Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

CM Himanta Viswa Sarma:ছিংগাপুৰলৈ গৈ অসম আৰক্ষীয়ে কাকো ধৰি আনিব নোৱাৰে: মুখ্যমন্ত্রী

তদন্ত ক্রমে ৰহস্যঘন জুবিন হত্যাৰ ,নতুন কে'বাজনৰো সাক্ষ্য গ্রহণ এছআইটিৰ, ন্যায়িক আয়োগৰো ভাষ্য গ্রহণ আৰম্ভ

publisher by publisher
October 6, 2025
in Assam
Reading Time: 1 min read
0
CM Himanta Viswa Sarma:ছিংগাপুৰলৈ গৈ অসম আৰক্ষীয়ে কাকো ধৰি আনিব নোৱাৰে: মুখ্যমন্ত্রী
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

CM Himanta Viswa Sarma:

ক্রমাৎ ৰহস্যঘন হৈ পৰিছে জুবিন গাৰ্গৰ হত্যাৰ তদন্ত। একে সময়তে তদন্তই পূর্ণাংগ ৰূপ পাব নে নাপায়, তাক লৈও অনিশ্চয়তাৰ সৃষ্টি হৈছে। জুবিনৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা ছিংগাপুৰৰ প্রৱাসী অসমীয়াৰ আঠজনীয়া দলটোৰ আটাইৰে পৰা এতিয়ালৈকে তদন্তত সহযোগিতাৰ কোনো ইংগিত পোৱা নাই। কেবল ছিংগাপুৰৰ অসম এছ ‘চিয়েছনৰ লগত জড়িত অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকনৰ লগতহে অসম আৰক্ষীৰ যোগাযোগ হৈছে।

ADVERTISEMENT

হত্যাৰ মূল গোচৰটোৰ তদন্ত এই কাৰণে অধিক ৰহস্যঘন হৈ পৰিছে যে ধৃত বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীয়ে জুবিনক বিহপান কৰাই হত্যাৰ অভিযোগ আনিছে। ইয়াৰ বিপৰীতে এই অভিযোগ উত্থাপিত হোৱা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শর্মাই এয়া ষড়যন্ত্র বুলি দাবী কৰিছে। যি নর্থ-ইষ্ট ফেষ্টিভেললৈ গৈ অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীয়ে অকাল মৃত্যুক সাবটিবলগীয়া হ’ল, তাৰ মূল উদ্যোক্তা শ্যামকানু মহন্তয়ো সিদ্ধার্থ শর্মাই লোৱা স্থিতিতে আছে।

লক্ষ্যণীয়ভারে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মায়ো মন্তব্য কৰে যে শেখৰজ্যোতি গোস্বামীয়ে জুবিনক হত্যাৰ যি অভিযোগ আনিছে, সেয়া আইনগতভাবে প্রমাণিত নহয়। কাৰণ বহু সময়ত অভিযুক্তই নিজক বচাবৰ বাবেও এনে ধৰণৰ বক্তব্য আগবঢ়াব পাৰে। কাৰোবাক বদনাম কৰিবলৈয়ো এনে কথা ক’ব পাৰে। গতিকে তদন্ততহে আচল কথাবোৰ স্পষ্ট হ’ব বুলি মুখ্যমন্ত্রীয়ে কয়। সমান্তৰালভাৱে এছআইটিৰ দায়িত্বত থকা জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰ’জী কলিতাই কয় যে তদন্ত ভালকৈ চলি আছে। তদন্ত ব্যৱস্থাৰ ওপৰত সকলোকে বিশ্বাস ৰাখিবলৈ কলিতাই আহ্বান জনায়।

