Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APCC:কোন দিশে প্ৰদেশ কংগ্ৰেছ !

কোনেও নুশুনে কাৰো কথা ! দলীয় খামখেয়ালিত দিশহাৰা কংগ্ৰেছ

publisher by publisher
April 21, 2023
in Assam, India, News
Reading Time: 2 mins read
0
APCC:কোন দিশে প্ৰদেশ কংগ্ৰেছ !
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

APCC:
বেমেজালিত একপ্ৰকাৰ অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্রদেশ কংগ্ৰেছত। দলত বিশ্বাস-অবিশ্বাস, সন্দেহৰ পৰিৱেশ ইমানে গভীৰ হৈছে যে স্বয়ং সভাপতিয়ে অসহায়তা প্রকাশ কৰিবলৈ বাধ্য হৈছে। যি সময়ত শাসক দলৰ উপৰি অন্যান্য বিৰোধী দলেও আহি থকা নিৰ্বাচনৰ বাবে নিজক সাজু কৰাৰ বাবে তৎপৰ হৈছে সেই সময়ত আভ্যন্তৰীণ বেমেজালিয়ে দিশহাৰা কৰিছে প্ৰদেশ কংগ্রেছক।

সেয়েহে নির্বাচনী প্রস্তুতি চলোৱাতো বাধাৰ সৃষ্টি হৈছে। দলৰ একাংশ নেতাৰ ক্ষমতা লিপ্সা, শাসক দলৰে মিলি নিজৰ দলক বিশ্বাসঘাতকতা, নেতৃত্বৰ প্ৰতি অনাস্থা আদিৰ ফলতে এনে অৱস্থাৰ সৃষ্টি হোৱা বুলি দলৰ শীৰ্ষ সূত্ৰই “দৈনিক অগ্ৰদূতৰ আগত মন্তব্য কৰে।

ADVERTISEMENT

আনকি সভাপতি ভূপেন বৰাই মন্তব্য কৰিবলৈ বাধ্য হৈছে যে দলটোৰ কিছুমান মানুহে জ্ঞাতে অথবা অজ্ঞাতে কংগ্ৰেছক নিশকটীয়া কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। অর্থাৎ দলটোৰ একাংশ নেতাই যে নামত কংগ্ৰেছত থাকিও বিজেপিৰ হৈ কাম কৰি আহিছে সেয়া স্পষ্ট।

এই প্ৰসংগত সূত্ৰটোৱে মন্তব্য কৰে যে প্ৰদেশ কংগ্ৰেছক শৃংখলিত কৰি শক্তিশালীকৰণত ৰাষ্ট্ৰীয় নেতৃত্বৰো যথোচিত গুৰুত্ব নাই । সূত্ৰটোৱে কয়, ‘তেওঁলোকে কেৱল ওপৰৰ পৰা কিছুমান নিৰ্দেশ দি থাকে। অসমলৈ আহিলেও কেৱল ক’ব লাগে বাবেহে কিছুমান উপদেশবাণী দি গুচি যায়।

দলটোৰ মজিয়াত প্ৰকৃততে কি হৈছে, তাক অনুধাৱন কৰাৰ কোনো চেষ্টা নকৰে। অনুশাসনহীনতা ইমানে বৃদ্ধি হৈছে যে ভাল হওক, বেয়া হওক প্রদেশ কংগ্ৰেছৰ সভাপতিৰ কথাও শুনিবলৈ কোনো দাযৱদ্ধ নহয়। সেই কাৰণে সভাপতিয়ে আনুষ্ঠানিকভাৱে দিয়া নির্দেশো পালন কৰা নহয়। ফলত দলৰ ক্ষতি কৰা একেবোৰ কাণ্ড বাৰে বাৰে ঘটি আহিছে।

‘ সভাপতিৰ কথা নুশুনা বিষয়টোতে ভূপেন বৰাই ‘দৈনিক অগ্রদূত’ক কয়, ‘মই চক্ৰবেহুত সোমাই পৰিছো। কাৰ বিৰুদ্ধে কি ব্যৱস্থা ল’ম? কোনে ক’ত দলৰ ক্ষতি কৰি আছে ঠিকনা নোহোৱা হৈছে। কিছুমান মানুহক চিনাক্ত কৰিছো। প্ৰমাণ নোহোৱাৰ বাবেহে ব্যৱস্থা ল’ব পৰা নাই। দলৰ ক্ষতি নকৰিবলৈ কোৱাৰ পাছতো, সভাপতি হিচাপে নিৰ্দেশ দিয়াৰ পাছতো কিছুমানে সেই কথা পালন নকৰে।”

