Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

    দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

    ‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

    চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    পুনৰ হিংসাৰ জুইত জ্বলিছে মণিপুৰ

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Supreme Court Judgement:বিত্তীয় অসুবিধা দেখুৱাই অস্থায়ী কর্মীক স্থায়ী নিযুক্তি নিদিয়াকৈ থাকিব নোৱাৰিব চৰকাৰে

publisher by publisher
August 28, 2025
in India, News
Reading Time: 1 min read
0
Supreme Court Judgement:বিত্তীয় অসুবিধা দেখুৱাই অস্থায়ী কর্মীক স্থায়ী নিযুক্তি নিদিয়াকৈ থাকিব নোৱাৰিব চৰকাৰে
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

Supreme Court Judgement:

কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰেই হওক তদর্থ ভিত্তিক কর্মী নিযুক্তি দি কাম চলাই নিব নোৱাৰিব। বিত্তীয় সমস্যাৰ অজুহাত দি দীর্ঘদিন ধৰি নিয়োজিত হৈ থকা অস্থায়ী বা তদর্থ ভিত্তিক কর্মীক স্থায়ী নিযুক্তি নিদিয়াকৈও থাকিব নোৱাৰিব চৰকাৰে।
অলপতে এনে এক কঠোৰ নিৰ্দেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে। এই নির্দেশ জাৰিৰ সময়ত ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে বিত্তীয় সমস্যাৰ অজুহাত দি চৰকাৰে দীৰ্ঘদিন ধৰি নিয়োজিত তদর্থ ভিত্তিক নিযুক্ত কর্মীসকলক নিয়মীয়াকৰণ বা তেওঁলোকক সমহাৰৰ দৰমহাৰ পৰা বঞ্চিত কৰিব নোৱাৰে। আউটছ’র্চিঙক চৰকাৰী কামত নিয়োজিতকৰণৰ উপায়ৰূপে কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰেই হওক কোনেও গ্রহণ কৰিব নোৱাৰিব বুলিও নির্দেশটোত ন্যায়ালয়ে উল্লেখ কৰিছে।
ন্যায়াধীশ বিক্রম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ এখন বিচাৰপীঠে এই নির্দেশ জাৰি কৰি কয়, ‘যি কাম মজ্জাগতভাৱে স্থায়ী, তেনে কামত নিকা নিযুক্তিৰ পৰা ফালৰি কাটি আৰু অনিশ্চয়তাক বৰ্তাই ৰখাত আউটছ’র্চিং এক সুবিধাজনক ঢালত পৰিণত হ’ব নোৱাৰে।’ চৰকাৰ (কেন্দ্ৰই হওক বা ৰাজ্যই হওক) বেহা-বেপাৰৰ স’তে জড়িত সংস্থা নহয় বুলি ন্যায়ালয়ে মন্তব্য কৰে। দুজনীয়া বিচাৰপীঠখনৰ অন্যতম বিচাৰপতি ন্যায়াধীশ নাথে কয়, ‘ৰাষ্ট্ৰ (কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দুয়োখনক ধৰি) বেহা-বেপাৰ কৰা সংস্থা নহয়, ই হৈছে সাংবিধানিক নিয়োগকর্তা।
স্থায়ী ৰাজহুৱা কাম-কাজ আৰু সবাতোকৈ বুনিয়াদী কাৰ্য সম্পাদন কৰাসকলৰ পিঠিত ৰাষ্ট্ৰই বাজেটৰ ভাৰসাম্য মিলাব নোৱাৰে। যি কাম দিনৰ পাছত দিন ধৰি আৰু বছৰৰ পাছত বছৰ ধৰি চলি থাকে, তেনে কামৰ ক্ষেত্ৰত চৰকাৰে অনুমোদিত কৰ্মচাৰী আৰু নিযুক্তি ব্যৱস্থাৰ বাস্তৱৰ প্ৰতিফলন ঘটাবই লাগিব।’ উত্তৰ প্ৰদেশৰ শিক্ষা বিভাগৰ দিন মজুৰি কৰা শ্ৰমিকসকলে দাখিল কৰা এক আবেদনৰ ভিত্তিত ন্যায়ালয়ে এই ৰায়দান কৰে।
বিত্তীয় সমস্যা আৰু খালী পদ নথকাৰ অজুহাতত উত্তৰ প্ৰদেশ উচ্চ শিক্ষা সেৱা আয়োগে এইসকলৰ চাকৰি নিয়মীয়াকৰণ অস্বীকাৰ কৰে। আয়োগৰ এই স্থিতিক প্রত্যাহ্বান জনাই শ্রমিকসকল উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ৰায়দানত ন্যায়াধীশ নাথে লিখে যে অস্থায়ী কৰ্মীৰ চাপ লগাই দীঘলীয়া সময় ধৰি নিয়মীয়া কাম আদায় কৰিলে লোক প্রশাসনৰ ওপৰত থকা আস্থাত খহনীয়াৰ সৃষ্টি হয় আৰু সম সুৰক্ষাৰ প্ৰতিশ্ৰুতিলৈ প্রত্যাহ্বান আনে।
