Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিটিচিত ক্ষমতালৈ উভতিল হাগ্রামা

publisher by publisher
September 27, 2025
in Assam, News
Reading Time: 1 min read
0
বিটিচিত ক্ষমতালৈ উভতিল হাগ্রামা
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

Bijni:বিজনীত বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ হৈ মাৰাথন প্ৰচাৰাভিযান হাগ্ৰামা মহিলাৰীৰ

Hagrama Mohilary:✒️স্বয়ং মুখ্যমন্ত্ৰীৰ নেতৃত্বত অভূতপূর্ব পৰিৱেশ সৃষ্টিৰে ৰাজকীয় প্ৰচাৰ চলায়ো শাসকীয় বিজেপিয়ে এইবাৰৰ বিটিচি নিৰ্বাচনত সাফল্য লাভত সফল নহ’ল। বড়ো ভূমিৰ দুই আঞ্চলিক দল বিপিএফ আৰু ইউপিপিএলৰ শাসনত ভিচিডিচি দুর্নীতি-অনিয়মত ডুব যোৱাৰ অভিযোগ উত্থাপন কৰিও গৰিষ্ঠসংখ্যক ভোটাৰৰ মন আকর্ষণত ব্যর্থ হয় বিজেপি। আনকি বিপিএফ আৰু ইউপিপিএলক লগত লৈ পৰিষদ গঠন কৰাৰ প্ৰতিশ্রুতি ঘোষণা কৰিও ভোটাৰৰ উপযুক্ত সঁহাৰি নাপালে দলে। তাৰ পৰিৱৰ্তে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফক গৰিষ্ঠসংখ্যক ভোটাবে আদৰি ল’লে। প্রত্যাখ্যান কৰিলে কেন্দ্ৰ-ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন এনডিএৰ অন্যতম অংশীদাৰ প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলকো। অর্থাৎ পাঁচ বছৰৰ বিৰতিৰ মূৰত পুনৰ বিপিএফৰ হাতত ক্ষমতা অর্পণ কৰিলে বড়ো ভূমিৰ বাইজে। বাতৰি লিখা পৰলৈ এই কথা নিশ্চিত হৈছে যে ৪০ জনীয়া পৰিষদখনৰ ২২-২৩ খন আসন বিপিএফে লাভ কৰিব।

ADVERTISEMENT

উল্লেখ্য যে বিগত ২০২০ৰ নিৰ্বাচনতো বিপিএফে ১৭ খন আসন লাভ কৰি সৰ্ববৃহৎ দলত পৰিণত হৈছিল। অৱশ্যে পৰিষদ গঠনৰ বাবে ২১ খন আসনৰ প্ৰয়োজন হোৱাত বিপিএফে পৰিষদ গঠন কৰিব নোৱাৰিলে। ইয়াৰ সুযোগত ১২ খন আসন লাভ কৰা ইউপিপিএলে নখন আসনত জয়যুক্ত হোৱা বিজেপিৰ স’তে মিত্ৰতা কৰি পৰিষদ গঠন কৰে। যোৱাবাৰৰ নিৰ্বাচনত জেএছপি দলে এখন আসনত জয়লাভ কৰে। অৱশ্যে বাতৰি লিখা পৰলৈ নিশ্চিত হৈছে যে বিপিএফ, ইউপিপিএল আৰু বিজেপিয়েহে আসন দখল কৰিব। এইবাৰ নিৰ্বাচনী প্রচাৰত বিজেপিয়ে বাজকীয় কায়দাৰে প্ৰচাৰ চলায় যদিও ইউপিপিএল-বিপিএফ দুয়োটা দলকে সন্তুষ্ট ৰখাৰো চেষ্টা অব্যাহত ৰাখে। বিজেপিয়ে নির্বাচনী সভাত ঘোষণা কবে যে অকলে পৰিষদ গঠন কৰিব নোৱাৰিলে ইউপিপিএল আৰু বিপিএফক লগত লৈ পৰিষদ গঠন কৰিব। অৱশ্যে ইউপিপিএলে হওক বা বিপিএফে হওক প্ৰচাৰৰ অভিযানত বিজেপিৰ এনে আহ্বানক লৈ কোনো মন্তব্য কৰা নাছিল। তাৰ পৰিবর্তে দুয়োটা দলে অকলে পৰিষদ গঠনৰ জোখাৰে আসন লাভ কৰিব বুলি দাবী কৰি আহে। এই দাবীত অবশেষত জয়ী হ’ল বিপিএফ। বাতৰি লিখা পৰলৈকে নিশ্চিত হৈছে যে বিপিএফে ২২-২৩, ইউপিপিএলে সাত-আঠ আৰু বিজেপিয়ে আঠ-ন আসন লাভ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে পূৰ্বৰ কংগ্রেছ চৰকাৰৰ দিনত বিটিচি নির্বাচনত দলে অংশ লোৱা নাছিল। ইয়াৰ বিপৰীতে বিজেপি ক্ষমতালৈ অহাৰ পাছৰ পৰা বিটিচি নির্বাচনতো ‘সর্বশক্তি’ প্রয়োগৰে অংশ ল’বলৈ ধৰে। অৱশ্যে যোৱাবাৰ আৰু এইবাৰৰ বিটিচি নির্বাচনত কংগ্রেছেও অংশ লয়। এইবাৰ দলে সকলো সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰে। অৱশ্যে যোৱাবাৰৰ দৰে এইবাৰো দলে এখনো আসন দখল কৰিব নোৱাৰিলে।

