Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

    নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Pakistan-Afghanistan War Updates: পবিত্ৰ ৰমজান মাহত দুই চুবুৰীয়া ৰাষ্ট্ৰৰ ভয়ংকৰ যুদ্ধ

পাকিস্তান-আফগানিস্তানৰ মাজত আৰম্ভ প্ৰত্যক্ষ যুদ্ধ, পাকিস্তানৰ দাবী পাকিস্তানৰ এয়াৰষ্ট্ৰাইকত ১৩৩ আফগান তালিবানৰ মৃত্যু, আফগানিস্তানৰ দাবী পাকিস্তানৰ ৫৫ সৈনিক নিহত

publisher by publisher
February 27, 2026
in International
Reading Time: 1 min read
0
Pakistan-Afghanistan War Updates: পবিত্ৰ ৰমজান মাহত দুই চুবুৰীয়া ৰাষ্ট্ৰৰ ভয়ংকৰ যুদ্ধ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Kathmandu: নেপালত ভূমিকম্পৰ ফলত নহয়, হিমবাহ ফটাৰ ফলতহে এই আকস্মিক বান

Isreal- Iran War Update:ক্ৰমাৎ মধ্যপ্রাচ্যৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ

Air India plane Crashed Update: স্বামীক লগ পোৱাৰ সপোন-আশা বিমানৰ ছাইত বিলীন হ’ল

Pakistan-Afghanistan War Updates:

মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত যুদ্ধ সংঘটিতৰ আশংকা প্ৰকট হৈ থকাৰ সময়তে এইবাৰ পাকিস্তান-আফগানিস্তানৰ মাজত আৰম্ভ হ’ল যুদ্ধ ৷ পবিত্ৰ ৰমজান মাহত দুই চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত সংঘটিত ভয়ংকৰ যুদ্ধত চিন্তাম্বিত হৈ পৰিছে বিশ্ব সম্প্ৰদায় ৷

ADVERTISEMENT

নিশা পাকিস্তানৰ তৰফৰ আৰম্ভ হোৱা এয়াৰষ্টাইকত ১৩৩ আফগান তালিবানৰ মৃত্যু হোৱাৰ লগতে ২০০ৰো অধিক আহত হয় ৷ একেদৰে ২৭টা সামৰিক চকী ধ্বংস কৰি ৯ তালিবাণীসামৰিক চকী দখল কৰি ৮০ খনতকৈও অধিক টেংক, আর্টিলাৰী, সাজসজ্জিত বাহন ধ্বংস কৰাৰ দাবী কৰিছে পাক চৰকাৰে ৷ ইয়াৰ বিপৰীতে আফগানিস্তানৰ দাবী তেওঁলোকৰ প্ৰত্যক্ষ আক্ৰমণত পাকিস্তানৰ ৫৫ সৈনিক নিহত হোৱাৰ লগতে ভূপতিত কৰিছে পাকিস্তানৰ এখন যুদ্ধ জেট আৰু ১৯টা সামৰিক চকী ধ্বংস কৰাৰ লগতে দুটা ঘাটি দখল কৰিছে।

শেহতীয়া প্ৰাপ্ত খবৰ অনুসৰি পাকিস্তান আৰু আফগানিস্তানৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে। পাকিস্তানী সেনাই শুকুৰবাৰে পুৱতি নিশা কাবুল, কান্দাহাৰ, পাকতিয়াত বিমান আক্ৰমণ চলাই তালিবানে সীমান্ত চকীত বৃহৎ আক্ৰমণ চলায়। দুয়োপক্ষৰ পৰা প্ৰতিশোধমূলক গুলীচালনাই উত্তেজনা বৃদ্ধি কৰিছে৷ পাকিস্তানী ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে দেশখনক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ বিপৰীতে তালিবানেও তীব্ৰতৰ আক্ৰমণ অব্যাহত ৰাখিছে।

ইফালে তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কঠোৰ প্ৰতিশোধৰ সকীয়নি দিয়ে। আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে নিশা পাকিস্তানী বাহিনীয়ে আফগান ভূখণ্ডত আক্ৰমণ চলাই মহিলা আৰু শিশুক হত্যা কৰে ম। মন্ত্ৰালয়ৰ মতে, আফগান বাহিনীয়ে পাক্তিকা, পাকটিয়া, খোষ্ট, নাংগাৰহৰ, কুনাৰ, আৰু নুৰিস্তান প্ৰদেশত প্ৰতিশোধ লয় আৰু পাকিস্তানী সৈন্যক পিছুৱাই দিয়ে। এই যুদ্ধত দুটা সামৰিক ঘাটি আৰু ১৯টা চকী দখল কৰা হয় আৰু চাৰিটা ঘাটিৰ পৰা পাকিস্তানী সৈন্যই পলায়ন কৰে।

দুয়োখন দেশৰ সংঘাতৰ মাজতে কাটাৰৰ যুদ্ধবিৰতিৰ বাবে পদক্ষেপ আগবাঢ়িছে যদিও বিশেষ ফলৱতী হোৱাৰ আশা নাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: news updatePakistan-Afghanistan War
publisher

publisher

Related Posts

নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান
International

October 9, 2026
কানাডাৰ কবি-লেখিকা অনুবাদক এন কাৰ্ছনলৈ সাহিত্যৰ ন’বেল বঁটা

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও

October 8, 2026
মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি
International

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

October 8, 2026
চিকিৎসালৈ বৈপ্লৱিক সংযোজন ঘটাই ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা জয়
International

চিকিৎসালৈ বৈপ্লৱিক সংযোজন ঘটাই ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা জয়

October 8, 2026
আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ
International

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

October 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d