Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

প্ৰধানমন্ত্ৰী মোডীৰ জীৱনৰ ওপৰত আধাৰিত ছবি প্ৰদৰ্শন হ’ব বিদ্যালয়ত, নিৰ্দেশ কেন্দ্ৰৰ

publisher by publisher
September 17, 2025
in India, News
Reading Time: 1 min read
0
প্ৰধানমন্ত্ৰী মোডীৰ জীৱনৰ ওপৰত আধাৰিত ছবি প্ৰদৰ্শন হ’ব বিদ্যালয়ত, নিৰ্দেশ কেন্দ্ৰৰ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

PM Modi-Inspired Film:✒️তেওঁ প্ৰেৰণাৰ উৎস! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ ওপৰত আধাৰিত এখন ছবি চৰকাৰী বিদ্যালয়ত ১৭ দিনৰ বাবে প্ৰদৰ্শিত হ’ব।একেলগে চিবিএছই, কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নৱোদয় বিদ্যালয় সমিতিলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে কেন্দ্ৰই।

ADVERTISEMENT

এই নিৰ্দেশ অনুসৰি ১৬ ছেপ্টেম্বৰৰ পৰা দুই অক্টোবৰলৈ সেই ব’ৰ্ডৰ অধীনৰ সকলো বিদ্যালয়তে ‘Chalo Jeete Hai’ ছবিখন প্ৰদৰ্শন কৰিব লাগিব। ছবিখনত প্ৰধানমন্ত্ৰীৰ শৈশৱৰ বিভিন্ন ঘটনাৰ তুলি ধৰা হৈছে।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ এই নিৰ্দেশনা যোৱা ১১ ছেপ্টেম্বৰত চিবিএছই, কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নৱোদয় বিদ্যালয় সমিতিৰ হাতত পৰে।

নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে ১৬ ছেপ্টেম্বৰৰ পৰা দুই অক্টোবৰলৈ বিদ্যালয়ত প্ৰদৰ্শিত হ’ব ‘Chalo Jeete Hai’ চুটি ছবি।

কেন্দ্ৰৰ নিৰ্দেশনাত কোৱা হৈছে যে, “এই ছবিখনে ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰিব। এই ছবিখনে তেওঁলোকক চৰিত্ৰ গঠন, সেৱা, আৰু দায়িত্বৰ বিষয়ে চিন্তা কৰিবলৈ শিকাব। ইয়াৰ উপৰিও ই সামাজিক-মনোবিজ্ঞানসন্মত শিক্ষা, সহানুভূতি, আৰু আত্ম-প্ৰতিফলনত সহায় কৰিব।”

দৰাচলতে প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বুধবাৰৰ পৰা কেন্দ্ৰই ‘প্ৰেৰনা’ নামৰ এক শিক্ষামূলক অভিযান আৰম্ভ কৰিছে। ‘প্ৰেৰনা’ অভিযানৰ অন্যতম অংশ হ’ল ‘Chalo Jeete Hai’ ছবিখনৰ প্ৰদৰ্শন।

ছবিখনৰ প্ৰযোজকসকলৰ দাবী,বিবেকানন্দৰ আদৰ্শক প্ৰচাৰৰ বাবে নিৰ্মাণ কৰা হৈছে এই ছবি ।

এই ছবিখন চাই ছাত্ৰ-ছাত্ৰীসকলে মূল্যবোধ শিকিব। অৱশ্যে সমালোচকসকলে কয় যে সমগ্ৰ ছবিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ ওপৰত। ১৭ ছেপ্টেম্বৰৰ পৰা দুই অক্টোবৰলৈ দেশৰ বিভিন্ন চিনেমা হলত প্ৰদৰ্শিত হ’বলগীয়া এই ছবিখনে ইতিমধ্যে শ্ৰেষ্ঠ নন-ফিচাৰ শাখাত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।

বিদ্যালয়ত এই ছবিখন প্ৰদৰ্শনৰ গাইডলাইনে ইতিমধ্যে বিতৰ্কৰ সৃষ্টি কৰিছে। বিৰোধীয়ে দাবী কৰিছে যে মোডীৰ দিনত ইতিমধ্যে শিক্ষাক অপৰাধমুক্ত কৰা হৈছে। এতিয়া আত্মপ্ৰচাৰৰ বাবে চৰকাৰী শিক্ষা ব্যৱস্থা ব্যৱহাৰ কৰাত ব্যস্ত মোডী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPCBSECongressEducationNarendra ModiPM Modi-Inspired Film
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d