Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

    মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

    সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bamonimaidam Fire:বামুণীমৈদামৰ ৰেলৱে কল’নী বজাৰত সাতখন দোকানত অগ্নিসংযোগ

ধনৰ বিনিময়ত বজাৰত অগ্নিসংযোগ কৰিবলৈ পাঁচজনক দায়িত্ব দিছিল

publisher by publisher
June 27, 2025
in Assam, News
Reading Time: 1 min read
0
Bamonimaidam Fire:বামুণীমৈদামৰ ৰেলৱে কল’নী বজাৰত সাতখন দোকানত অগ্নিসংযোগ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

Sri Bhumi:গণৰাজ্য দিৱসৰ পূৰ্বে বাংলাদেশৰ সীমান্তত বিস্ফোৰক সামগ্রী সহ গ্ৰেপ্তাৰ যুৱকক

Guwahati:মহানগৰীৰ স্পা চেলুনত আৰক্ষীৰ অভিযান

Bamonimaidam Fire:

গুৱাহাটীৰ চান্দমাৰি আৰক্ষী থানাৰ অধীনৰ বামুণীমৈদাম ৰেলৱে কল’নী বজাৰত যোৱা দুদিনৰ ভিতৰত দুর্বৃত্তই কমেও সাতখন দোকানত অগ্নিসংযোগ কৰা ঘটনাক লৈ ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

ADVERTISEMENT

এই দুষ্কাৰ্যৰ লগত জড়িত থকাৰ অভিযোগত এজন লোকক ৰাইজৰ সহযোগত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে। তাৰ মাজতে যোৱা নিশা ৰাইজে কৰায়ত্ত কৰা এজন লোকক উদ্ধাৰ কৰিবলৈ যাওতে একাংশ লোকৰ দ্বাৰা আৰক্ষী ওলোটাই আক্ৰমণৰ সম্মুখীন হয়।

যোৱা দুদিনত বজাৰখনৰ সাতখন দোকানত অগ্নিসংযোগৰ ঘটনাক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হয়। ইয়াকে লৈ বজাৰখনৰ ব্যৱসায়ীসকলে নিজাববীয়া তৎপৰতা অব্যাহত ৰাখি বৃহস্পতিবাৰে নিশা সন্দেহজনক অবস্থাত ঘূৰা-ফুৰা কৰি থকা এজন লোকক কৰায়ত্ত কৰে। সেইজনৰ লগত থকা আন চাৰিজনে বজাৰৰ পৰা দৌৰি পলায়ন কৰে।

সেই অনুসৰি উপর্যুপৰি প্ৰশ্ন কৰাত লোকজনে নিজৰ নাম ছফিকুল আলী বুলি প্রকাশ কৰে। মঙলদৈৰ বাসিন্দা বুলিও কয়। শতাধিক ব্যৱসায়ী আৰু অন্যান্য লোকে ঘেৰি ধৰাত ছফিকুলে কয় যে তেওঁলোকে জুই লগাবলৈ তালৈ আহিছিল। তেওঁলোক মুঠ পাঁচজন আছিল। বজাৰত অগ্নি সংযোগ কৰাৰ বাবে প্রত্যেককে আঠ হেজাৰ টকাকৈ দিয়া হৈছিল। অৱশ্যে কোনে এনে কামৰ বাবে ধন দিছিল সেই তথ্য ছফিকুলে প্রকাশ কৰিব নোৱাৰিলে।

ইপিনে, বজাৰখনত ইয়াকে লৈ সৃষ্টি হোৱা হুলস্থুলৰ খবৰ লাভ কৰি চান্দমাৰি আৰক্ষীৰ এটা দল উপস্থিত হয়। আৰক্ষীয়ে ৰাইজে এটা খুঁটাত বান্ধি থোৱা ছকূিলক উদ্ধাৰ কৰিবলৈ আগবাঢ়ে, কিন্তু একাংশ উত্তেজিত লোকে আৰক্ষীক বাধা প্রদান করে। তৎসত্ত্বেও আৰক্ষীয়ে ছফিকুলক উদ্ধাৰৰ লগতে উত্তেজনাপূর্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। তাৰ ফলত আৰক্ষী আৰু ৰাইজৰ মাজত খণ্ডযুদ্ধও লাগে। উত্তেজিত একাংশ লোকে আৰক্ষীলৈ শিল নিক্ষেপ কৰে। অৱশ্যে তাৰ মাজতে আৰক্ষীয়ে ছফিকুলক উদ্ধাৰ কৰি থানালৈ লৈ যায়। ইপিনে, আৰক্ষীক আক্ৰমণৰ অভিযোগত দুর্গেশ গুপ্তা নামৰ এজন লোকক আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে ধৃত ছফিকুলৰ জেৰা অব্যাহত ৰাখিছে |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bamonimaidam FireChandmari Policeone person arrested
publisher

publisher

Related Posts

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ
Assam

গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

September 3, 2026
আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ
Assam

আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

September 3, 2026
মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ
Assam

মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

September 3, 2026
সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা
International

সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d