উল্লেখ্য যে আগন্তুক ২০২৬ৰ বিধানসভা নির্বাচনৰ ছেমিফাইনেলরূপে এই বিটিচি নির্বাচনক চিহ্নিত কৰিছে নির্বাচনী বিশ্লেষকসকলে। কাৰণ বিধানসভা নির্বাচনলৈ মাজত আৰু এনে নির্বাচন নাই। গতিকে বিটিচি নির্বাচনৰ ফলাফলে কেনে তাৎপর্য বহন কৰিছে তাক লৈ ব্যস্ত হৈছে নির্বাচনী বিশ্লেষকসকল।

ওদালগুৰিৰ সাত সমষ্টিত বিপিএফ পঞ্চম বিটিচি পৰিষদৰ আজি ভোটগণনাত বাতৰি লিখা পৰলৈ দেখা যায় যে ওদালগুৰি জিলাৰ অধিকাংশ সমষ্টিত বিপিএফে আধিপত্য বিস্তাৰ কৰে। জিলাখনৰ মুঠ ১০ সমষ্টিৰ সাতখনতে বিপিএফ প্রার্থীয়ে অগ্রগতি লাভ কৰাৰ বিপৰীতে দুখনত বিজেপিয়ে আৰু এখনত ইউপিপিএলৰ হাঁহি বিৰিঙে। ইয়াৰ ভিতৰত খৈৰাবাৰীত বিপিএফৰ লৌমশ্রাও দৈমাৰীয়ে বিজেপিৰ মদন চন্দ্র বাভাক ১০৩ ভোটৰ ব্যৱধানত পৰাস্ত কৰে। বাতৰি লিখাৰ সময়ত ভেৰগাঁৱত ইউপিপিএলৰ দাওবাইচা বড়ো ২,৭৫৩ টা ভোটত নিকটতম প্রতিদ্বন্দ্বীতকৈ আগবাঢ়ি আছে নুনাই ছেবষণং সমষ্টিত বিপিএফৰ পল তগ্ন’ই ১,০৩৮ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। খালিং দুৱাৰত বিজেপিৰ অর্জুন দৈমাৰী ১,০৬৯ টা ভোটত আৰু মুদৈবড়ীত বিজেপিৰ দিগন্ত বৰুৱাই ৫৬৬ টা ভোটত অগ্রগতি লাভ কৰি আছে। আনহাতে হবিশিভাত বিপিএফৰ ত্রিদিপ দৈমাৰী ৫,২৫৩ টা ভোটব ব্যৱধানত আগবাঢ়ি আছে। ভৈৰৱকুণ্ডত বিপিএফৰ বিহণ দৈমাৰী ৫,২৩৪ টা ভোটত, পাচনৈ-ছেবফাঙত বিপিএফৰ শ্যাম চুন্ডী ২৬০ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। ইপিনে, বৌতাত বিপিএফৰ চৰণ বড়োৱে ৫,৪২৩ টা ভোটৰ অগ্রগতি লাভকৰিছে। উল্লেখ্য যে ২০২০ৰ বিটিচি নির্বাচনত ওদালগুৰি জিলাৰ ১০ টা সমষ্টিৰ পাঁচটাত ইউপিপিএল, চাৰিটাত বিজেপি আৰু এটাত বিপিএফে জয়লাভ কৰিছিল। এইবাৰ বিপিএফে পৰিৱেশ সম্পূর্ণ বিপৰীত কৰে।