এই সম্পর্কত ন্যায়ালয়ে লগতে কয়, ‘ৰাজহুৱা নীতিত নিশ্চিতভাৱে বিত্তীয় কঠোৰতা থাকে। কিন্তু ই এটা তাবিজ নহয় যে যি সঠিকতা, যুক্তি আৰু আইনগতভাৱে কৰ্ম সংগঠিত কৰা কৰ্তব্যক অতিক্ৰম কৰিব পাৰে।’ ন্যায়ালয়ে লগতে নির্দেশ দিয়ে যে চৰকাৰী বিভাগসমূহে শুদ্ধ বিভাগীয় পঞ্জীয়ন বহী, মাষ্ট্ৰৰ ৰোল আৰু আউটছ’চিঙৰ যা-যোগাৰৰ তথ্য লগত ৰাখিবই লাগিব আৰু দেখুৱাব লাগিব।
তদুপৰি যেতিয়া স্থায়ী কামত অনুমোদিত পদতকৈ অনিশ্চিত নিযুক্তিক অগ্রাধিকাৰ দিলে তাৰ কাৰণ সাক্ষ্য-প্রমাণসহ চৰকাৰী বিভাগসমূহে ব্যাখ্যা কৰিবই লাগিব বুলি ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰে। এই নির্দেশত ন্যায়াধীশ নাথে কয়, য’ত প্রশাসন ধূসৰ হৈ থাকে, তাত তদর্থ ভিত্তিক নিযুক্তি প্রস্ফুটিত হয়। দীঘলীয়া অসুৰক্ষাৰ ফলত হোৱা মানুহৰ অৱস্থাৰ প্ৰতি সংবেদনশীলতা আৱেগিক নহয়। ই হৈছে সাংবিধানিক শৃংখলা। এনে শৃংখলা অনুসৰি চৰকাৰী কাৰ্যালয় চলাই ৰখাসকলক প্ৰতিটো সিদ্ধান্তই জনোৱা উচিত।’
ন্যায়ালয়ে লগতে কয় যে দীর্ঘকাল ধৰি তদর্থ ভিত্তিক কার্যনির্বাহে কর্মস্থলীত কেৱল অসুৰক্ষা প্ৰৱল কৰি তোলে। নিযুক্তিৰ ক্ষেত্ৰত কৰ্তব্য, স্থায়ী সময়ৰেখা আৰু পৰীক্ষণযোগ্য নমনীয় নীতি-নিয়ম স্পষ্ট হৈ থাকিব লাগিব বুলিও ন্যায়ালয়ে উল্লেখ কৰে। এই সম্পৰ্কত ন্যায়ালয়ে আৰু কয়, ‘এক সাংবিধানিক নিয়োগ কৰ্তাৰূপে ৰাষ্ট্ৰই এক উচ্চতৰ মান বৰ্তাই ৰখা বুলি ধৰা হয, গতিকে চৰকাৰে স্থায়ী কাম কৰা কৰ্মীসকলক অনুমোদিত পদত নিযুক্তি দিব লাগিব, আইনগত নিয়োগৰ বাবে এক বাজেট সৃষ্টি কৰিব লাগিব আৰু ন্যায়িক নির্দেশনাসমূহ আখৰে আখৰে ৰূপায়ণ কৰিব লাগিব। এই বাধ্যবাধকতাসমূহ মানি চলাত পলম কৰাটো মাথোঁ অৱহেলাই নহয়, লগতে ই হৈছে অস্বীকাৰৰ এক সচেতন পদ্ধতি। যিয়ে এই কৰ্মীসকলৰ জীৱন-জীৱিকা আৰু মৰ্যাদা হানি কৰে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: jobs be regularizedspl judgementSupreme CourtTemporary Employees
publisher

publisher

Related Posts

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
Assam

November 1, 2026
উত্তৰাখণ্ডৰ হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ নতুন তথ্য
India

উত্তৰাখণ্ডৰ হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ নতুন তথ্য

November 1, 2026
চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি
India

চাকৰিপ্ৰাৰ্থীৰ বাবে সুখবৰ, চৰকাৰী চাকৰিত আবেদনৰ বয়সৰ ঊৰ্ধ্বসীমা পাঁচ বছৰ বৃদ্ধি

November 1, 2026
দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ
India

দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত ৰাহুল গান্ধী, মমতা-অখিলেশসহ বিৰোধী নেতৃবৰ্গ

November 1, 2026
‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে
India

‘ইণ্ডিয়া’ৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ নকৰে চিজেপিয়ে, স্পষ্ট কৰিলে অভিজিৎ দীপকে

November 1, 2026
চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন
India

চাৰ ধামৰ অন্যতম বদ্ৰীনাথত বিপদ ! ওলমি আছে তিনিটাকৈ হিমবাহ, ভাঙি পৰিলেই নামিব পাৰে ভয়াৱহ হিমস্খলন

November 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d