Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Zubeen Khetra:মৃত্যুৰ এমাহৰ দিনা জনসমুদ্র জুবিন সমাধিত

র্বধর্ম প্রার্থনা-দিহানাম-ভাগৱত পাঠ-আয়তীৰ নাম-প্ৰসংগৰে যেন দ্বিতীয় বৈকুণ্ঠ ধাম হ'ল, আজিৰ পুৱাৰে পৰা অনুৰাগীৰ সোঁত জুবিনক্ষেত্ৰলৈ

publisher by publisher
October 20, 2025
in Assam
Reading Time: 2 mins read
0
Zubeen Khetra:মৃত্যুৰ এমাহৰ দিনা জনসমুদ্র জুবিন সমাধিত
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

Zuben Garg Tribute:মহানগৰীৰ পার্শ্বৱর্তী সেউজ পাহাৰৰে ঘেৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজি জুবিন দিৱসৰ তৃতীয় দিন

Justice For Zubeen:যিসকলে কৈছে জুবিন গাৰ্গৰ হত্যা হোৱা নাই তেওঁলোক অসমত থাকিব নোৱাৰিব

Zubeen Khetra:

সমাধিত অকলে এদিনো শুবলৈ দিয়া নাই, নিঃসংগ হ’বলৈ দিয়া নাই হিয়াৰ আমঠু জুবিন গাৰ্গক। যোৱা প্রায় এমাহে সোণাপুৰৰ সমাধি ক্ষেত্ৰলৈ দিনে-নিশাই গৈ থকা জনতাৰ সোঁত দেওবাৰে যেন জনসমুদ্রলৈ পৰিণত হ’ল: কিয়নো আজি প্ৰাণৰ শিল্পী গৰাকীৰ অকাল মৃত্যুৰ এমহীয়া। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা দল বান্ধি অহা জুবিনৰ অনুৰাগীৰে লোকে লোকাৰণ্য হৈ পৰে সোণাপুৰৰ হাতীমূৰাৰ সমাধিস্থল। যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যুক সাৱটি লোৱাৰ পাছত সোণাপুৰত শেষকৃত্য সম্পন্ন কৰা প্রিয় শিল্পীৰ মৃত্যুৰ দেওবাৰৰ এমহীয়া দিনটোত অলেখজনে তেওঁৰ আত্মাৰ শান্তি বিচৰাৰ লগতে ন্যায়ৰ দাবীত সৰৱ হয়।
লক্ষ লক্ষ জনৰ প্রার্থনা, হেজাৰ হেজাৰ বন্তি প্রজ্বলনৰে সমাধি ক্ষেত্রত এক অদ্ভুত অৱর্ণনীয় মায়াময় পৰিৱেশৰ সৃষ্টি হয়। এয়া যেন এক প্রজ্বলিত মন্দিৰ, এক পবিত্র তীর্থস্থলী। সমাধিত যি পৰিৱেশ সেয়া ভাষাৰে বুজোৱা কঠিন। সমাধিলৈ অহা বিভিন্নজনে প্ৰাণৰ শিল্পীক সম্বোধন কৰিছে ভগৱান বুলি। কোনোবাই কৈছে ঈশ্বৰ পুত্র। দলে দলে যুৱক-যুৱতীয়ে গাইছে প্রার্থনাত পৰিণত হোবা মায়াবিনী গীতটি। সমাধিলৈ অহা এনে এজন যুৱকে কয়, ‘জুবিনদা কাৰ বাবে কি আছিল নাজানো, কিন্তু আমাৰ বাবে ভগৱান আছিল।’ আন এজন লোকে কয়, ‘জুবিনৰ মৃত্যু হোৱা নাই। আমি জুবিনক কৃষ্ণ বুলি আশীর্বাদ কৰিছো।’