ইপিনে, সমগ্র বিষয়টোৰ তদন্তত এছআইটিয়ে সাক্ষ্য লোৱা লোকৰ সংখ্যা ক্রমে বিস্তাৰিত হৈছে। আজিও নতুনকৈ কে’বাজনো লোকৰ বক্তব্য গ্ৰহণ কৰা হয়। সেইসকলে বিভিন্ন সময়ত জুবিনৰ মৃত্যু সন্দৰ্ভত, অভিযুক্তৰ সন্দৰ্ভত নিজৰ মতামত প্রকাশ কৰিছিল। সামাজিক মাধ্যম অথবা আন আন মাধ্যমতো সেইসকলে তেনে বক্তব্য আগবঢ়াইছিল। তদুপৰি জুবিনৰ আন কে’বাজনো লোককো এছআইটিয়ে সাক্ষ্য গ্রহণৰ বাবে জাননী দিছে। তেনে লোকৰো সাক্ষ্য লোৱা হয়; কিন্তু এই সকলোৰে ওপৰত এই সময়ত এছআইটিৰ বাবে গুৰুত্বপূৰ্ণ হৈছে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া দলটো সাক্ষ্য দিবলৈ আহিব নে নাহে।

ছিংগাপুৰত থকা ভাৰতৰ উচ্চাযুক্তৰ জৰিয়তে যি আঠজনক এছআইটিয়ে তদন্তত সহযোগ তথা নিজৰ ভাষ্য প্রদান কৰিবলৈ জাননী জাৰি কৰিছে, সেইকেইজন হ’ল- তন্ময় ফুকন, অভিমন্যু তালুকদাৰ, দেৱজিৎ হাজৰিকা, ৰূপকমল কলিতা, সিদ্ধার্থ বৰা, পৰীক্ষিত শৰ্মা, বাজিদ আহমেদ আৰু ভাস্কৰ দত্ত। এইসকল ছিংগাপুৰৰ অসম এছ’চিয়েছনৰ লগত জড়িত। এই দলটোৱেই জুবিনক লগত লৈ য়ট পাৰ্টিৰ আয়োজন কৰিছিল। ইয়াৰে কে’বাজনো জুবিনৰ লগত সংঘটিত সমগ্ৰ ঘটনাৰ প্ৰত্যক্ষদর্শী। অভিমন্যু তালুকদাৰ অসম এছ’চিয়েছনৰ সভাপতি আৰু দেৱজিৎ হাজৰিকা সম্পাদক। অভিযোগ অনুসৰি, য়ট পাৰ্টিৰ মূল আয়োজক আছিল তন্ময় ফুকন। এছআইটিয়ে জাৰি কৰা জাননী অনুসৰি, কাইলৈ তেওঁলোক তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হোৱাৰ অন্তিম দিন।

আনহাতে, কালি নিশা অভিমন্যু তালুকদাৰৰ জ্যেষ্ঠ ভ্রাতৃ অনিৰুদ্ধ তালুকদাৰে কয় যে ছিংগাপুৰৰ কেতবোৰ আইনী বাধাৰ বাবেহে অভিমন্যু আহিব পৰা নাই। তালুকদাৰে লগতে কয়, ‘অসমৰ ল’ৰা অসমলৈ নাহি ক’লৈ যাব? সিয়ো তদন্তত সহযোগিতা কৰিব বুলি কৈছে। জুবিন আমাৰ আবেগ। আমাক সকলোকে ঘটনাৰ সঠিক তদন্ত লাগে। ছিংগাপুৰতো তদন্ত চলি থকা বুলি শুনিছো।’

