Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Eviction Drive:উত্তেজনাৰ মাজত পাইকানত উচ্ছেদ অভিযান

১,০৩৮ বিঘা ভূমিত ১,০৮০টা পৰিয়ালৰ মুঠ ২,৪৫২টা বাসগৃহ-দোকান ঘৰ-আঠটা মছজিদ উচ্ছেদ, ঘৰ ভাঙি পেলোৱাতকৈ, আমাক মাৰি পেলাওক: আত্মহত্যাৰ চেষ্টা ভুক্তভোগীৰ

publisher by publisher
July 13, 2025
in Assam, News
Reading Time: 2 mins read
0
Eviction Drive:উত্তেজনাৰ মাজত পাইকানত উচ্ছেদ অভিযান
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Eviction Drive in Hailakandi:হাইলাকান্দিৰ সংৰক্ষিত বনাঞ্চলত পুৱাৰে পৰা আৰম্ভ প্ৰশাসনৰ উচ্ছেদ অভিযান

Eviction Drive:বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বেদখলিকৃত ভূমিত উচ্ছেদ অভিযান আৰম্ভ

Eviction Drive in Doboka:নৱবৰ্ষৰ দ্বিতীয়টো দিনতে ডবকাৰ মৌডংগা সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান

Eviction Drive:

বহুচর্চিত গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলত শনিবাৰৰ পৰা অব্যাহত আছে চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। ভুক্তভোগী পৰিয়ালৰ কান্দোন-কাতৰ আহ্বানক নেওচি বিশাল আৰক্ষী-নিৰাপত্তাৰক্ষী দলৰ উপস্থিতিত কমেও ৪৩খন এক্সকেভেটৰে এফালৰ পৰা ধ্বংস কৰি গ’ল এটাৰ পাছত আন এটাকৈ বাসগৃহ।

ADVERTISEMENT

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি গোৱালপাৰাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ অধীনৰ বিদ্যাপাৰা আৰু বেতবাৰীত অবৈধভাৱে বসতি কৰি থকাৰ অভিযোগত প্ৰায় ১,০৩৮ বিঘাৰ ভূমিত  জিলা প্রশাসনে উচ্ছেদ অভিযান চলায়। এই অভিযানত বেতবাৰী, ঘাটডোবা আৰু বিদ্যাপাৰা অঞ্চলৰ ১,০৮০টা পৰিয়ালৰ ২.৪৫২টা পকী-কেঁচা বাসগৃহ, দোকান গৃহৰ লগতে আঠটা মছজিদ উচ্ছেদ কৰা হয় বুলি প্রশাসনে সদৰী কৰিছে।

উল্লেখ্য যে এই অঞ্চলবাসীক ১০ জুলাইৰ ভিতৰত ঘৰ খালী কৰিবলৈ জিলা প্রশাসনে মাইকযোগে ঘোষণা কৰিছিল আৰু সেই অনুসৰি বহু পৰিয়ালে ইতিমধ্যে ঘৰ খালী কৰিছিল। শুকুৰবাৰৰ দিনটোতে প্রশাসনে উচ্ছেদ চলোৱাৰ কথা আছিল যদিও ইছলামধর্মী লোকসকলৰ জুম্মা নামাজৰ দিন হোৱাৰ বাবে উচ্ছেদ চলোৱা হোৱা নাছিল। ফলত শনিবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা উচ্ছেদ অভিযান প্রথমে শান্তিপূর্ণভাবে আৰম্ভ হৈছিল যদিও পৰৱৰ্তী সময়ত পৰিস্থিতি উত্তপ্ত হৈ পৰে। প্ৰায় ১৫শ নিৰাপত্তাৰক্ষীৰ উপস্থিতিত ৪৩খন এক্সকেভেটৰ ছটা গোটত বিভক্ত হৈ পৰিয়ালসমূহৰ কান্দোন-কাতৰ চিঞৰৰ মাজত উচ্ছেদ অভিযান আগুৱাই নিয়াৰ সময়তে একাংশ উত্তেজিত জনতাই প্রতিবাদ সাব্যস্ত কৰে আৰু উচ্ছেদস্থলী উত্তাল হৈ পৰে।

