Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

    ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

    ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Flood

Kathmandu: নেপালত ভূমিকম্পৰ ফলত নহয়, হিমবাহ ফটাৰ ফলতহে এই আকস্মিক বান

বানৰ পানীৰ পৰা উদ্ধাৰ হ'ল সদ্যোজাতৰ মৃতদেহ, চৌদিশে হাহাকাৰ উত্তৰ নেপালৰ গাঁৱৰ পাছত গাঁও, নগৰো ধ্বংসস্তূপত, অহা মাহলৈকে দক্ষিণ এছিয়াত প্রাণঘাতী বান-ভূমিস্খলনৰ আশংকা

publisher by publisher
August 28, 2026
in Flood, International, News
Reading Time: 1 min read
0
Kathmandu: নেপালত ভূমিকম্পৰ ফলত নহয়, হিমবাহ ফটাৰ ফলতহে এই আকস্মিক বান
0
SHARES
2
VIEWS
ShareShareShareShare

RelatedPosts

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

Kathmandu:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:আকস্মিক বানে কোবাই যোৱা নেপালৰ উত্তৰাঞ্চলত এতিয়া চৌদিশে হৃদয় বিদাৰক পৰিৱেশ বিৰাজ কৰিছে। বানত সৰ্বস্ব হেৰুওৱা সকলৰ আৰ্তনাদে উদ্ধাৰকাৰী সকলৰো মৰ্মভেদ কৰি গৈছে।

ADVERTISEMENT

এনে অৱস্থাতে বৃহস্পতিবাৰে উদ্ধাৰকাৰীয়ে বানৰ পানীৰ মাজৰ পৰা এটি সদ্যোজাতৰ মৃতদেহ উদ্ধাৰ কৰে। বানে ধ্বংসস্তূপত পৰিণত কৰা অঞ্চলৰ পৰা উদ্ধাৰ কৰা এই সদ্যোজাতটিৰ মৃতদেহ উলংগ অৱস্থাত উদ্ধাৰ হয়। হাহাকাৰ পৰিৱেশৰ মাজতে উদ্ধাৰকাৰীসকলে সন্ধানহীনসকলৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বুধবাৰে পুৱা ন বজাত আকস্মিকভাবে তিব্বতৰ পৰা অহা এই প্রৱল বানত চাৰিখনকৈ জিলা ক্রমে ৰাসুয়া, ধাদিং, নুৱাকট আৰু চিতারনক ধ্বংসস্তূপত পৰিণত কৰে।

বানত উছন হয় গাঁৱৰ পাছত গাঁও। ধ্বংসস্তূপত পৰিণত হয় কে’বাখনো নগৰ। এফালৰ পৰা ঢাঁহি মুহি অনা কে’বা শতাধিক লোকৰ প্ৰাণহানি কৰা কে’বা মিটাৰ উচ্চতাৰ এই বানে অনেক লোকৰ ঘৰ-দুৱাৰ, বাট-পথ, দলং, বিদ্যুৎকেন্দ্র, টেলিকম টাৱাৰ আদিৰ বিস্তৰ ক্ষতিসাধন কৰে। পুৱা দৈনন্দিন ব্যস্ততা আৰম্ভ হোৱাৰ সময়তে অহা এই বানৰ পৰা পৰিত্ৰাণ পাবলৈ হেজাৰ হেজাৰ লোকে প্রাণটাকি দৌৰিও ৰক্ষা নাপালে। বানৰ পানীয়ে উটুৱাই নিয়ে অনেক যানবাহনো।

আনহাতে, নেপাল সংসদত বৈদেশিক মন্ত্রী শিশিৰ খনালে জনোৱা মতে বুধবাৰৰ পুৱাৰ এই বান অহাৰ পূর্বে এটা ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়। ৰিখটাৰ স্কেলত ৪.৪ প্রাবল্যৰ এই ভূমিকম্পৰ জোঁকাৰণি পুৱা ৮-৩৭ বজাত অনুভূত হয়। অৱশ্যে মার্কিন ভূতাত্বিক জৰীপৰ মতে কালি আকস্মিক বান অহাৰ পূৰ্বে তিব্বতত কোনো ভূমিকম্প হোৱা নাছিল। গতিকে ভূমিকম্পৰ ফলত নহয়, হিমবাহৰ হ্ৰদ ফটাৰ ফলতহে এই ভয়াৱহ বানৰ উদ্ভৱ হয় বুলি মার্কিন ভূতাত্বিক জৰীপে দাবী কৰিছে।

আনহাতে, নেপালৰ উচ্চস্তৰীয় চৰকাৰী সূত্ৰই সদৰী কৰা অনুসৰি এই বানত ৫০ সহস্রোধিক লোক ক্ষতিগ্রস্ত হৈছে। একেদৰে সা-সম্পত্তিৰো বিস্তৰ ক্ষতিসাধন হৈছে। বানৰ ভয়াৱহতা লক্ষ্য কৰি বহুতে মন্তব্য কৰিছে যে এই বানত মৃতৰ সংখ্যা কে’বা সহস্র হোৱাৰ আশংকা আছে।