# নন সাক্ষীৰ ভাষ্য গ্রহণ

চিআইডিৰ কাৰ্যালয়ত কালি পুনৰ জেৰাৰ সন্মুখীন আৰক্ষী বিষয়া তথা জুবিন গাৰ্গৰ সম্পৰ্কীয় ভ্রাতৃ সন্দীপন গার্গ। আজিও তদন্তকাৰী দলৰ আগত ভাষ্য প্রদান কৰে জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰাই। ইপিনে, এছআইটিয়ে তলব কৰাত ভাষ্য প্রদানৰ বাবে দেওবাৰে নতুনকৈ উপস্থিত জুবিন গাৰ্গৰ এসময়ৰ সহ কণ্ঠশিল্পী মেঘনা বৰপূজাৰী আৰু বৈশালী মেধি। জুবিন গাৰ্গৰ দুই ঘনিষ্ঠ বাদ্যযন্ত্রী পার্থপ্রতিম গোস্বামী আৰু ৰাজা বৰুৱাৰো বক্তব্য আজি এছআইটিয়ে গ্রহণ কৰে। অভিনেত্রীদ্বয় সুস্মিতা কলিতা আৰু পম্পী মেচৰো ভাষ্য লোৱা হয়। ধৃত গায়িকা অমৃতপ্রভা মহন্তৰ ভ্ৰাতৃ নিশাদ মহন্তও আজি চিআইডিৰ কাৰ্যালয়ত উপস্থিত হয়।

এছআইটিয়ে তলব কৰাত কালি ভাষ্য প্রদান কৰে জুবিন গাৰ্গৰ গাড়ীচালক হিতেশ হালৈয়ে। এছআইটিৰ আগত ভাষ্য প্রদান কৰি ওলাই অহা বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই কয় যে জুবিন গাৰ্গক তেওঁ কেতিয়া লগ পাইছিল, তেওঁ কি বজায়, কাৰোবাৰ বিষয়ে কিবা মন্তব্য আছে নেকি, আদি বিষয়ে সোধে। বৰুৱাই কয়, ‘যিহেতু মই ছিংগাপুৰলৈ যোৱা নাছিলো, তাত কি হৈছিল নাজানো; কিন্তু আমি ন্যায় বিচাৰো। গতিকে তদন্তত আমি সহায় কৰি যাম আৰু সেই কথা কৈছো।’ ইয়াৰ লগতে বৰুৱাই কয় যে বাদ্যযন্ত্র বজোৱাৰ বিনিময়ত তেওঁলোকক টকা দিছিল আৰু তাতেই তেওঁলোকৰ দায়িত্ব শেষ হৈছিল। তদুপৰি তেওঁ কয়, ‘জুবিনে নিজেই টকাৰ হিচাপ নিবিচাৰিছিল। গতিকে আমি আৰু কি টকাৰ হিচাপ বিচাৰি যাম। সিদ্ধার্থ শৰ্মাই অলপ দুর্ব্যৱহাৰ কৰে।’

ইপিনে, ন্যায়াধীশ সৌমিত্র শইকীয়াক লৈ গঠিত ন্যায়িক তদন্ত আয়োগৰ সন্মুখত আজি ভাষ্য প্রদান কৰে সাংবাদিক প্রণয় বৰদলৈ আৰু স্বাৰস্বত গোস্বামীয়ে। দুয়োজনে ইতিমধ্যে এছআইটিৰ আগত ভাষ্য প্রদান কৰিছিল। আনহাতে, দেওবাৰেও চিআইডিৰ কাৰ্যালয়ত উপস্থিত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত। ইয়াৰ উপৰি শেখৰজ্যোতি গোস্বামীৰ পত্নী লনিমা গোস্বামীও আহে।

# ৰাজহুৱা নহয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই স্পষ্ট কৰি দিয়ে যে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন চৰকাৰে ৰাজহুবা নকৰে। ৰাজহুৱা কৰিলে আদালতৰ বিচাৰ প্ৰক্ৰিয়াত প্রতিবেদনখনৰ মূল্য নাথাকিব বুলি মুখ্যমন্ত্রীয়ে যুক্তি দর্শায়। অৱশ্যে কোনো লোকে প্রতিবেদনখন চাব বিচাৰিলে চিআইডিৰ মহাপৰিদৰ্শকৰ লগত যোগাযোগ কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে কয়, ‘লুৰীণজ্যোতি গগৈয়ে চাব বিচাৰিছে, তেওঁ চিআইডিৰ লগত যোগাযোগ কৰিলে চাব পাৰিব। মানুহৰ মনত যাতে সন্দেহ নাথাকে, তাৰ বাবেই চিআইডিৰ ওচৰলৈ গৈ প্রতিবেদনখন চোৱাৰ ব্যৱস্থা কৰা হৈছে। সেই বুলি আমি ৰাজহুৱাও কৰিব নোৱাৰো।’