বাগ্সাৰ ছয় সমষ্টিত অগ্রগতি

আজি পুৱা আঠ বজাৰ পৰা আৰম্ভ হোৱা বিটিচি নিৰ্বাচনৰ ভোটগণনাত আৰম্ভণিৰ সময়ছোৱাত বাগসাত দেখা যায় যে ইউপিপিএলতকৈ বিপিএফ আগবাঢ়ি আছিল যদিও তৃতীয় আৰু চতুর্থ ৰাউণ্ডৰ পৰা ইউপিপিএলে অগ্রগতি লাভ কৰে। বাতৰি লিখা পৰলৈ মথনগুৰি সমষ্টিত বিপিএফৰ বেগম আখতাৰা আহমেদ জয়ৰ দিশে অগ্রসৰ হৈছে। দ্বিতীয় স্থানত থাকে বিজেপিৰ গৌতম দাস। আনহাতে, শালবাৰী সমষ্টিত জয়ৰ পথ লৈছে বিপিএফৰ দিগন্ত গয়াৰী। সমষ্টিটোত দ্বিতীয় স্থানত আছে ইউপিপিএলৰ জয় মুছাহাবী। ককলাবাৰীত ইউপিপিএলৰ মন্টু বড়ো জয়ৰ দিশে ধারমান হৈছে। দ্বিতীয় স্থানত আছে সৌগৌমচাৰ বড়ো। অবশ্যে ভোটব ব্যবধান বহুত কম। গতিকে ফলাফল সলনি হোৱাৰো সম্ভাবনা প্রবল। দিহিৰা সমষ্টিত জয়ৰ দিশে অগ্ৰসৰ হৈছে বিপিএফৰ আগাচতুচ টিয়া। দ্বিতীয় স্থানত থাকে বিজেপিৰ মানসজ্যোতি কলিতা। মুছলপুৰত নিশ্চিত জয়ৰ দিশে অগ্রসৰ হৈছে ইউপিপিএলব ৰাকেশ ব্রহ্মা। সমষ্টিটোৰ দ্বিতীয় স্থানত আছে বিপিএফৰ অনচুমৈ খুংণ্ডৰ বড়ো। ইপিনে, বাগানপাৰাত বিজেপিৰ ৰেখাৰাণী দাসবড়ো জয়ৰ দিশে আগুৱাইছে। দ্বিতীয় স্থানত আছে ইউপিপিএলৰ কাতিবাম বড়ো। অৱশ্যে বাতৰি লিখা পৰলৈকে প্রতিটো সমষ্টিত আৰু দুটা বাউণ্ডৰ ভোটগণনা বাকী আছে। নিশ্চিত জয়ৰ দিশে অগ্ৰসৰ হোৱা প্ৰাৰ্থীসকলৰ সমর্থকসকলে ইতিমধ্যে ফটকা-আতচবাজীৰে আনন্দ প্রকাশ কৰিছে।

কোকৰাঝাৰ মহকুমাৰ ছটা সমষ্টিৰ চাৰিটাতে বিপিএফৰ অগ্রগতি

কোকৰাঝাৰ মহকুমাৰ ছয় পৰিষদীয় সমষ্টিৰ চাবি আসনতে বিপিএফ আগবাঢ়ি আছে। অৱশ্যে ফকিৰাগ্রামত বিজেপি আৰু বনৰগাঁৱত ইউপিপিএলে অগ্রগতি লাভ কৰিছে। তৃতীয় বাউণ্ডত ফকিৰাগ্রাম (এছটি) ত বিজেপিৰ অৰূপ কুমাৰ দে ৬,১৪৪ টা ভোট লাভ কৰাৰ বিপৰীতে বিপিএফৰ এজামুল হকে ৪,২০২ টা ভোট লাভকৰে। দোতমা (এছটি)ত বিপিএফৰ প্রকাশ বসুমতাৰীয়ে ৩১৭ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। বনৰগাঁও (এছটি) ত অষ্টম বাউণ্ডলৈকে ইউপিপিএলৰ ৰবিৰাম ব্রহ্মাই ১১,৪৪৯ টা ভোট লাভ কৰাৰ বিপৰীতে বিপিএফৰ জুবিবাজ ব্রহ্মাই ১১,৪৩৬ টা ভোট লাভ কৰে। আনহাতে, দেবৰগাঁও (জনজাতি)ত বিপিএফৰ হাগ্রামা মহিলাৰীয়ে অষ্টম বাউণ্ডলৈ ২১,৮৬৪ টা ভোট লাভকৰাৰ বিপৰীতে ইউপিপিএলৰ খাম্পা বৰগয়াৰীয়ে ১৮,৫৮৮ টা ভোট লাভকৰে। ইপিনে, অষ্টম ৰাউণ্ডলৈ বাওখুংগ্রী (জনজাতি)ত বিপিএফৰ ধনেশ্বৰ গয়াৰীয়ে ৭,৪১৯ টা আৰু ইউপিপিএলৰ ৰঞ্জিত বসুমতাৰী (ফেৰেংগা)য়ে ৩,৩৪১ টা ভোট লাভকৰে। আনহাতে, ছালেকাটি সমষ্টিত সপ্তম ৰাউণ্ডৰ পাছত ইউপিপিএলৰ লৰেন্স ইছলাৰীয়ে ১০,৬৪০ টা ভোট লাভ কৰাৰ বিপৰীতে দেবহাছৎ বসুমতাৰীয়ে ১২,৯০৪ টা ভোট লাভ কৰিছে।