আন এজনে কয়, ‘আমি ৰৈ আছো জুবিনদাৰ ন্যায়ৰ বাবে। পাহৰণিৰ গৰ্ভত হেৰাই নাযায় এই কথা। আমাক ন্যায় লাগিবই।’ ভকত-বৈষ্ণৱৰ ভাগৱত পাঠ, আয়তীৰ নাম-প্ৰসংগই একপ্ৰকাৰ বৈকুন্ঠ ধামত পৰিণত কৰা সমাধিক দেওবাৰে পুনৰবাৰ বিশ্ব মানচিত্রতে এক সুকীয়া স্থান দিলে। তদুপৰি আজি সমাধিস্থলীত আয়োজন কৰা এমহীয়া আদ্যশ্রাদ্ধ উপলক্ষে সর্বধর্ম প্রার্থনাও অনুষ্ঠিত কৰা হয়। মোৰ কোনো ধর্ম নাই, মোৰ কোনো জাতি নাই, মই মুক্ত বুলি ঘোষণা কৰা জুবিনৰ মন আৰু হৃদয়ক নিশ্চিতভরে আজিৰ সর্বধর্ম প্রার্থনাই শাস্তি প্রদান কৰিছে। হিন্দু, ইছলাম, খ্ৰীষ্টান, শিখ, বৌদ্ধ ধর্মীয় গুৰুসকলে নিজ প্রার্থনাৰে জুবিনৰ আত্মাৰ চিৰশান্তি কামনা কৰে।
সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ হাতীমূৰা পাহাৰৰ সেউজৰে আৱৰা সমাধিস্থলীত দেওবাৰে পুৱতি নিশাৰে পৰা জাকে জাকে অহা মানুহে প্রিয় শিল্পীৰ সমাধিত টুকিলে চকুলো। কান্দোনত ভাগি পৰিল হেজাৰ হেজাৰজন। এনে এজন অনুৰাগীয়ে কয়, ‘অলপো পাহৰিব পৰা নাই। বিশ্বাস নহয় যে ভূবিনদা আমাৰ মাজত নাই। কথাটো ভাবিলে বুকুখন বিষায়। তেওঁক আৰু কোনোদিনে ওচৰৰ পৰা নেদেখিম এই কথা মনে মানি নলয়।’ জুবিনৰ সমাধিস্থলীত ধূপ-ধুনা, চাকিৰ নৈবেদ্য মাথোঁ নহয়, তেওঁৰ প্রিয় টুপি-ফটো, জয় জুবিনদা, মন যায় আদি লিখা গামোচা, জাপি আদি নানা সামগ্রীৰে শ্রদ্ধাঞ্জলি যাচিছে। একাংশই আকৌ ৰোপণ কৰিছে জুবিনৰ প্ৰিয় নাহৰৰ পুলি।
সমাধিলৈ আহি মায়াবিনী গীতটোৰ কোৰাচ গোৱা এটা যুৱকৰ দলে শান্তিপূর্ণ প্রতিবাদ সাব্যস্ত কৰে সমাধিত জুবিন গাৰ্গৰ এটা জনপ্রিয় আৰু দূৰন্ত আশাব্যঞ্জক বাক্য ‘মন যায়’ লিখা থকাটো এখন গামোচাও প্রদর্শন কৰি এই যুৱকৰ দলটোৱে কয়, ‘আমি শান্তিপূর্ণ প্রতিবাদ কৰিছো। সোনকালেই জুবিনদাৰ গোচৰৰ স্বচ্ছ ন্যায় আমি দাবী কৰিছো। তেওঁ আমাৰ বাবে ভগৱান আছিল।’ প্রিয় শিল্পীক শ্রদ্ধা যাচিবলৈ দুশগৰাকী বাহীবাদকৰ বাঁহী বাদনেও উপস্থিতসকলৰ হৃদয়-মনত যেন বেদনাৰ, আপোনজনক হেৰুওৱাৰ কাহানিও পাহৰিব নোৱৰা সুৰৰ ঝংকাৰ তুলিছিল। সদৌ অসম বাঁহী শিল্পী সন্থাৰ প্রায় দুশ শিল্পীয়ে প্রিয় শিল্পীৰ মায়াবিনী আৰু এন্ধাৰ হ’ব নোৱাৰো শীর্ষক গীতৰে পৰিবেশন কৰা সুৰ সমলয়ৰে এই শ্রদ্ধা জ্ঞাপনৰ অনুষ্ঠানে উপস্থিত বহুজনৰ চকুত বিৰিঙালে এধানি লোতক।