তাৰ মাজতে চকুৰ সন্মুখতে আপোন ঘৰখন তচনচ হৈ যোৱাটো সহ্য কৰিব নোৱাৰি ফয়জল আলী নামৰ এজন লোকে ডিঙিত ৰছী লগাই আত্মহত্যাৰ অপচেষ্টাও চলাইছিল যদিও স্থানীয় লোকৰ তৎপৰতাত তেওঁক উদ্ধাৰ কৰি ততালিকে চিকিৎসালয়ত ভর্তি কৰোৱা হয় ইয়াকে লৈ স্থানীয় পৰিয়ালসমূহ অধিক উত্তেজিত হৈ পৰে আৰু চৰকাৰ-প্ৰশাসনক উদ্দেশি বিৰূপ মন্তব্য কৰিবলৈ ধৰে।

তাৰ মাজতে বিৰূপ আৰু উচটনিমূলক বক্তব্য দিয়াৰ অভিযোগত ছামনুৰ আলী নামৰ এজনক আৰক্ষীয়ে আটক কৰি পৰিস্থিতি নিয়ন্ত্রণলৈ আনে। সমান্তৰালভাৱে প্রশাসনে উচ্ছেদস্থলীত ১৬৩ ধাৰা জাৰি কৰি ব্লেক কমান্ডো বাহিনী নিয়োজিত কৰি পৰিস্থিতি নিয়ন্ত্রণলৈ আনে। এইদৰেই অন্তিম মুহূর্তত বিদ্যাপাৰা জামে মছজিন্দটো ভাঙি উচ্ছেদ অভিযান সমাপ্ত কৰে জিলা প্রশাসনে।

# বলপূর্বকভাবে নির্দিষ্ট শ্ৰেণীৰ লোকক লক্ষ্য কৰি উচ্ছেদ চলোৱাৰ অভিযোগ

ইফালে, উচ্ছেদৰ সময়ত একাংশ ভুক্তভোগী পৰিয়ালে দাবী কৰে যে অঞ্চলটো পাইকান বনাঞ্চলৰ অন্তৰ্গত নহয়। চৰকাৰে তেওঁলোকক বলপূর্বকভাৱে উচ্ছেদ কৰিছে। একমাত্র সংখ্যালঘু লোক হোৱাৰ বাবেই ‘টার্গেট’ কৰি চৰকাৰে এই উচ্ছেদ কার্য চলাইছে বুলি একাংশই সংবাদমাধ্যমৰ আগত অভিযোগ কৰে। উল্লেখ্য যে উচ্ছেদৰ সময়ছোৱাত ভুক্তভোগী পৰিয়ালৰ একাংশ সদস্যই ‘আমাৰ ঘৰ ভাঙি পেলোৱাতকৈ, মাৰি পেলাওক’, ‘আমি ক’ত থাকিম, বোমা দি মাৰি পেলাওক’ আদি শ্ল’গান তথা চিঞৰি চিঞৰি প্ৰতিবাদ সাব্যস্ত কৰে।

এই প্রতিবাদৰ সময়ছোৱাতে উচটনিমূলক বক্তব্য প্রদান কৰাৰ অভিযোগত হামনুৰ আলী নামৰ লোকজনক আৰক্ষীয়ে আটক কৰে। আলীয়ে মন্তব্য কৰিছিল যে মিঞা নাথাকিলে অসমীয়াৰ অস্তিত্ব নাই। মিঞা লগ হৈহে অসমীয়া জাতি হৈছে। একেদৰে একাংশ উত্তেজিত লোকে আৰক্ষীৰ লগত তর্কযুদ্ধতো লিপ্ত হয়। আৰক্ষীক বন্দুক-লাঠি থৈ আহিবলৈ আহ্বান জনায় উত্তেজিত লোকসকলে। তদুপৰি একাংশই দাবী কৰে যে এই উচ্ছেদৰ বাবে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভা জগৰীয়া। ৰাভাৰ মন্ত্রণাতহে মুখ্যমন্ত্রীয়ে পাইকানত উচ্ছেদ চলাইছে বুলি অভিযোগ কৰে।

