Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

‘মেড ইন ইণ্ডিয়া’ৰ শক্তি বিশ্বই দেখিছে!

মন কি বাত সন্দৰ্ভত মোডী: অপাৰেচন সিন্দুৰৰ সফলতা

publisher by publisher
May 25, 2025
in India, News
Reading Time: 1 min read
0
‘মেড ইন ইণ্ডিয়া’ৰ শক্তি বিশ্বই দেখিছে!
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

Mann Ki Baat: অপাৰেচন সিন্দূৰৰ পাছত প্ৰথম মন কি বাত। স্বাভাৱিকতে প্ৰধানমন্ত্ৰীৰ মাহেকীয়া কাৰ্যসূচীৰ বহুখিনি ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সফলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।

ADVERTISEMENT

অপাৰেচন সিন্দূৰৰ পাছত প্ৰথম ‘মন কি বাত’ ত মোদীয়ে কয়, সেনাৰ বীৰত্বৰ বাহিৰেও অপাৰেচন সিন্দূৰ ‘মেড ইন ইণ্ডিয়া’ৰ শক্তিৰ প্ৰতীক।

প্ৰধানমন্ত্ৰীয়ে কয়, “অপাৰেচন সিন্দূৰত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰৰ অধিকাংশই এই দেশৰ মাটিত নিৰ্মাণ কৰা হৈছিল। আমাৰ সৈনিক, অভিযন্তা, কাৰিকৰী, আৰু এই দেশৰ তেজ- ঘামৰ এই সফলতা ।”

মান কি বাতত প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ সৈন্যই বাছি বাছি সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰিছে। এয়া তেওঁলোকৰ অদম্য সাহসৰ প্ৰমাণ, লগতে আধুনিক অস্ত্ৰ-শস্ত্ৰ, প্ৰযুক্তি আৰু সঁজুলিৰ শক্তি। আত্মনিৰ্ভৰশীল ভাৰতৰ সংকল্পও পোহৰলৈ আহিছে।”

প্ৰধানমন্ত্ৰীয়ে কয়,” আমাৰ অভিযন্তাৰ পৰা , টেকনিচিয়ান অপাৰেচন সিন্দূৰৰ সফলতাৰ আঁৰত সকলোৰে ঘাম মিশ্ৰণ হৈ আছে ।”

দৰাচলতে দেশীয় প্ৰযুক্তি ব্যৱহাৰ কৰি তৈয়াৰ কৰা আকাশ ছাৰ্ফেচ-টু-এয়াৰ মিছাইল চিষ্টেমে অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানৰ আক্ৰমণক নিখুঁতভাৱে প্ৰতিহত কৰিছিল। ব্যৱহাৰ হৈছিল টি-৭২ মূল যুদ্ধ টেংক ।

‘মন কি বাত’ত প্ৰধানমন্ত্ৰীয়ে কয়, “অপাৰেচন সিন্দূৰ ভাৰতৰ সাহসিকতাৰ প্ৰতীক। ভাৰতীয় সেনাই যি দক্ষতা আৰু নিখুঁততাৰে সন্ত্ৰাসবাদী শিবিৰসমূহ ধ্বংস কৰিছিল সেয়া কল্পনাতীত। এই অপাৰেচন সিন্দূৰে ভাৰতক সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন গতি আৰু সাহস প্ৰদান কৰিব।”

প্ৰধানমন্ত্ৰীয়ে কয়, “অপাৰেচন সিন্দুৰৰ বিৰুদ্ধে সমগ্ৰ দেশ একত্ৰিত। আজি আমি দৃঢ়প্ৰতিজ্ঞ, ক্ষুব্ধ। আজি দেশৰ বহু পৰিয়ালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নিজৰ পৰিয়ালৰ অংশ কৰি লৈছে।”

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতে বিগত সাত মে’ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত অভিযান আৰম্ভ কৰিছিল।

ক্ষেপণাস্ত্ৰ আক্ৰমণত উগ্ৰপন্থীৰ আত্মগোপন স্থান ধ্বংস হয়। এই অভিযানত ১০০ৰো অধিক উগ্ৰপন্থী নিহত হয়। আজিৰ ‘ মন কি বাত’ত সেই অভিযানক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MANN KI BAATNarendra ModiOperation Sindoor
publisher

publisher

Related Posts

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ
Entertainment

বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

October 12, 2026
‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
India

‘বিশ্বৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ সম্ভাৱনা জেন জিৰ মাজতে আছে’, যুৱ প্ৰজন্মক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

October 12, 2026
হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক
International

হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

October 12, 2026
লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন
International

লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

October 12, 2026
চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ
India

চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

October 12, 2026
আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত
India

আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d