গাঁঠিৰ ধন ভাঙি অসমৰ দূৰ-দূৰণিৰ পৰা অহা লোকসকলে প্রিয় শিল্পীৰ মায়াত যেন এৰিব নিবিচাৰে সমাধিস্থলী। খোৱা-বোৱাত কাৰোৱে মন নাই, সমাধিস্থলীৰ পাহাৰত থকা গছবোৰৰ তলতো কেৱল মানুহ মানুহ। সকলোরে নাম-প্ৰসংগৰে কেৱল বিচাৰিছে শান্তি আৰু ন্যায়। মন্দিৰলৈ পৰিণত হোৱা সমাধি ক্ষেত্ৰত দেওবাৰে এনে বিৰল দৃশ্যই সোণাপুৰৰ ঘাইপথৰে পাৰ হৈ যোৱা প্রতিখন বাহনৰে যাত্রীসকলকো যেন চুম্বকৰ দৰে আকৰ্ষণ কৰিছে এবাৰলৈ হ’লেও সমাধিস্থলীত থিয় দিছে এনে বহুজনে।
এমাহ উকলি যোৱাৰ পাছতো কিয় জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে বুলি প্রশ্ন কৰে দুখ-ক্ষোভত ভাগি পৰা তকণ অনুৰাগীয়ে। এনে যুৱতীৰ দলে কয়, ‘জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো যদি নিজকে জুবিন বুলি ঘোষণা কৰি দীঘলীপুখুৰীৰ গছ কাটিব পাৰে, এনে লোক জুবিন গাৰ্গ হ’বই নোৱাৰে। সমগ্ৰ অসমবাসী-বিশ্বই হেচটেগৰে জুবিন গাৰ্গৰ ন্যায়ৰ কথা লিখি আছে। জাস্টিচ ফৰ জুবিন গাৰ্গ বুলি লিখিছে। কিয় বাকসাত ভালদৰে ৰখা হৈছে তেওঁলোকক। আমাক এইবোৰ প্ৰশ্নৰ উত্তৰ লাগে। আজি পর্যন্ত কিয় ৰাইজক জনাব পৰা নাই যে কি কাৰণত আৰু কিদৰে জুবিনদাৰ মৃত্যু হ’ল। ছিংগাপুৰত কি ঘটনা ঘটিছিল? সেয়া কিয় ৰাজহুৱা কৰা নাই ?
জুবিনৰ ম’বাইলটো কিয় জব্দ কৰা নাছিল? তাত নিশ্চয় তথ্য আছিল। তেওঁলোকক পূজাৰ বন্ধ দিছিলে নেকি?’ পুনৰ কয়, ‘আমি কিমান দুখত আছো। সকলোৱে কিমান দুখত আছে । আমি মৰি মৰি ইয়ালৈ আহিছো। তেওঁৰ লগত কি হৈছিল সেই কথা স্পষ্ট হ’ব লাগে, সেয়াই আমি বিচাৰিছো। জুবিনদা সাধাৰণ মানুহ নহয়। তেওঁ অসমৰ বাবে বহু কৰি থৈ গৈছে। তেওঁ ভগৱানৰ অৱতাৰ। এজন মানুহ কিদৰে ভগবান হ’ব পাৰে, সেয়া আমি জুবিনদাৰ পৰা গম পালো। এজন সাধাৰণ মানুহ কিদৰে ভগৱানৰ পৰ্যায়লৈ যাব পাবে, সেয়া জুবিনদাৰ পৰা আমি দেখিলো। সকলোবে জুবিনদাৰ ন্যায় প্রাপ্তিৰ বাবে লাগি আছে; কিন্তু একাংশই দেৱালীৰ বোমা ফুটাব লাগে, তাকে লৈ ব্যস্ত হৈছে। কাৰ জনসংখ্যাৰ হাৰ বাঢ়িছে, সেইবোৰ কথাত লাগিব লাগে নে জুবিনদাক ন্যায় দিব লাগে, কওঁক আপোনালোকে।’