চিৰাঙত বিপিএফৰ দখলত পাঁচ সমষ্টি

জয়ধ্বজা উৰুৱালে। চিৰাং সমষ্টিত চিৰাঙৰ পাঁচ সমষ্টিত বিপিএফে শুকুৰ সিং বসুমতাৰী, কাজলগাবত পানীৰাম ব্রহ্ম, নিচিমাত জেমছ বসুমতাৰী, সুবাইঝাৰত ধীবাজ বৰগয়াৰী আৰু ঘূৰিবাৰীত খলিলুৰ ৰহমানে জয়লাভ কৰিছে। জিলাখনৰ বাকী দুটা সমষ্টিত ইউপিপিএলৰ প্রার্থীয়ে জয়লাভ কৰিছে। চিৰাং দুৱাৰ সমষ্টিত বিপিএফ মুৰব্বী মহিলাৰীক পৰাস্ত কৰি জয়লাভ কৰে ইউপিপিএলৰ খাম্পা বৰগয়াৰীয়ে। একেদৰে মানাহ ছেৰফাং সমষ্টিত ইউপিপিএলৰ ধনঞ্জয় বসুমতাৰী জয়যুক্ত হয়। বিজয়ী প্রার্থীজনে ১৬,৪২৫ টা ভোট লাভ কৰাৰ বিপৰীতে নিকটতম প্রতিদ্বন্দ্বী বিপিএফৰ জাংগিলা বসুমতাৰীয়ে ১৪.৫০৭ টা ভোট দখল কৰে। আনহাতে, সমষ্টিটোৰ বিজেপি প্রার্থী সুভাষ বসুমতাৰীয়ে ১৩,৭৮৬ টা ভোট লাভ কৰে। জিলাখনত এই নির্বাচনত বিজেপি আৰু কংগ্রেছ শূন্য হয়। মুখ্যমন্ত্ৰীৰ ব্যাপক প্ৰচাৰ অসাৰ! বিপিএফলৈ তামুলপুৰৰ শুক্লাই ছেৰফাং-গোৰেশ্বৰ

মুখ্যমন্ত্রীসহ বিজেপিৰ বথী-মহাৰথীৰ ব্যাপক প্রচাবেও দলীয় প্রার্থীক জয়ী কৰাব নোৱাৰিলে তামুলপুৰ জিলাৰ শুক্লাই ছেৰফাং আৰু গোৰেশ্বৰ সমষ্টিত। দুয়োটা সমষ্টিতে বিপিএফ প্রার্থীয়ে জয়লাভকৰিছে। শুক্লাই ছেৰফাঙৰ বিপিএফৰ প্রার্থী গণেশ কছাৰীয়ে নিকটতম প্রতিদ্বন্দ্বী বিজেপিৰ ৰণেন্দ্র নাৰ্জাৰীক ৩,৫২০ টা ভোটৰ ব্যৱধানত পৰাস্ত পৰে। আনহাতে, ইউপিপিএলৰ প্রার্থী কৰে। বিপিএফৰ প্রার্থীজনে ১৮,২৮০ টা ভোট লাভ কৰাৰ বিপৰীতে নাৰ্জাৰীৰ পক্ষে ১৪,৭৭০ টা ভোট প্রদীপ নাৰ্জাৰীয়ে লাভ কবে ৯,১৬৭টা ভোট। গোৰেশ্বৰ সমষ্টিত বিপিএফৰ প্রার্থী মহেশ্বৰ বসুমতাৰীয়ে ২২,২৭৪ টা ভোট লাভ কৰি বিজেপিৰ দেবহাছাৰ নাৰ্জাৰীক ২,৭০৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। বিজেপিৰ বিজিত প্রার্থীজনে ১৯,৫৬৪ টা ভোট লাভ কৰে।