# এটা দৈত্যকায় শিলে চুৰৰ্মাৰ কৰিলে অনেক সা-সম্পত্তি

তিব্বত পৰ্বতৰ পৰা বানৰ পানীয়ে উটুৱাই অনা এটা দৈত্যকায় শিলে এফালৰ পৰা বহু সা-সম্পত্তি নষ্ট কৰে। শিলটোৰ খুন্দাত বহু ঘৰ-দুৱাৰ ভাঙি পৰে। স্বাভাৱিকতে এই দৈত্যকায় শিল কেনেদৰে পানীত ভাহি থাকিল তাক লৈ বহুতে আশ্চর্য প্রকাশ কৰিছে। ইয়াৰ লগতে একাংশই মন্তব্য কৰিছে যে নৈৰ সোঁত ভয়ংকৰ হ’লে প্রকাণ্ড শিলো পানীত ভাহি উঠে।

আনহাতে, প্ৰকৃতিৰ ৰোষত পৰা দেশখনৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহত এতিয়া মাথোঁ কান্দোনৰ ৰোলহে শুনিবলৈ পোৱা গৈছে। প্রাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি এই বানত তিব্বত সীমান্তৰ স্থল বন্দৰ জিৰঙৰো বিস্তৰ ক্ষতিসাধন হয়। সর্বাধিক ক্ষতিগ্রস্ত হয় সীমান্তৰ অঞ্চলসমূহ। এই সম্পৰ্কত ইণ্টাৰনেচনেল ফেডাৰেছন অৱ বেড ক্ৰছ এণ্ড ৰেড ক্রেছেন্ট ছ’চাইটিৰ নেপাল শাখাৰ মুৰব্বী ডেভিদ ফিছাবে কয়, ‘এই ভয়াৱহ বানত অনেক গাঁও আৰু বজাৰ অঞ্চল সম্পূর্ণরূপে নিশ্ছিন্ন হয়।’ দেশখনৰ এই আকস্মিক বানৰ ভয়াৱহ অৱস্থাৰ বহু ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমতো শ্বেয়াৰ হৈছে।

এইসমূহত বানৰ ভয়াৱহতা কেনে আছিল সেয়া ফুটি উঠিছে। চৰকাৰী তথ্য মতে বানৰ কৱলত পৰা এই চাৰি জিলাৰ ভিতৰত সৰ্বাধিক ক্ষয়-ক্ষতি হয় বাসুয়া জিলাত। অবশ্যে নুৱাকট, ধাদিং আৰু চিতাৱন জিলাৰ ক্ষয়-ক্ষতিও প্ৰচুৰ বুলি উদ্ধাৰকাৰীয়ে প্ৰকাশ কৰিছে। আনহাতে এই বানৰ পাছত নৈপৰীয়া লোকসকলক নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ নেপাল চৰকাৰে নিৰ্দেশ জাৰি কৰিছে।

# অহা মাহলৈকে দক্ষিণ এছিয়াত প্রাণঘাতী বানৰ আশংকা

কেৱল নেপালে নহয়, ভাৰতকে ধৰি সমগ্র দক্ষিণ এছিয়াবাসী অহা মাহলৈকে প্রাকৃতিক দুর্যোগক লৈ সতর্ক হৈ থকা উচিত বুলি একাংশ ভূতত্ত্ববিদে মন্তব্য কৰিছে। এই ভূতাত্ত্বিকসকলৰ মতে মৌচুমী বায়ুৰ প্ৰভাৱত অহা ছেপ্টেম্বৰলৈকে দক্ষিণ এছিয়াত প্রবল বৃষ্টিপাত অব্যাহত থকাৰ আশংকা আছে। গতিকে অহা মাহলৈকে এই বৃহত্তৰ অঞ্চলত প্রবল বান আৰু ভূস্খলনৰ ঘটনা সংঘটিত হ’ব পাৰে। জলবায়ু পৰিৱৰ্তনৰ ফলত পৰিৱেশ সলনি হৈছে। গতিকে দক্ষিণ এছিয়াৰ বিভিন্ন স্থানত অহা এমাহ পর্যন্ত বান-ভূস্খলনৰ দৰে ভয়াবহ প্রাকৃতিক দুর্যোগ সৃষ্টিৰ আশংকা আছে। উল্লেখ্য যে এইবাৰ মৌচুমী বতাহ পলমকৈ আহে।

যোৱা জুলাইত অহা মৌচুমী বায়ুৰ ফলত অসমকে ধৰি ভাৰতৰো বিভিন্ন স্থানত বৰষুণ অব্যাহত আছে। সম্প্রতি বতৰ বিজ্ঞানীসকলে ধাৰণা কৰিছে যে এই মৌচুমী বায়ু প্ৰৱাহ অহা মাহলৈকে অব্যাহত থাকিব। অৰ্থাৎ বৰষুণ হৈ থকাৰ প্ৰবল সম্ভাৱনা আছে। লক্ষ্যণীয় যে অসমকে ধৰি দেশৰ বিভিন্ন স্থানত বাৰিষাৰ মাহকেইটাত মৌচুমী বায়ুৰ ফলত বৰষুণ হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: breking newsInternational Newslatest newsnepal floodnews update
publisher

publisher

Related Posts

স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী
India

September 9, 2026
অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা
India

অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

September 9, 2026
Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক
Assam

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

September 9, 2026
ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা
Assam

ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

September 9, 2026
ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন
India

ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

September 9, 2026
Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d