Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

৬২ বছৰৰ পাছত অৱসৰলৈ সাজু বায়ুসেনাৰ ‘উৰন্ত কফিন’

ছেপ্টেম্বৰত শেষবাৰলৈ চণ্ডীগড়ৰ পৰা উৰিব মিগ-২১ যুদ্ধবিমানে

publisher by publisher
July 23, 2025
in India, News
Reading Time: 1 min read
0
৬২ বছৰৰ পাছত অৱসৰলৈ সাজু বায়ুসেনাৰ ‘উৰন্ত কফিন’
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

পুণে বিমানবন্দৰত বায়ুসেনাৰ বিমানৰ ‘হাৰ্ড লেণ্ডিং’! বন্ধ ৰানৱে , উড়ানত ব্যাঘাত

মহিলাসকলৰ বাবে বৃহৎ জয়! স্থায়ী কমিশনৰ অধিকাৰ স্বীকাৰ কৰিলে উচ্চতম ন্যায়ালয়ে

কাৰ্বি আংলঙত বিধ্বস্ত বায়ুসেনাৰ যুদ্ধবিমান Su-30MKI

MiG-21:✒️বহু যুদ্ধ আৰু ঘটনাৰ সাক্ষী হৈ আছিল। সংগী হৈছিল নানা বিতর্ক। সুদীর্ঘ ৬২ বছৰৰ পাছত সেই মিগ-২১ যুদ্ধবিমানখনকে অৱসৰলৈ পঠাব ভাৰতীয় বায়ুসেনাই। প্রাথমিকভাৱে জনোৱা হৈছে যে অহা ছেপ্টেম্বৰত চণ্ডীগড়ৰ বায়ুসেনা ঘাটিৰ পৰা মিগ-২১ যুদ্ধবিমানখনে অন্তিমবাৰলৈ উৰা মাৰিব।

ADVERTISEMENT

তাৰ পাছত আৰু কেতিয়াও সামৰিক বা অসামৰিক কোনো কামতেই ব্যৱহাৰ কৰা নহ’ব এই যুদ্ধবিমানখনক। ১৯৬৩ত মিগ-২১ যুদ্ধবিমানখন বায়ুসেনাৰ হাতলৈ আহে। সেই বছৰেই ইয়াৰ পৰীক্ষামূলক ব্যৱহাৰ আৰম্ভ হয়। ভাৰত-ৰাছিয়া দ্বিপাক্ষিক চুক্তি অনুসৰি, এই যুদ্ধবিমান নিৰ্মাণৰ কৌশল আৰু স্থানীয়ভাৱে নিৰ্মাণৰ অনুমোদনো নতুন দিল্লীৰ হাতত তুলি দিয়ে মস্কোৱে।

তাৰ পাছৰ পৰাই প্ৰায় প্ৰতিখন গুৰুত্বপূর্ণ যুদ্ধ আৰু সংঘাতত বায়ুসেনাৰ বাহন আৰু অস্ত্ৰ হৈ উঠে মিগ-২১। ১৯৬৫ আৰু ১৯৭১ৰ ভাৰত-পাক যুদ্ধ, ১৯৯৯ৰ কার্গিল যুদ্ধৰ উপৰি অতি সাম্প্রতিক কালৰ বালাকোট অভিযান আৰু ‘অপাৰেচন সিন্দুৰ’তো এই যুদ্ধবিমান ব্যৱহৃত হয়। ২০১৯৩ মিগ-২১ বাইছন গোত্ৰৰ এখন যুদ্ধবিমানক গুলি কৰি নমায় পাকিস্তানৰ যুদ্ধবিমানে।

আটক কৰা সেই বায়ুসেনাৰ তৎকালীন উইং কমাণ্ডাৰ অভিনন্দন বর্তমানক। পাছত অৱশ্যে তেওঁক পাকিস্তানে মুকলি কৰি দিয়ে। ১৯৬০ আৰু ১৯৭০ৰ দশকত যুদ্ধবিমানৰূপে মিগৰ খ্যাতি বিয়পি পৰিলেও পৰৱৰ্তী সময়ত এই যুদ্ধবিমানখন বহু দুর্ঘটনাৰ সন্মুখীন হয়।

১৯৭০ৰ পাছৰ পৰা এই যুদ্ধবিমান দুর্ঘটনাত ১৭০জন পাইলট আৰু ৪০জন সাধাৰণ মানুহ নিহত হয়। কেৱল ২০১০ আৰু ২০১৩ৰ ভিতৰতে এই যুদ্ধবিমান ১৩বাৰ দুৰ্ঘটনাৰ সম্মুখীন হয়। তাৰ পাছৰ পৰাই এই মিগ-২১ৰ নামেই হৈ পৰে ‘উৰন্ত কফিন’।

উল্লেখ্য যে আমিৰ খান, ছোহা আলী খান, আৰ মাধৱন, সিদ্ধার্থ আদিয়ে অভিনয় কৰা বলিউদৰ বিখ্যাত ছবি ‘ৰংগ দে বাসন্তী’ প্রয়াত বায়ুসেনা বিষয়া অভিজিৎ গেডগিলৰ জীৱনৰ আলমত নির্মাণ হৈছিল। ২০০১ত মিগ-২১ ভাঙি মৃত্যু হৈছিল বায়ুসেনাৰ ফ্লাইট লেফটেনেন্ট গেডগিলৰ। ছবিখনত মাধৱনে অভিনয় কৰিছিল গেডগিলৰ চৰিত্ৰত। ‘৬০ৰ দশকৰ পৰা বায়ুসেনাৰ

হাতলৈ আহিছে ১২শৰো অধিক মিগ-২১ যুদ্ধবিমান। যিসময়ত এই যুদ্ধবিমান খ্যাতিৰ মধ্যগগনত আছিল, তেতিয়া বায়ুসেনাৰ ১৯টা স্কোৱড্রনে চাৰিশখন মিগ ব্যৱহাৰ কৰিছিল। ২০২৪ৰ এক পৰিসংখ্যাৰ পৰা জনা গৈছিল যে ভাৰতে মাত্র ৪০খন মিগ ব্যৱহাৰ কৰিছে। ২০২২তে বায়ুসেনাৰ তৰফৰ পৰা জনোৱা হৈছিল যে আগন্তুক তিনি বছৰত পর্যায়ক্রমে এই যুদ্ধবিমানৰ ব্যৱহাৰ কমাই অনা হ’ব।

তৎকালীন বায়ুসেনা প্রধান বিআৰ চৌধুৰীয়ে জনাইছিল যে ২০২৫ৰ ভিতৰত মিগ-২১ৰ ব্যৱহাৰ বন্ধ কৰি তাৰ পৰিৱৰ্তে এলচিএ মার্ক-বানএ যুদ্ধবিমান ব্যৱহাৰ কৰা হ’ব। সেই পৰিকল্পনা অনুসৰিয়ে অহা ছেপ্টেম্বৰত মিগক বিদায় জনোৱা হ’ব বুলি ধাৰণা কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChandigarhINDIAN AIR FORCEMiG-21
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d