথাকি ১০ ছেপ্টেম্বৰৰ পূৰ্বেই সকলো তথ্য ৰাজহুৱা কৰিবলৈ আহ্বান জনায়।

ইয়াৰ লগতে মুখ্যমন্ত্রীক একপ্ৰকাৰ কটাক্ষ কৰি তেওঁ কয়, ‘মিছাতে কথাবোৰ কিয় ৰখাই থ’ব লাগে। মই ভাবিছো সেই প্রমাণ সোনকালে দিবলৈ আন্দোলনকে কৰো নেকি? ইমান ৰৈ থকাৰ কি দৰকাৰ। কেন্দ্ৰ-ৰাজ্যত বিজেপিৰ চৰকাৰ আছে। তেওঁলোকৰ হাততে ব’, চিবিআই সকলো আছে। তাৰ পাছতে এছআইটি প্রতিবেদনত ইমান পলম কিয়? মোদীৰ এজন ঘনিষ্ঠ সাংবাদিকে পাকিস্তানলৈ গৈ মুম্বাইৰ বোমা বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড হাফিজ শ্বাহিদ কাকো নজনোৱাকৈয়ে লগ কৰি আহিল। তেওঁলোকৰ নেতা আদৱানীয়ে পাকিস্তানলৈ গৈ জিন্নাক প্রশংসা কৰিছিল। বিজেপিৰ ডাঙৰ নেতা যশোৱন্ত সিনহাই জিন্নাৰ ওপৰত কিতাপ লিখি আহিল।’

গগৈয়ে সাংবাদিকৰ লগত হোৱা বাৰ্তালাপৰ সময়ত নিজৰ ম’বাইল ফোনত ২০১১ৰ এখন ছবিও প্রদর্শন কৰে। এই সন্দর্ভতো কয়, ‘হিমন্ত বিশ্ব শৰ্মাই বেনজিৰ ভূট্টোৰ এখন কিতাপ পঢ়াৰ কথা লিখিছে। তেওঁ বেনজিৰ ভূট্টোৰ কিমান প্রিয়। তেওঁৰ শেহতীয়া এখন গ্রন্থ বর্তমান বাংলাদেশৰ চৰকাৰৰ মুখ্য উপদেষ্টা ড: ইউনুছৰ হাতত আছে। সেইখন কেনেকৈ ইউনুছৰ হাতত পৰিল? হিমন্ত বিশ্ব শর্মাই কিমানবাৰ বাংলাদেশলৈ গৈছে সেই হিচাপ আমাক দিয়ক। তেওঁৰ মিছাবোৰ এটা এটাকৈ ওলাই থাকিব। গছপুলি ফলে পইচা পাব, বিয়া হ’লে সোণ পাব আদি কিমান ডাঙৰ ডাঙৰ মিছা কথা অসমৰ ৰাইজে ভালদৰে জানে।’ মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিষয়া প্রয়াত জোনমণি ৰাভা আৰু উমৰাংছ’ৰ কয়লা কেলেংকাৰিৰ লগত গঠিত এছআইটিৰ তথ্য দিব লাগে বুলিও গগৈয়ে প্রত্যাহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaConflictGaurav GogoiPakistan Visit
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d