Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

আমেৰিকা মহাদেশ ‘আৱিষ্কাৰ’ক কলম্বাছ নাছিল ইটালীৰ বংশোদ্ভূত!

publisher by publisher
September 17, 2025
in News, International
Reading Time: 1 min read
0
আমেৰিকা মহাদেশ ‘আৱিষ্কাৰ’ক কলম্বাছ নাছিল ইটালীৰ বংশোদ্ভূত!
1
SHARES
5
VIEWS
ShareShareShareShare

Christopher Columbus Jewish:✒️আমেৰিকা মহাদেশ ‘আৱিষ্কাৰ’ক খ্ৰীষ্ট’ফাৰ কলম্বাছ আচলতে কোন দেশৰ লোক আছিল?শেহতীয়াভাবে এই প্রশ্ন উত্থাপন হৈছে। কলম্বাছ দীর্ঘকাল ধৰি ইটালীৰ বুলিয়েই চলি থকা ধাৰণাক সম্প্রতি প্রত্যাহ্বান জনাইছে এজন বিশেষজ্ঞ নেতৃত্বাধীন এটা দলে। স্পেইনৰ গ্ৰেণাডা বিশ্ববিদ্যালয়ৰ বিজ্ঞানী তথা ফৰেনচিক বিশেষজ্ঞ এন্টনিঅ’ লৰেণ্টো নেতৃত্বাধীন এটা গৱেষকৰ দলে শেহতীয়াভাবে দাবী কৰিছে যে কলম্বাছ ইটালী বংশোদ্ভূত শোদ্ভূত নাছিল। বৰঞ্চ তেওঁ স্পেইনত জন্মলাভ কৰিছিল আৰু ইহুদী আছিল।

ADVERTISEMENT

কে’বা দশক ধৰি চলোৱা গৱেষণাৰ অন্তত কলম্বাছ সম্পর্কত এই সিদ্ধান্তত উপনীত হোৱা বুলি গৱেষকৰ দলটোৱে দাবী কৰিছে। তেওঁলোকে দাবী কৰে যে কলম্বাছৰ পুত্ৰ ডিয়েগো আৰু ফার্ডিনাণ্ডৰ শৰীৰৰ অৱশেষৰ ডিএনএ পৰীক্ষা সম্পন্ন কৰা হৈছে। এই পৰীক্ষাৰ সময়ত গৱেষকৰ দলটোৱে ক্রম’জ’ম আৰু মাইট’কন্দ্রিয়াল ডিএনএ বিশ্লেষণ কৰে।

RelatedPosts

ইৰাণত উত্তেজনা অব্যাহত, ভাৰতীয়সকলক তৎক্ষণাৎ দেশ ত্যাগৰ নিৰ্দেশ

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

শীঘ্রেই কর্মহীন হ’ব লাখ লাখ চালক!

এই বিশ্লেষণত দেখা যায় যে তেওঁলোকৰ ডিএনএ অধিক সামঞ্জস্য আছে ইহুদীসকলৰ স’তেহে। উল্লেখ্য যে পর্তুগাল আৰু স্পেইনত ইহুদীসকল ছেফার্ডিক নামৰে পৰিচিত।

ফৰেনচিক বিশেষজ্ঞ লৰেণ্ট’বে দাবী কৰে যে স্পেনিছসকলৰ স’তে কলম্বাছৰ ডিএনএৰ সাদৃশ্য আছে। অৱশ্যে তেওঁৰ দাবী অনুসৰি কলম্বাছ ইটালীৰ নাছিল বুলি প্রতিষ্ঠা হোৱা নাই। উল্লেখ্য যে ১৪৯৮ৰ ২২ ফেব্ৰুৱাৰীত ইউৰোপত কলম্বাছে লিখিছিল যে তেওঁৰ সম্পত্তি ইটালীৰ জেনোয়াত আছে আৰু সেই সম্পত্তিৰ গৰাকী তেওঁৰ পৰিয়াল হ’ব।

তেওঁৰ জন্মও জেনোয়া চহৰতে বুলি উল্লেখ কৰি গৈছে। গতিকে অধিকাংশ ইতিহাসবিদে মতপোষণ কৰে যে কলম্বাছৰ জনবৃত্তান্তক লৈ চলি থকা সকলো বিতৰ্কৰ অন্ত পৰা উচিত। কাৰণ তেওঁ নিজেই কৈ গৈছে যে তেওঁৰ জন্ম ইটালীৰ জেনোয়া চহৰত হৈছিল।

উল্লেখ্য যে পঞ্চদশ শতিকাত স্পেইনৰ পৰা ইহুদীসকলক বিতাড়নৰ ধুম উঠিছিল। তেতিয়া বহু ইহুদী পৰিয়ালে ইটালীত আশ্ৰয় লৈছিল। তাৰ বহু পাছত কলম্বাছৰ জন্ম হয়। উল্লেখ্য যে চীন আৰু ভাৰত উপ-মহাদেশলৈ সাগৰীয় পথ আৱিষ্কাৰৰ উদ্দেশ্যে যাত্ৰা কৰাৰ সময়ত পথ ভুল কৰি কলম্বাছ আমেৰিকাত উপস্থিত হয়। সেই সূত্রে আমেৰিকা মহাদেশ আৱিষ্কৃত হয়।

অৱশ্যে কলম্বাছ ইহুদীহে দাবী কৰা গৱেষকৰ দলটোৱে ইয়াৰ সমর্থনত ডিএনএ পৰীক্ষাৰ তথ্যপাতি ৰাজহুৱা কৰা নাই বুলি একাংশই অভিযোগ উত্থাপন কৰিছে। আনহাতে, একাংশ ইতিহাসবিদৰ মতে ১৪৫১ৰ আগষ্টৰ পৰা অক্টোবৰৰ ভিতৰত ইটালীৰ জেনোয়া চহৰত কলম্বাছৰ জন্ম হয়। যৌৱন কালত তেওঁ পর্তুগালৰ লিছবনলৈ যায়। পূব এছিয়ালৈ সাগৰৰে এক চুটি জলপথ আৱিষ্কাৰৰ তেওঁৰ এক সপোন আছিল।এই সপোন পূৰণৰ উদ্দেশ্যে তেওঁ ধনী ব্যক্তিৰ পৃষ্ঠপোষকতা বিচাৰিছিল।

এই তথ্যতে অধিকাংশ ইতিহাসবিদে আস্থা ৰাখিছে। ইতিহাসবিদসকলৰ এই তথ্যক শেহতীয়াভাবে গ্রেণাডা বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে প্রত্যাহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AmericaChristopher Columbus Jewish
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d