সভাপতি বৰাৰ বক্তব্যতে এই কথাও স্পষ্ট হয় যে প্রদেশ কংগ্ৰেছৰ বিধায়িনী দলৰ মাজতো আছে বিশ্বাসঘাতক‘ বিধায়ক। বৰাই কয় যে দলৰ সাম্প্রতিক বিষয়বোৰ আলোচনাৰ বাবে কালি বিধায়িনী দলৰ এখন অতি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছিল। অতি গোপনীয় সভাখনৰ তথ্য কিছু সময়ৰ পাছতে ৰাজহুৱা হয়। বিধায়কৰ বাদে সভাখনৰ তথ্য কোনেও প্রকাশ কৰিব নোৱাৰে বুলি বৰাই উল্লেখ কৰে।

ৰাষ্ট্ৰপতিৰ নিৰ্বাচন প্রক্রিয়া, ৰাজ্যসভাৰ নিৰ্বাচনতো কংগ্ৰেছৰ একাংশ বিধায়কে দলক বিশ্বাসঘাতক কৰা বুলি অভিযোগ উঠিছিল। পৰৱৰ্তী সময়ত দলৰ অনুসন্ধানত অভিযোগৰ সত্যতাও স্পষ্ট হয়। বিশ্বাসঘাতক বিধায়কৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি দলীয় নেতৃত্বই হুংকাৰ দিছিল; অথচ সেই হুংকাৰ বাস্তৱত গালো বালো খোলাকটিৰ তালত পৰিণত হয়।

একমাত্র উপযুক্ত প্ৰমাণৰ অভাৱতে দৃঢ় সন্দেহ কৰা বিধায়কৰ বিৰুদ্ধে দলীয় নীতি অনুসৰি ব্যৱস্থা গ্ৰহণ সম্ভৱ নহ’ল। এই প্ৰসংগত সূত্ৰটোৱে কয়, ‘বিভিন্ন তথ্যৰ ভিত্তিত আমি বিশ্বাসঘাতক বিধায়কক চিনাক্ত কৰিছো; কিন্তু তেওঁলোকক দোষী সাব্যস্ত কৰিব পৰাকৈ আমাৰ হাতত প্ৰমাণ নাই।

এই দুৰ্বলতাৰ সুযোগ সংশ্লিষ্টসকলে বাৰে বাৰে লৈছে। সেইসকল বিধায়কে কংগ্ৰেছত থাকি কংগ্ৰেছ বিৰোধী দলৰ হৈ কাম কৰি আহিছে। পোনপটীয়াকৈ ক’বলৈ গ’লে কংগ্ৰেছৰ বিধায়ক হৈও তেওঁলোক বিজেপিৰ এজেন্টৰ কাম কৰি আছে। সেই কাৰণে কংগ্ৰেছৰ দলীয় গোপন বৈঠকৰ তথ্যও বিজেপিয়ে লাভ কৰে। এনে পৰিস্থিতিক লৈ অসহায়তা প্ৰকাশ কৰাটো সভাপতি বৰাৰ বক্তব্যতে স্পষ্ট হৈছে।

ইপিনে, ৰাজ্যিক শীৰ্ষ স্তৰত সৃষ্টি হোৱা এনে খামখেয়ালিৰ প্ৰভাৱ দলৰ তৃণমূলৰ ওপৰতো পৰিছে। সূত্ৰটোৱে কয় যে বিজেপিৰ প্ৰতি অতিষ্ঠ হৈ সাধাৰণ লোকৰ মাজত কংগ্ৰেছৰ প্ৰতি আকর্ষণ লাহে লাহে বৃদ্ধি হৈছে। তদুপৰি দলৰ তৃণমূলৰ কৰ্মীৰ মাজতো এক ধৰণৰ উৎসাহ বাঢ়িছে।

বিশেষকৈ ভাৰত জোড়ো কাৰ্যসূচীৰ পাছত এনে পৰিৱৰ্তন দললৈ আহিবলৈ ধৰিছিল; কিন্তু তাৰ মাজতে শীর্ষ পর্যায়ত ইমানে খামখেয়ালি বৃদ্ধি হয় যে তাৰ প্ৰভাৱ তৃণমূললৈও বিয়পি যায়। তেনে খামখেয়ালি বন্ধ কৰাৰ তৎপৰতা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ মাজত গঢ়ি নুঠিল। ফলস্বৰূপে দলৰ সংগঠনত মাধমাৰ পৰিবলৈ ধৰে।

তদুপৰি শীর্ষ নেতাৰ দলবিৰোধী কাৰ্যৰ ইটোৰ পাছত সিটো তথ্য ওলাবলৈ ধৰাটো সংগঠনত পুনৰ মাধমাৰ পৰিবলৈ আৰম্ভ কৰে। সভাপতি ভূপেন বৰাই এই প্রসংগতে অসহায় মন্তব্য কৰিছে— ‘দোষী কোন চিনি পাওঁ, অথচ ব্যৱস্থা ল’ব নোৱাৰো।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ankita DuttaAPCCBhupen BoraM. SRI NIVAS
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d