# কি ঘটিছিল আমি জানিব লাগিব, তাৰ বাবেই আমি সকলোবে যুঁজ দি আছো

‘আপোনালোক সকলোকে মোৰ হিয়াভৰা নমস্কাৰ আৰু কৃতজ্ঞতা জনালো। অসমৰ বিভিন্ন স্থানৰ পৰা আহি আজি আপোনালোক একত্ৰিত হৈছে, এমাহ পাৰ হ’ল। জুবিন আমাৰ মাজৰ পৰা গ’ল বুলি ক’ব নোৱাৰো; কিন্তু এটা অভাৱনীয় ঘটনা ঘটি গ’ল। যিটোৰ এমাহ পাৰ হ’ল আৰু আপোনালোকে আজিও মৰম, আশীর্বাদ, প্রার্থনা একেদৰে সদায়ে তেওঁৰ বাবে, আমাৰ পৰিয়ালৰ বাবে, তেওঁৰ ন্যায়ৰ বাবে জনাই আহিছে।’ এইদৰে ক্রন্দনৰত হৈ উপস্থিত ৰাইজক ক’লে প্রিয় শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গার্গে। সমাধিস্থলীত সন্ধিয়া গৰিমাই কয়, ‘যি ঘটিছিল সেই সকলো আমি ভালদৰে জানিব লাগিব। সঁচাটো জানিব লাগিব। এই সকলোবোৰৰ বাবে আপোনালোকে এখন যুদ্ধ কৰি আছে আৰু আমিও। পৰিয়ালৰ সকলোৱে আমি জানিব বিচাৰিছো আচলতে সঁচাকৈয়ে সেই দিনটোত জুবিনৰ লগত কি হৈছিল।’ তাৰ পাছত । গৰিমাই জুবিনৰ ভগ্নী ড° পামী বৰঠাকুৰৰ কান্ধত হাত দি কয়, ‘আমাৰ মাজতো বহুত অন্তর্দ্বন্দ্ব চাল আছে। এয়া ভন্টিও আছে লগতে আৰু আমি সকলোৱে বুজি পাওঁ আমাৰ অন্তৰৰ ভিতৰত কি চলি আছে। তাৰ উত্তৰ নিশ্চয় আমি পাম। এক আস্থাৰে, শান্তিবে, ধৈর্যৰে আমি অপেক্ষা কৰিছো। নিয়মত
হওক, শুদ্ধভাবে হওক, পানী নসৰকাকৈ যি বিচাৰ হ’ব লাগে সেই বিচাৰ হওক; কিন্তু তাৰ লগে লগে জুবিনক আমিয়ে অমৰত্ব দিব লাগিব। আমিয়ে সদায় আমাৰ মাজত জুবিনক কঢ়িয়াই লৈ ফুৰিব লাগিব। আৰু জুবিন আমাৰ মাজত সদায়ে তেওঁ যেনেদৰে আছিল, তেনেদৰেই থাকিব লাগিব। তেওঁৰ আদর্শ, তেওঁ যিদৰে গোটেই অসমখন-সমগ্ৰ উত্তৰ-পূর্বাঞ্চলকে ভাল পাইছিল, সমগ্র মানব জাতিক ভাল পাইছিল, প্রকৃতিক ভাল পাইছিল, জীব-জন্তু, পশু-পক্ষী সকলোকে ভাল পাইছিল, গছ-গছনিক যিদৰে ভাল পাইছিল, আমি সকলোকে এনেদৰে মৰম আমাৰ মানুহেই দি যাব লাগিব।
আমি ভাবিব লাগি যে আজি এজন জুবিন নহয়, আমাৰ মাজত কোটি কোটি জুবিন, আমাৰ সকলোৰে আত্মাত জুবিন জীয়াই আছে আৰু আমাৰ সকলোৰে আত্মাত জুবিনে নিগাজিকৈ এক স্থান গ্রহণ কৰিছে।’ এইদৰে কৈ কান্দোনত ভাগি পৰা গৰিমাক সান্ত্বনা দিবলৈ ভগ্নী পামীয়ে তেওঁৰ হাত গ’লে গৰিমাৰ কান্ধত। পুনৰ গৰিমাই কয়, ‘আমাৰ সকলোৰে আত্মাত জুবিনে নিগাজিকৈ এক স্থান গ্রহণ কৰিছে। এখন ঘৰ পাতি বহি পৰিছে, আমাৰ সকলোৰে আত্মাত জুবিন জীয়াই থাকিব এতিয়া। গতিকে গোটেই বিশ্বজবি জুবিনক ভালপোরা সকলোৰে মাজত কোটি কোটি লোকৰ মাজত জুবিন জীয়াই থাকিব হওক, শুদ্ধভাবে হওক, পানী নসৰকাকৈ যি বিচাৰ হ’ব লাগে সেই বিচাৰ হওক; কিন্তু তাৰ লগে লগে জুবিনক আমিয়ে অমৰত্ব দিব লাগিব। আমিয়ে সদায় আমাৰ মাজত জুবিনক কঢ়িয়াই লৈ ফুৰিব লাগিব।
