Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

    বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

    মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

    জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

    অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

যাত্রীক নমাবলৈ,দোকানৰ সামগ্রী কিনিবলৈ গৈ ঘূৰি নাহিল পংকজ-নোমানহঁত

publisher by publisher
November 12, 2025
in India, News
Reading Time: 1 min read
0
যাত্রীক নমাবলৈ,দোকানৰ সামগ্রী কিনিবলৈ গৈ ঘূৰি নাহিল পংকজ-নোমানহঁত
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

Delhi:✒️তেওঁলোক আছিল পৰিয়ালৰ একমাত্র উপাৰ্জনকাৰী। তিনিজন সুঠাম যুৱক। কালি সন্ধিয়া নতুন দিল্লীৰ লালকিল্লাৰ সম্মুখত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাত আন একাংশৰ লগতে নিমিষতে হেৰাই গ’ল এই তিনি যুৱক। যাৰ বাবে এই তিনি যুৱকৰ পৰিয়াললৈ এতিয়া নামি আহিছে কাল অমানিশা।একমাত্র উপাৰ্জনকাৰীক হেৰুৱাই দিশহাৰা হৈ পৰিছে তেওঁলোকৰ পৰিয়াল।

ADVERTISEMENT

উপাৰ্জনৰ তাগিদাতে সোমবাৰে সন্ধিয়া দিল্লীৰ চান্দনী চ’কলৈ গৈছিল পংকজ ছাইনী। যদিও কোনোদিনে পৰিয়ালৰ কাষলৈ উভতি আহিব নোৱাৰিব ২২ বছৰীয়া যুৱকজনে। কাইলৈৰ পৰা কি খাব, তাৰে চিন্তা এতিয়া মূৰে-কপালে হাত দিছে তেওঁৰ পৰিয়ালে। পংকজৰ দৰেই সোমবাৰে সন্ধিয়া ঘৰলৈ উভতি যাব নোৱাৰিলে আন দুই যুবক নোমান আৰু অশোক কুমাৰেও।

নোমান উত্তৰপ্ৰদেশৰ শামলিৰ বাসিন্দা। ২২ বছৰীয়া যুৱকজনৰ প্রসাধন সামগ্রী বিক্ৰীৰ ব্যৱসায় আছিল। নিজৰ দোকানৰ সামগ্ৰী ক্রয় কৰাৰ বাবেই তেওঁ সোমবাৰে সন্ধিয়া উপস্থিত হৈছিল চান্দনী চ’কত। পাইকাৰী বজাৰৰ পৰা তেওঁ দোকানৰ সামগ্রী ক্ৰয় কৰাৰ কথা আছিল; কিন্তু সেয়া আৰু হৈ নুঠিল। নোমানৰ খুড়াক ফুকৰানে কয়, ‘তেওঁ অত্যন্ত পৰিশ্ৰমী আছিল। আমি আমাৰ সন্তানক হেৰুৱালো। চৰকাৰে কঠোৰ প্ৰত্যুত্তৰ দিব লাগিব, যাতে এই ধৰণৰ ঘটনা আৰু নঘটে। আনহাতে, ৩৫ বছৰীয়া অশোক দিল্লী পৰিবহণ কর্পোৰেচন (ডিটিচি) ৰ বাছৰ কণ্ডাক্টৰ। এজন পৰিচিত লোকক সাক্ষাৎ কৰিবলৈ তেওঁ চান্দনী চ’কত উপস্থিত হৈছিল।

