Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Good news for the Deaf People:বাক্‌শক্তিহীনলৈ সুখবৰ আনিছে অষ্ট্ৰেলিয়াৰ বিজ্ঞানীয়ে !

মনৰ ভাব লিখিব কৃত্রিম বুদ্ধিমত্তাই: মস্তিষ্কৰ তৰংগক শব্দলৈ ৰূপান্তৰৰ যন্ত্ৰ উদ্ভাৱন

publisher by publisher
July 3, 2025
in News, International
Reading Time: 2 mins read
0
Good news for the Deaf People:বাক্‌শক্তিহীনলৈ সুখবৰ আনিছে অষ্ট্ৰেলিয়াৰ বিজ্ঞানীয়ে !
1
SHARES
10
VIEWS
ShareShareShareShare

Good news for the Deaf People:

বাক্‌শক্তিহীন অর্থাৎ কথা ক’ব নোৱাৰা ব্যক্তিসকললৈ সুখবৰ অনা বুলি দাবী কৰিছে অষ্ট্ৰেলিয়াৰ একাংশ গৱেষক-বিজ্ঞানীয়ে। ছিডনী বিশ্ববিদ্যালয়ৰ এই গৱেষক বিজ্ঞানীসকলে কৃত্রিম বুদ্ধিমত্তা (এআই) যুক্ত এনে এটা যন্ত্ৰ তৈয়াৰ কৰা বুলি দাবী কৰিছে যে যি যন্ত্রই এজন ব্যক্তিৰ মনৰ ভাব ভাষাৰে লিখিব পাৰে। অর্থাৎ এই যন্ত্রই মনক পঢ়িব পাৰে।

ADVERTISEMENT

দৰাচলতে মস্তিষ্কৰ তৰংগক শব্দলৈ ৰূপান্তৰিত কৰিব পাৰে এই যন্ত্রই। এই যন্ত্র এলন মাস্কৰ ‘ব্রেইন চিপ’তকৈও উন্নত বুলি সংশ্লিষ্ট বিজ্ঞানীসকলে দাবী কৰিছে। বিজ্ঞানীসকলৰ মতে, এই যন্ত্ৰৰ সহায়ত মানুহৰ মন পঢ়িব পাৰি। হেলমেটৰ দৰে এই যন্ত্র এজন ব্যক্তিক পিন্ধোৱা হয়। ইয়াৰ লগে লগে যন্ত্ৰত ব্যক্তিজনৰ মনৰ ভাব প্রকাশ পায়। এই যন্ত্ৰৰ সহায়ত মনৰ ভাব বুজাৰ ক্ষেত্রত ৬০ শতাংশ সফল হোৱা বুলিও বিজ্ঞানীসকলে দাবী কৰিছে।

RelatedPosts

স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

AI:কৃত্রিম বুদ্ধিমত্তা প্রয়োগৰে এক শিক্ষা ৰবট পল’ৰ উদ্ভাৱনৰে চমক তেজপুৰৰ ছাত্ৰ শ্ল’কৰ

Artificial intelligence:২০৪৫ৰ ভিতৰত অধিকাংশ কামতে প্রয়োজন শেষ হ’ব মানুহৰ !

m2এই যন্ত্র চিকিৎসা বিজ্ঞানৰ বিভিন্ন কামত ব্যৱহাৰ কৰিব পৰা হ’ব বুলিও বিজ্ঞানীসকলে দাবী কৰিছে। উদাহৰণস্বৰূপে স্ট্রোকত কোনো ব্যক্তিয়ে বাক্‌শক্তি হেৰুৱালে তেনে এজন ব্যক্তিৰ মনৰ ভাব বুজাত এই যন্ত্ৰ ব্যৱহাৰ কৰিব পৰা যাব। একেদৰে অটিষ্টিক শিশুৰ ক্ষেত্রত চিকিৎসকে এই যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰিব। তদুপৰি আন কোনো কাৰণত বাশক্তি হেৰুৱাই পেলোৱা ব্যক্তিৰ স্পীচ থেৰাপিৰ ক্ষেত্ৰতো এই যন্ত্রবিধ ব্যৱহাৰ কৰিব পৰা যাব। আনকি জীনগত জটিল ৰোগ, অট’ইমিউন ৰোগ আদিত আক্রান্তসকলৰ ক্ষেত্ৰতো এই যন্ত্ৰ ব্যৱহাৰ কৰিব পৰা হ’ব বুলি সংশ্লিষ্ট গৱেষক বিজ্ঞানীসকলে দাবী কৰিছে।

অৱশ্যে এই সম্পর্কত অধিক গৱেষণাৰ প্ৰয়োজন বুলি একাংশ বিজ্ঞানীয়ে মত পোষণ কৰিছে। উল্লেখ্য যে এলন মাস্কৰ ব্ৰেইন চিপ মগজুৰ ভিতৰত স্থাপন কৰা হয়। ছিডনী বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীৰ দলটোৱে উদ্ভাৱন কৰা যন্ত্ৰবিধ মগজুত স্থাপনৰ প্রয়োজন নাই। তাৰ পৰিৱৰ্তে হেলমেটৰ দৰে এই যন্ত্ৰ ৰোগীয়ে পৰিধান কৰিলেই হয়। যন্ত্রবিধ ১২৮ টা ইস্ট্রেটডযুক্ত এটা টুপী সদৃশ। ইয়াৰ নাম ইলেক্ট্র’ এনচেফালোগ্রাম। এই টুপী আকৃতিৰ যন্ত্ৰৰ মাজত চেন্সৰ আৰু ৰিপৰ্ট কৰা যন্ত্ৰ থাকে।

মস্তিষ্কৰ স্নায়ুৰ মাজত চিন্তা-ভাবনাৰ যি তৰংগ প্ৰৱাহিত হয় সেইসমূহ এই যন্ত্ৰৰ ৰেকৰ্ড যন্ত্ৰটোত ৰেকৰ্ড হয়। পাছত এইসমূহ কম্পিউটাৰত ডিক’ড কৰা হ’য়। ইয়াৰ জৰিয়তে ব্যক্তিজনৰ মনৰ ভাবনা জানিব পৰা হয়। অর্থাৎ ভাব-চিন্তাৰ তৰংগক এই যন্ত্রই শব্দলৈ ৰূপান্তৰ কৰে। এই শব্দ লিখি উলিওৱাৰ বাবে আৰু এটা যন্ত্ৰ ব্যৱহাৰ কৰা হয়। এই যন্ত্ৰৰ নাম ডিঅ’য়েভ।

এই যন্ত্রটো এআইযুক্ত হৈ থাকে। ইয়াৰ বলত ব্যক্তিজনৰ মনৰ ভাব বুজিব পৰা হয়। এই তিনিটা কাম পৰিচালনা কৰাৰ বাবে যন্ত্রটোত লেংগুরেজ মডেল আছে। ইয়াৰ দ্বাৰা ভাষাগত অসুবিধা দূৰ কৰা হয়। অৰ্থাৎ ব্যাকৰণৰ ভুল আঁতৰোৱাৰ ব্যৱস্থা কৰে এই যন্ত্রই। অৱশ্যে এই যন্ত্র কেৱল বাক্‌শক্তিহীন ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হ’ব। আন মানুহৰ মনৰ ভাব বুজাৰ ক্ষেত্ৰত যন্ত্ৰটো ব্যৱহাৰ কৰিবলৈ দিয়া নহয় বুলি সংশ্লিষ্ট বিজ্ঞানীসকলে প্রকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Artificial IntelligenceSydney universitythoughts of the mind
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d