#এআইইউডিএফ-কংগ্ৰেছৰ প্রতিনিধি দলক উচ্ছেদস্থলীত প্ৰৱেশত বাধাক লৈ উত্তাল

মানুহক হত্যা কৰি হাতীৰ কাৰণে কলগছ লগাব, এয়া কোন ৰাজ্যৰ কথা

আনহাতে, উচ্ছেদৰ খবৰ লাভ কৰি এআইইউডিএফৰ এটা প্রতিনিধি দলে সংশ্লিষ্ট অঞ্চললৈ বুলি ৰাওনা হৈছিল যদিও দলটোক আদবাটতে আৰক্ষীয়ে বাধা প্রদান কৰাত পৰিস্থিতি উত্তাল হৈ পৰে। দলটোত আছিল ক্রমে বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমী, ড: হাফিজ বফিকুল ইছলাম, নিজানুৰ ৰহমান, মজিবুৰ ৰহমান, আশ্রফুল হুছেইন, চামচুল হুদা আদি। উচ্ছেদিতৰ খবৰ ল’বলৈ যোৱা এআইইউডিএফৰ বিধায়কৰ দলটোক উচ্ছেদস্থলীলৈ যোৱাৰ মূলপথৰ সন্মুখতে বেৰিকেড লগাই আৰক্ষীয়ে বাধা প্রদান কৰে।

এই সময়ছোৱাত দুয়োপক্ষৰ মাজত তীব্র বাকযুদ্ধ হয় আৰু এই বাধা প্রদানক লৈ বিধায়কৰ দলটোৱে প্রতিবাদ সাব্যস্ত কৰে। এই উচ্ছেদ বন্ধ কৰাৰ দাবী কৰি বিধায়ক ৰ ফিকুল ইছলামে সংবাদ মাধ্যমৰ আগত কয়, ‘মানুহক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হৈছে। এই মানুহখিনিৰ জন্ম ইয়াতে, তেওঁলোকৰ মাক-দেউতাকৰ জন্ম ইয়াতে। ১৯৫১ৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম আছে, ১৯৬৫ৰ ভোটাৰ তালিকাত নাম আছে। এয়া ৰাজহ গাঁও হয়, কোনো চৰকাৰী বনাঞ্চল নহয়।

বলপূর্বকভাবে বেইমানী কৰি বনাঞ্চলত ঠাইখিনি অন্তর্ভুক্ত কৰি এই লোকসকলক উচ্ছেদ কৰা হৈছে। গোটেই জীৱনৰ উপার্জিত ধনৰে এটা পঁজা বনাইছে, সেইটোও আজি ভাঙি পেলোৱা হৈছে।’ এই উচ্ছেদস্থলীত হাতীৰ খাদ্য উপযোগী গছ ৰোপণ কৰা হ’ব বুলি প্রশাসনে সদৰী কৰা মন্তব্য সন্দৰ্ভত বিধায়কজনে কয়, ‘হাতীৰ খাদ্যৰ বাবে এই অঞ্চলত গছ লগাব বুলি কৈছে। হাতীক আমিও মৰম কৰো; কিন্তু মানুহক মৃত্যুমুখলৈ ঠেলি, মানুহক হত্যা কৰি হাতীৰ কাৰণে কলগছ লগাব, এয়া কোন ৰাজ্যৰ কথা?’ উচ্ছেদিতৰ খবৰ ল’বলৈ অহা কংগ্ৰেছ বিধায়ক ৰছিদ আলম চৌধুৰী, যাদৱ স্বর্গীয়াৰীকো এআইইউডিএফৰ দলটোৱে ঘৰিয়ালৰ চকুপানী টুকিবলৈ অহা বুলি কটাক্ষ কৰি কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালত পট্টা নিদিয়াৰ বাবেই মানুহখিনিৰ এই অৱস্থা হ’ল বুলি মন্তব্য কৰে।