বিস্ফোৰণত অশোকৰ লগতে পৰিচিত লোকজনৰো প্ৰাণ যায়। অশোকৰ ঘৰো আচলতে উত্তৰপ্ৰদেশৰ আমৰোহাত। অৱশ্যে তেওঁ পত্নী আৰু চাৰি সন্তানক লৈ দিল্লীৰ জগতপুৰত থাকে। পৰিয়ালৰ মুঠ আঠ সদস্য তেওঁৰ উপাৰ্জনৰ ওপৰতে নিৰ্ভৰশীল। সোমবাৰে সন্ধিয়া অশোকে লোকেশকুমাৰ গুপ্তে নামৰ লোকজনক সাক্ষাৎ কৰাৰ বাবে চান্দনী চ’কলৈ গৈছিল। বিস্ফোৰণৰ কেই ঘণ্টামানৰ পাছত অশোকৰ খুড়াকৰ পুত্ৰই নিহতসকলৰ তালিকাত তেওঁৰ নাম দেখা পায়। সম্পর্কীয় ভ্রাতৃজনে জনায় যে অশোকে মটৰ চাইকেলত চান্দনী চ’কলৈ গৈছিল। মটৰ চাইকেলখনৰ কোনো সন্ধান এতিয়াও পোৱা নাই।

তেওঁ লগতে কয়, ‘গাঁৱত অশোকৰ মাতৃ সোমৱতীয়ে জ্যেষ্ঠপুত্ৰ সুভাষৰ স’তে বাস কৰে। সুভাষ অসুস্থ। তেওঁলোকৰো চোৱাচিতা কৰিছিল অশোকেই। অতিৰক্ত উপাৰ্জনৰ কাৰণে দাদাই নিশা নিৰাপত্তাৰক্ষীৰ কামো কৰিছিল।’

অশোক আৰু নোমানৰ দৰে হতভগীয়া পংকজো আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। উপাৰ্জনৰ বাবেই তেওঁ সোমবাৰে সন্ধিয়া চান্দনী চ’কত উপস্থিত হৈছিল। বিহাৰৰ নিৱাসী পংকজ এজন কেবচালক। ২২ বছৰীয়া যুৱকজনে এজন যাত্রীক চন্দনী চ’কত নমাবলৈ গৈ আৰু ঘূৰি নাহিল।

পংকজৰ মৃতদেহ গ্রহণ কৰাৰ বাবে আজি তেওঁৰ পিতৃ দিল্লীৰ লোকনায়ক হাস্পতালত উপস্থিত হয়। যুৱক পুত্ৰৰ অকাল মৃত্যুত সম্পূৰ্ণৰূপে ভাঙি পৰিছে বৃদ্ধ লোকজন। অৱশ্যে বিচাৰৰ দাবীত অটল হৈ আছে তেওঁ। সন্তানক হেৰুৱাই দিশহাৰা হৈ পৰা বৃদ্ধই সংবাদ মাধ্যমৰ আগত কয়, ‘কি ক’ম? চান্দনী চ’কত এজন যাত্রী নমাবলৈ হৈছিল। তেতিয়াই বিস্ফোৰণ। চৰকাৰৰ পৰা ন্যায় বিচাৰ বিচাৰিছো। আশা কৰো পাম।’

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত ষড়যন্ত্ৰৰ তত্বতে ছীলমোহৰ দিছে। কালি প্রধানমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে যে কাকো ৰেহাই দিয়া নহ’ব। প্রধানমন্ত্রীয়ে কালি কয়, ‘আমাৰ তদন্ত সংস্থাসমূহে এই ষড়যন্ত্ৰৰ শিপা পর্যন্ত যাব। যিসকল এই ষড়যন্ত্ৰৰ বাবে দায়ী, তেওঁলোকৰ আটাইকে বিচাৰৰ আওতালৈ অনা হ’ব। এজনকো এৰি দিয়া নহ’ব।’ নিহতসকলৰ পৰিয়ালেও এতিয়া সেই দাবীকে কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bomb BlastDELHI
publisher

publisher

Related Posts

জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ
International

October 20, 2026
বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে
India

বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

October 20, 2026
বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ
India

বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

October 20, 2026
মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম
Assam

মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

October 20, 2026
জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ
International

জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

October 20, 2026
অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ
India

অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ

October 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d