উল্লেখ্য যে গুৱাহাটীত সম্পন্ন হোৱা প্ৰয়াত শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নিয়ম অনুসৰি কালি পত্নী গৰিমা শইকীয়া গাৰ্গক অর্পণ কৰা হৈছিল; কিন্তু তেওঁ প্রতিবেদনখন ওভতাই দিয়ে। কাৰণ সেইখন ব্যক্তিগত সম্পত্তি নহয় বুলি তেওঁ কয়। ইয়াৰ লগতে তেওঁ কয় যে প্রতিবেদনত কি আছে, সেই কথা তেওঁ প্রকাশ নকৰে। চলি থকা তদন্ত প্রক্রিয়াত অসুবিধা নহ’বৰ বাবেই তথ্য ৰাজহুৱা কৰিবলৈ তেওঁ ইচ্ছুক নহয়।

#তদন্তক ৰাইজে ভাল পাইছে: মুখ্যমন্ত্ৰীৰ দাবী

মুখ্যমন্ত্রীয়ে এই দাবীও কৰে যে বৰ্তমান তদন্ত প্রক্রিয়া ভাল দিশেৰেই আগবাঢ়িছে। ৰাইজেও ভাল পাইছে। লগতে মুখ্যমন্ত্রীয়ে কয়, ‘আমি কাকো ক্ষমা কৰা নাই। যিয়ে ঘটনাত জড়িত, তাকে গ্ৰেপ্তাৰ কৰিছে চিআইডিয়ে। কাকো ভিআইপি বুলি গণ্য কৰা নাই। সকলোকে সমানে জেৰা কৰিছে চিআইডিয়ে। মই যিমান ৰাইজৰ লগত কথা পাতিছো, সকলোৱে তদন্তক লৈ যথেষ্ট সন্তুষ্ট।’ মুখ্যমন্ত্ৰীৰ এনে দাবীৰ বিপৰীতে বৰ্তমানৰ তদন্ত প্রক্রিয়াক লৈ অসন্তুষ্টি ব্যক্ত কৰি আহিছে বহু দল-সংগঠন আৰু ব্যক্তিয়ে। সেইসকলে চিবিআই তথা তেনে ধৰণৰ উচ্চ পৰ্যায়ৰ সংস্থাৰ দ্বাৰাহে জুবিনৰ মৃত্যুৰ তদন্ত দাবী জনাই আহিছে।

কালি মুখ্যমন্ত্রীয়ে লগতে কয় যে জাননী লাভ কৰা ছিংগাপুৰস্থ প্রবাসী অসমীয়াসকলে নির্দিষ্ট সময় তথা কাইলৈৰ ভিতৰত এছআইটিৰ আগত হাজিৰ নহ’লে কঠোৰ ব্যৱস্থা লোৱা হ’ব। সেই বুলি অসম আৰক্ষীয়ে ছিংগাপুৰলৈ গৈ কাকো ধৰি আনিব নোৱাৰে বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CID InquiryCm Himanta Biswa Sarmazubeen death incident
publisher

publisher

Related Posts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা
News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা

May 8, 2026
জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত
Assam

জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত

May 8, 2026
সৰুপথাৰৰ যুৱকে বনালে ম’বিলত জুলাব পৰা ষ্ট’ভ
Assam

সৰুপথাৰৰ যুৱকে বনালে ম’বিলত জুলাব পৰা ষ্ট’ভ

May 7, 2026
বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ
News

বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

May 7, 2026
মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ
Assam

মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ

May 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d