আৰু জুবিন আমাৰ মাজত সদায়ে তেওঁ যেনেদৰে আছিল, তেনেদৰেই থাকিব লাগিব। তেওঁৰ আদর্শ, তেওঁ যিদৰে গোটেই অসমখন-সমগ্ৰ উত্তৰ-পূর্বাঞ্চলকে ভাল পাইছিল, সমগ্র মানর জাতিক ভাল পাইছিল, প্রকৃতিক ভাল পাইছিল, জীৱ-জন্তু, পশু-পক্ষী সকলোকে ভাল পাইছিল, গছ-গছনিক যিদৰে ভাল পাইছিল, আমি সকলোকে এনেদৰে মৰম আমাৰ মানুহেই দি যাব লাগিব। আমি ভাবিব লাগিব যে আজি এজন জুবিন নহয়, আমাৰ মাজত কোটি কোটি জুবিন, আমাৰ সকলোৰে আত্মাত জুবিন জীয়াই আছে আৰু আমাৰ সকলোৰে আত্মাত জুবিনে নিগাজিকৈ এক স্থান গ্রহণ কৰিছে।’ এইদৰে কৈ কান্দোনত ভাগি পৰা গৰিমাক সান্ত্বনা দিবলৈ ভগ্নী পামীয়ে তেওঁৰ হাত থ’লে গৰিমাৰ কান্ধত।
পুনৰ গৰিমাই কয়, ‘আমাৰ সকলোৰে আত্মাত জুবিনে নিগাজিকৈ এক স্থান গ্রহণ কৰিছে। এখন ঘৰ পাতি বহি পৰিছে, আমাৰ সকলোৰে আত্মাত জুবিন জীয়াই থাকিব এতিয়া। গতিকে গোটেই বিশ্বজুৰি জুবিনক ভালপোৱা সকলোৰে মাজত, কোটি কোটি লোকৰ মাজত জুবিন জীয়াই থাকিব। গতিকে জুবিনৰ প্ৰতিটো কাম আমি তেনেদৰে আগবঢ়াই নিম। আমি সংকল্পবদ্ধ হ’ব লাগিব আৰু মই ভাবিছো, অহা নৱেম্বৰত জুবিনৰ জন্মদিন আহি আছে। অহা মাহৰ ১৮ তাৰিখে ৫৩ বছৰ সম্পূৰ্ণ কৰিলেহেঁতেন তেওঁ; কিন্তু এতিয়াও চলি যাব তেনেদৰে। তেওঁ সদায় থাকিব। আমি দৃঢ়প্রতিজ্ঞ, মই দৃঢ়প্রতিজ্ঞ, আমাৰ পৰিয়ালটো দৃঢ় প্রতিজ্ঞ- আপোনালোক সকলোরে, আমি সদায়ে জুবিনক জীয়াই ৰাখিম। আৰু জুবিনে কৰিব বিচৰা সকলোবোৰ কাম আমি কৰি যাম।’ এই কথাবোৰ কওঁতে হুকহুকাই কান্দে গৰিমাই।
তেওঁ কয়, ‘এজোপা এজোপা গছৰ মাজত জুবিনক জীয়াই ৰাখিম, প্রতিটো পাতত জীয়াই ৰাখিম। সেই ৩৮ হেজাৰ গীতৰ মাজত জুবিন জীয়াই থাকিব। সকলোৰে কণ্ঠত জুবিন জীয়াই থাকিব। জুবিনৰ সকলোবোৰ গীত, আমাৰ বহু পলম হ’ল যদিও এতিয়াৰে পৰা আমি চেষ্ট কৰিম যাতে সেই সকলোবোৰ শৃংখলাবদ্ধভাৱে আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে থৈ যাব পাৰো।’ তেওঁ ৰাইজক কয়, ‘প্রতিটো পদক্ষেপতে আপোনালোকে আমাক সহায় কৰিব লাগিব। আপোনালোকে নিজেও কৰিব লাগিব। আমি গছ ৰুই যাম, অসম, উত্তৰ-পূৰ্বাঞ্চলখন সেউজ কৰিম। জীৱকুলৰ বাবে আমি কাম কৰি যাম। নতুন প্ৰজন্মক লৈ জুবিনৰ ইমান সপোন আছিল আৰু সদায়ে জুবিনে আবেগত কান্দি উঠিছিল, যেতিয়া নতুন প্রজন্মই কিবা এটা ভাল কাম কৰা দেখিছিল।