একেদৰে উচ্ছেদিতৰ খবৰ ল’বলৈ অহা কংগ্রেছ বিধায়ক ৰছিদ আলম চৌধুৰীয়ে কয় যে উচ্চ ন্যায়ালয়ৰ নীতি-নির্দেশনা মানি চলা হোৱা নাই। য’ত পট্টা মাটি আছে, চৰকাৰী আঁচনি দিয়া হৈছে তাত উচ্ছেদ চলোৱা হৈছে ৰাজহ গাঁৱতে চৰকাৰী আঁচনি দিয়ে বুলি তেওঁ উল্লেখ কৰি কয় যে এই অঞ্চলত চৰকাৰী আচনি দিয়া আছে। অংগনৱাড়ীৰ কেন্দ্ৰ আছে। চৰকাৰী ধনেৰে এই পথটোৰ মেৰামতিৰ কাম চলি আছে। বনাঞ্চলৰ মাটি বুলি অপ্ৰচাৰ চলাই ‘টার্গেট’ কৰি এই উচ্ছেদ চলোৱা হৈছে বুলি তেওঁ অভিযোগ কৰে। উল্লেখ্য যে উচ্ছেদস্থলীত ছাত্র মুক্তি সংগ্রাম সমিতি, আম আদমী পার্টি আদিৰো প্রতিনিধি উপস্থিত হৈ উচ্ছেদ বন্ধ কৰি ইতিমধ্যে উচ্ছেদিতক ক্ষতিপূৰণসহ পুনৰ সংস্থাপন দিবলৈ চৰকাৰক দাবী জনায়।

# এই উচ্ছেদে হাতী-মানুহৰ সংঘাত ৰোধ কৰিব বুলি আশা প্ৰশাসনৰ

ইফালে, উচ্ছেদিতৰ স্থানত হাতীৰ খাদ্যৰ বাবে খেতি কৰিব জিলা প্রশাসনে। উচ্ছেদস্থলীত এই কথা সদৰী কৰি জিলা আযুক্ত খনীন্দ্ৰ চৌধুৰীয়ে কয় যে বেদখলমুক্ত কৰা বনাঞ্চলৰ ভূমিত বনৰীয়া হাতীৰ খাদ্যৰ বাবে বাঁহ খেতিৰ ব্যৱস্থা কৰা হৈছে। যিয়ে হাতী-মানুহৰ সংঘাত প্রতিৰোধত বিশেষ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্রকাশ কৰে।

উল্লেখ্য যে ১৯৮২তে সংৰক্ষিত বনাঞ্চলৰূপে স্বীকৃতি প্রদান কৰা হৈছিল পাইকান বনাঞ্চলক। পাছত এই সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলৰ কবলত পৰিছিল। এই সন্দৰ্ভত জিলা আযুক্ত চৌধুৰীয়ে কয় যে ২০২২ত গুৱাহাটী উচ্চ ন্যায়ালয়ে গোৱালপাৰাৰ সংৰক্ষিত বনাঞ্চলসমূহক বেদখলমুক্ত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। এই নির্দেশনা অনুসৰি ইতিমধ্যে পাঁচখন সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰা হৈছে আৰু আজি পাইকান সংৰক্ষিত বনাঞ্চলক বেদখলমুক্ত কৰা হয়।

আনহাতে, বন বিভাগৰ তথ্য অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলৰ মুঠ ভূমিৰ পৰিমাণ ৭১১ হেক্টৰ। ইয়াৰে ১৩৮ হেক্টৰ ভূমি বেদখলৰ কবলত আছিল আৰু আজি এই ভূমিতে উচ্ছেদ চলোৱা হয়। য’ত ১,০৮০টা পৰিয়ালৰ পকী ঘৰ, কেঁচা ঘৰ, দোকান ঘৰৰ লগতে আঠটা মছজিদসহ, মুঠ ২,৪৫২টা গৃহ উচ্ছেদ কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Eviction DriveGoalpara AdministrationPaikan Reserved Forest
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d