সমষ্টিটোত ইউপিপিএলৰ প্রার্থী বিপুল কুমাৰ বসুমতাৰীয়ে লাভ কবে ১৫,০৪৯ টা ভোট। উল্লেখ্য যে শুক্লাই ছেৰফাজত গণেশ কছাৰীয়ে এইবাৰ চতুৰ্থবাৰলৈ জয়ী হৈছে। শাৰীৰিক অসুস্থতা সত্ত্বেও তেওঁ নির্বাচনী প্রচাৰত সক্রিয়ভাবে অংশ লয়। গোৰেশ্বৰ সমষ্টিত দুবাৰকৈ জয়ী হোবা বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে এইবাৰ ঘৰে ঘৰে গৈ নির্বাচন চলায়। লক্ষ্যণীয়ভাবে এই দুয়োটা সমষ্টিত মুখ্যমন্ত্রী ড° হিমস্ত বিশ্ব শর্মাকে ধৰি বিজেপিৰ বহু বথী-মহাৰথীয়ে দিন-বাতি একাকাৰ কৰি প্রচাৰ চলায় যদিও অধিকাংশ ভোটাৰৰ মন জয় কৰিব নোৱাৰিলে। আনকি মুখ্যমন্ত্রীৰ প্ৰচাৰ সভাত ৰাইজৰ সমাগম হৈছিল যদিও নির্বাচনী ফলাফলে মূৰকত মুখ্যমন্ত্ৰীৰ আশ্বাস আৰু প্রতিশ্রুতিক বাইজে গ্রহণ নকৰাটোক প্রতিপন্ন কৰে।

ভোট গণনাত খেলিমেলি যোৱা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত বিটিচি নির্বাচনৰ ভোট গণনাত আৰম্ভণিৰ পৰা খেলিমেলিব সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি এনে খেলিমেলিৰ বাবে গভীৰ নিশালৈ বিভিন্ন স্থানত ভোট গণনা চলি থাকে।

এজন এজনকৈ বিধায়কৰ পৰাজয় বিটিচি নির্বাচনত

বিটিচিব পৰিষদীয় নির্বাচনত এইবাৰ প্রতিটো দলে বিধায়কক প্রক্ষেপ কবি একপ্রকাৰ চমক দিছিল। বহু হিচাপ-নিকাচৰে কে’বাজনো বিধায়কক পৰিষদীয় নির্বাচনটোত অৱতীর্ণ কৰি বিধানসভা নির্বাচনলৈ নতুন অংক কৰিছিল বিজেপি, ইউপিপিএল আৰু বিপিএফে। আজিব ফলাফলত ইয়াৰ অধিকাংশ বিধায়কে মুখ থেকেচা খায়। বিধানসভা সমষ্টিক প্রতিনিধিত্ব কৰা একোজন বিধায়কে পৰিষদীয় সমষ্টিতে বৃহৎ ভোটৰ ব্যবধানত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয়। বিজেপিয়ে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ক থুৰিবাৰীত প্রক্ষেপ কৰিছিল। বিপিএফৰ প্রার্থী খলিলুৰ বহমানৰ হাতত কমেও চাবি হেজাৰ ভেটিৰ ব্যৱধানত বায় পৰাজিত হয়। স্বাভাৱিকতে বিজেপিৰ কণনীতিত এক আঘাতকপে বিবেচিত হৈছে। ইউপিপিএলৰ অন্যতম প্রার্থী আছিল মাজবাটৰ বিধায়ক গোবিন্দ বসুমতাৰী। আছিল। বসুমতাৰী ভৈৰৱকুন্ড সমান্তৰ প্রার্থী আছিল আৰু বিপিএফৰ প্রার্থী তথ্য প্রাক্তন মন্ত্রী বিহন দৈমাৰীৰ হাতত বিটিচিৰ উপ-মুখ্য কার্যবাহীও পৰাজিত হয়। ইউপিপিএলৰ পৰা চালাকাটিত প্রার্থী হৈছিল বিধায়ক লবেন্স ইছলাবী; কিন্তু ইছলাৰী পৰাজিত হয়। দলটোৰ আন এজন প্রার্থী তথা বৰমাৰ বিধায়ক ভূপেন বড়োও দিহিবা পৰিষদীয় সমষ্টিত পৰাজিত হয়। একেদৰে দৰঙাজুলিত পৰাজিত হয় বিধায়ক জলেন দৈমাৰী। এইসকল পৰাজিত বিধায়কৰ বিপৰীতে বিপিএফব বিধায়ক ৰবিৰাম নাৰ্জাৰী কচুগাঁও পৰিষদীয় সমষ্টিত জয়লাভ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BTCElectionHagrama Mahilary
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d