কোনোবাই যেতিয়া তেওঁৰ ওচৰলৈ আহি কৈছিল যে দাদা এই কামটো কৰিছো, এইটো চাই দিয়ক, তেতিয়া ৰাতি আহি মোৰ ওচৰত আবেগিক হৈ এই কথাবোৰ কৈ কান্দি পেলায়, চকুলো টুকে। কয়- দেখিছানে, সিহঁতে ইমান ভাল কাম কৰিব পাৰে। মোৰ কিনো প্রতিভা আছে, ইহঁতৰ মাজত আৰু বহুত প্রতিভা আছে। ইহঁতে মোৰ অসমখনক বহু দূৰলৈ লৈ যাব। গতিকে এই সপোনবোৰ আমি পূৰণ কৰিবই লাগিব। জুবিনৰ স’তে সকলোৰে মৰম, আবেগ, আশীর্বাদ ইমান জড়িত হৈ আছে যে আমি এই কামখিনি কৰিব পাৰিম।’ গৰিমাই কয় যে নতুন প্ৰজন্মই জুবিনৰ সপোনবোৰ কঢ়িয়াই নিব বুলি তেওঁৰ বিশ্বাস আছে। তেওঁ কয়, ‘মোক মাত্র আপোনালোকৰ পৰিয়ালৰ এগৰাকী বুলি ভাবিব।
আপোনালোকৰ জীয়ৰী-বোৱাৰী-ভগ্নী, বন্ধু-বান্ধৱী যি বুলি ভাবে, মোক মাত্ৰ আপোনালোকৰ পৰামৰ্শ লাগিব। সহায়-সহযোগিতা সদায়ে লাগিব। মোক আশীৰ্বাদ কৰিব। আমি একেলগে জুবিনৰ সকলো সপোন আগবঢ়াই লৈ যাম।’ দুহাত যোৰ কৰি কান্দি কান্দি গৰিমাই কয় যে ৰাইজৰ এই মৰম-আশীৰ্বাদৰ বাবে বিগত এমাহ ধৰি জীয়াই থকাৰ সাহস পাইছে। গৰিমাই কয়, ‘আপোনালোকৰ মোৰ প্ৰতি মৰম-আশীৰ্বাদ থকাৰ বাবে আজি এটা মাহে মই আপোনালোকৰ মৰমৰ মাজতে জীয়াই আছো, মই থিয় হৈছো আৰু ইয়ালৈ আহিছো, নহ’লে আমাৰ ঘৰখন থানবান হোৱাৰ দৰে হৈছিল। আমি একেলগে আপোনালোকৰ ওচৰত থিয় দিছো, কাৰণ আপোনালোকেই আমাৰ শক্তি, আমাৰ সাহস। মুঠতে আমি একেলগে জুবিনক আমাৰ মাজত জীয়াই ৰাখিম। মই প্রতিশ্রুতি দিছো-সংকল্পবদ্ধ হৈছো, মোক মাত্র আশীর্বাদ দিব।’ গৰিমাই ভগ্নী পামীৰ হাতত ধৰি এইদৰে কৈ কান্দোনত ভাগি পৰে।
ইপিনে, ডিমবীয়াবাসীয়ে সমাধিস্থলীলৈ অহা ৰাইজৰ বাবে পানী, মাহ-প্রসাদ আদিৰো ব্যৱস্থা কৰে। সন্ধিয়া সমাধিক্ষেত্ৰত ডিমৰীয়াৰ পাঁচ শতাধিক আয়তীয়ে ‘মই যাওঁ বৈকুণ্ঠলৈ’ শীর্ষ প্রিয় শিল্পীগৰাকীৰ দিহানাম পৰিবেশন কৰে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: crowd of peopleTributeZubben Gargzubeen khetra
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি
Assam

তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d