Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এছপিএম আইএএছ একাডেমীৰ ভয়ংকৰ কৰ ফাকি ফাদিল 

publisher by publisher
July 20, 2025
in Assam, News
Reading Time: 1 min read
0
এছপিএম আইএএছ একাডেমীৰ ভয়ংকৰ কৰ ফাকি ফাদিল 
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

FIR Against SPM ACADEMY :আমগুৰিত SPM, IAS ACADEMY ৰ বিৰুদ্ধে এজাহাৰ দাখিল অসমীয়া যুৱ মঞ্চৰ

ভুৱা প্ৰচাৰৰে শিক্ষাক লৈ ব্যৱসায় এছপিএম আইএএছ একাডেমীৰ!

৮৯৮ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰে শীৰ্ষত এছ পি এম আইএএছ একাডেমি

Spm Ias Academy:✒️প্রশাসনিক বিষয়া-কৰ্মচাৰী গঢ় দিয়া প্রতিষ্ঠানে লাখ লাখ টকাৰ কৰ ফাকি দিয়াৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। বিশেষকৈ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা একাংশ অসামৰিক, আৰক্ষী, কৰ, আবকাৰী আদি সেৱাৰ বিষয়াক তেওঁলোকেই সৃষ্টি কৰা বুলি দাবী কৰি অহা ‘এছপিএম আইএছ একাডেমী’ত সংঘটিত হৈছে এই বৃহৎ কৰ ফাকিৰ ঘটনা।

ADVERTISEMENT

শেহতীয়াকৈ অসম ৰাজ্যিক কৰ বিভাগে দিছপুৰৰ নাতি দূৰৈত চিৰিয়াখানা পথত থকা প্রতিষ্ঠানখনত অভিযান চলাই বৃহৎ কৰ ফাকিৰ তথ্য পোহৰলৈ আনে। অযুত সপোন লৈ কোচিং প্রতিষ্ঠানটোত অধ্যয়ন কৰি থকা শ শ শিক্ষার্থীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ৰাজ্যিক কৰ বিভাগে প্রতিষ্ঠানটো ছীল কৰি নিদিলে যদিও প্রতিষ্ঠানটোৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ ফাইল জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে; কিন্তু প্রতিষ্ঠানটোৰ কৰ ফাকিৰ ধনৰ পৰিমাণ যদি অধিক পোহৰলৈ আহে আৰু বিভাগৰ নিৰ্দেশনা পালন নকৰে তেন্তে যিকোনো মুহূর্ততে প্রতিষ্ঠানটো ছীল কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে শিক্ষাক লৈ ব্যৱসায় কৰা প্রতিষ্ঠানটোৰ এই কীর্তি যাতে পোহৰলৈ নাহে তাৰ বাবে এই অভিযানৰ তথ্য সম্পূৰ্ণৰূপে গোপনে ৰাখিবলৈ অপচেষ্টা অব্যাহত ৰাখিছে এছপিএম কর্তৃপক্ষই। বিভাগৰ সূত্রই এই সন্দৰ্ভত কয় যে এক গোপন খবৰৰ ভিত্তিত কৰ বিভাগৰ এটা দলে ৩০ জুনত প্রতিষ্ঠানটোত তালাচী চলাইছিল।

তেতিয়াই ইয়াৰ বৃহৎ কৰ ফাকি উন্মোচিত হৈছিল। বিশেষকৈ প্রতিষ্ঠান কর্তৃপক্ষই প্রতিজন শিক্ষার্থীৰ পৰা জিএছটিৰ নাম ধন আদায় কৰি আহিছে। এই ধন আদায়ৰ পাছতো এছপিএম কর্তৃপক্ষই সেয়া জিএছটি বিভাগক জমা দিয়া নাছিল।

ইতিমধ্যে এই কৰ ফাকিৰ ঘটনাত এছপিএম কর্তৃপক্ষই ৩০ লাখ টকা জৰিমনা আদায় দিবলগীয়া হৈছে বুলি বিভাগীয় সূত্রই সদৰী কৰিছে। লগতে সূত্রটোরে কয় যে প্রতিষ্ঠানটোৱে ইয়াতকৈ অধিক কৰ ফাকি দিয়াৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত তদন্ত অব্যাহত আছে আৰু চূড়ান্ত প্রতিবেদন অহাৰ পাছতে প্রতিষ্ঠানটোৱে প্রকৃততে কিমান টকাৰ কৰ ফাকি দিছিল সেয়া স্পষ্ট হ’ব।

যদি জৰিমনাসহ প্রকৃত কৰ ফাঁকিৰ মুঠ ধন প্রতিষ্ঠানটোরে আদায় নিদিয়ে, তেন্তে তাক ছীল কৰি দিয়া হ’ব বুলি সুত্রটোরে প্রকাশ কৰে।

উল্লেখ্য যে এগৰাকী এচিএছ-এপিএছ বিষয়া হোৱাৰ লক্ষ্যৰে অযুত সপোন লৈ পিতৃ-মাতৃয়ে কপালৰ ঘাম মাটিত পেলাই উপাৰ্জন কৰা টকাৰে এজন শিক্ষার্থীয়ে এনে ধৰণৰ ক’চিং চেণ্টাৰত অধ্যয়ন কৰে।

লগতে এনেধৰণৰ গৰিষ্ঠসংখ্যক ক’চিং চেণ্টাৰে দাবী কৰে যে তেওঁলোকৰ প্রতিষ্ঠানেই অধিক এচিএছ-এপিএছ বিষয়া এইবাৰ সৃষ্টি কৰিছে। এনে বিজ্ঞাপনত ভুল গৈয়ো বহুজনে এনে ক’চিং চেণ্টাৰত নামভর্তি কৰে। শিক্ষার্থীসকলৰ পৰা বিভিন্ন দিশ দেখুৱাই ক’চিং চেণ্টাৰসমূহে নামভৰ্তিৰ নামত এক মোটা অংকৰ ধন আদায় কৰে।

সময়ে সময়ে অভিযোগ উঠি আহিছে যে শিক্ষা প্রদানৰ নামত এনেবোৰ প্রতিষ্ঠানে মুকলি বজাৰ চলাইছে। আজি এছপিএমৰ ঘটনাই ইয়াক পুনৰ প্রমাণিত কৰিলে। উল্লেখ্য যে এছপিএম একাডেমীৰ বৃহৎ কৰ ফাকিৰ লগতে বিত্তীয় কেলেংকাৰিও পোহৰলৈ অহাৰ সম্ভাৱনা প্রকট হৈছে। যাৰ ফলত শিক্ষার্থীসকলৰ ভৱিষ্যতলৈ অনিশ্চয়তা নামি আহিছে।

ইয়াকে লৈ শংকিত হৈ পৰিছে প্রতিষ্ঠানটোত অধ্যয়নৰত শিক্ষার্থীসকল। বিশেষকৈ ৰাজ্য চৰকাৰে প্ৰদান কৰা ধনৰে বহুকেইখন স্বায়ত্তশাসিত পৰিষদ, উন্নয়ন পৰিষদে সংশ্লিষ্ট জনগোষ্ঠীৰ শিক্ষার্থীসকলৰ সপোন বাস্তৱায়িত কৰিবলৈ ইউপিএছচি-এপিএছচি ক’চিঙৰ ব্যৱস্থা কৰিছে। এনে বহুকেইখন স্বায়ত্তশাসিত পৰিষদ-উন্নয়ন পৰিষদৰ ঠিকা লাভ কৰিছে এছপিএম একাডেমীয়ে। ইয়াতো বৃহৎ দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: SPM IAS Academy
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d