Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আদানী-টাটালৈ ৰঙা দলিচা পাৰি বিদ্যুতৰ বজাৰ গতাব কেন্দ্ৰই

publisher by publisher
October 12, 2025
in India, News
Reading Time: 1 min read
0
আদানী-টাটালৈ ৰঙা দলিচা পাৰি বিদ্যুতৰ বজাৰ গতাব কেন্দ্ৰই
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

এছিয়াৰ সবাতোকৈ ধনী ব্যক্তি গৌতম আদানী

Asia’s Richest person:এছিয়াৰ ধণাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানী

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

এইবাৰ দেশৰ বিদ্যুতৰ বজাৰক ব্যক্তিগত খণ্ডৰ বাবে মুকলিৰ পদক্ষেপ গ্রহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে। এই উদ্দেশ্যে কেন্দ্রীয় শক্তি মন্ত্রণালয়ে সংসদৰ আগন্তুক অধিবেশনত উত্থাপনৰ উদ্দেশ্যে এক খচৰা বিধেয়ক তৈয়াৰ কৰিছে বুলি উচ্চস্তৰীয় সূত্রই প্রকাশ কৰিছে।

ADVERTISEMENT

উল্লেখ্য যে দেশৰ অধিকাংশ ৰাজ্যত বিদ্যুৎ সৰবৰাহৰ দায়িত্ব চৰকাৰী সংস্থাই বহন কৰি আছে। নৰেন্দ্ৰ মোদী চৰকাৰে বিদ্যুতৰ বজাৰ ব্যক্তিগত খণ্ডৰ সংস্থাৰ বাবেও মুকলিৰ পৰিকল্পনা কৰিছে। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, কেন্দ্রীয় শক্তি মন্ত্রণালয়ে প্রস্তুত কৰা এই সংক্রান্তীয় বিধেয়ক সংসদত গৃহীত হ’লে আদানী এণ্টাৰপ্ৰাইজেছ, টাটা পাৱাৰ, চিইএছচিৰ লেখীয়া ব্যক্তিগত সংস্থাসমূহ লাভান্বিত হ’ব।

অর্থাৎ আদানী, টাটা আদিলৈ ৰঙা দলিচা পাৰি দিয়াৰ উদ্দেশ্যে দেশৰ বিদ্যুতৰ বজাৰ ব্যক্তিগত খণ্ডৰ সংস্থাৰ বাবে মুকলিৰ পদক্ষেপ মোদী চৰকাৰে গ্ৰহণ কৰিছে।

উল্লেখ্য যে সম্প্রতি দেশৰ তেনেই কম সংখ্যক স্থানত বিদ্যুৎ বিতৰণৰ দায়িত্ব ব্যক্তিগত খণ্ডৰ সংস্থাৰ হাতত আছে। এনে স্থানৰ অন্যতম হৈছে দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (এনচিআৰ), ওড়িছা, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ কেতবোৰ অঞ্চল। কলকাতা আৰু কেতবোৰ অঞ্চলত বিদ্যুৎ সৰবৰাহৰ দায়িত্ব দিয়া হৈছে ব্যক্তিগত সংস্থা চিইএছইক।

এই সমূহ অঞ্চলক বাদ দি দেশৰ অধিকাংশ অঞ্চলতে চৰকাৰী সংস্থাই বিদ্যুৎ সৰবৰাহ কৰে। অৱশ্যে এনে সংস্থাসমূহৰ কিছু সংখ্যক লোকচানত চলি আছে। লোকচান ভৰি থকা এই বিদ্যুৎ বিতৰণ সংস্থাসমূহক পুনৰুজ্জীৱিত কৰাৰ চেষ্টাও অব্যাহত আছে।

আনহাতে, চলিত বছৰৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ চাৰিটা বিদ্যুৎ বিতৰণ সংস্থাৰ দুটা ব্যক্তিগতকৰণৰ বাবে নিবিদা আহ্বান কৰা হৈছিল। এনে অৱস্থাতে কেন্দ্ৰই সমগ্ৰ দেশৰ বিদ্যুতৰ বজাৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাৰ পদক্ষেপ গ্রহণ কৰিছে।

সূত্ৰই প্ৰকাশ কৰা অনুসৰি, কেন্দ্ৰীয় শক্তি মন্ত্রণালয়ে প্রস্তুত কৰা এই সংক্রান্তীয় খচৰা বিধেয়কৰ প্ৰস্তাৱত কোৱা হৈছে যে একোটা অঞ্চলত বিদ্যুৎ বিতৰণৰ বাবে একাধিক ব্যক্তিগত সংস্থাই নিবিদা দাখিল কৰিব পাৰিব। বর্তমানে বলবৎ থকা আইনত বিদ্যুৎ বিতৰণৰ ক্ষেত্ৰত ব্যক্তিগত সংস্থাৰ প্ৰৱেশৰ নিয়ম নাই।

এই বিধেয়কৰ বিৰুদ্ধে দেশৰ বিভিন্ন স্থানত প্রতিবাদ গঢ়ি উঠাৰ সম্ভাৱনা প্ৰৱল হৈছে। কাৰণ ব্যক্তিগত সংস্থাই যোগান ধৰা স্মার্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে অসমকে ধৰি বিভিন্ন স্থানত প্রতিবাদ সাব্যস্ত হৈ আহিছে। অৱশ্যে চৰকাৰী পক্ষৰ মতে, বিদ্যুৎ বিতৰণৰ বজাৰত ব্যক্তিগত খণ্ডৰ সংস্থাৰ প্ৰৱেশ ঘটিলে বিভিন্ন সংস্থাৰ মাজত প্রতিযোগিতা হৈ গ্রাহকসকল লাভান্বিত হ’ব পাৰে।

উল্লেখ্য যে ২০২২তো কেন্দ্রই এনে এক পদক্ষেপ গ্রহণ কৰিছিল যদিও চৰকাৰী সংস্থাসমূহৰ বিৰোধিতাত চৰকাৰ থমকি ৰ’বলগীয়া হয়। গতিকে এইবাৰ কিয় মোদী চৰকাৰে পুনৰ একে পদক্ষেপ গ্ৰহণ কৰিলে তাক লৈয়ো সন্দেহ ঘনীভূত হৈছে। আদানী আদিক লাভান্বিত কৰিবলৈকে মোদী চৰকাৰে এই পদক্ষেপ লোৱা বুলি চর্চিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gautam Adani
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d