Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

আফ্ৰিকান ছোৱাইন ফিভাৰে অশনি সংকেত কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ

publisher by publisher
May 3, 2020
in News
Reading Time: 1 min read
0
আফ্ৰিকান ছোৱাইন ফিভাৰে অশনি সংকেত কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

আফ্ৰিকান ছোৱাইন ফিভাৰে অশনি সংকেত কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৷ ব্ৰহ্মপুত্ৰ নদীত উজনি অসমৰ দিশৰ পৰা উটি আহিছে গাহৰিৰ মৃতদেহ ৷ ইয়াক লৈয়ে এতিয়া চিন্তিত হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে প্ৰকৃতি প্ৰেমীলোক তথা দল সংগঠন ৷ উল্লেখ্য যে, এতিয়া উজনিৰ কেইবাখনো জিলাত ইতিমধ্যেই আক্ৰান্ত হৈছে বহুসংখ্যক পোহনীয়া গাহৰি ৷ ইয়াৰ পিছতে ৰাজ্য চৰকাৰে নমুনা পৰীক্ষা কৰাৰ পাছতে এইসমূহ গাহৰি আফ্ৰিকান ছোৱাইন ফ্লু’ নামৰ মাৰাত্মক ৰোগবিধত আক্ৰান্তৰ কথা পোহৰলৈ আহে ৷ ইফালে এইপৰ্যন্ত গাহৰিৰ দেহত দেখা দিয়া এই ৰোগৰ কোনো প্ৰতিষেধক তথা ঔষধ নথকাৰ কথাটোৱে চিন্তান্বিত কৰি তুলিছে সকলোকে ৷

ADVERTISEMENT

ইয়াৰ মাজতে এই ৰোগে মাৰাত্মক ৰূপ ধাৰণ কৰিলে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যকূলৰ প্ৰতি মাৰাত্মক ভাবুকিয়ে দেখা দিয়াৰ আশংকা কৰিছে সকলোৱে ৷ উল্লেখ্য যে, উজনিৰ পৰা উটি অহা গাহৰিৰ মৃতদেহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰই কঢ়িয়াই আনি উদ্যান এলেকাৰ বালিচাপৰি বা নিদিষ্ট অঞ্চলত ৰৈ গ’লে এই মৃতদেহৰ পৰাই ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰিৰ লগতে আন আন বন্যকূললৈ মাৰাত্মক আফ্ৰিকান ছোৱাইন ফ্লু’ বিয়পাৰ আশংকা আছে ৷ ইয়াৰ লগতে এনে ছোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিৰ মৃতদেহ কোনো মাংসহাৰী জীৱই ভক্ষণ কৰিলে ইয়ো ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে কঢ়িয়াই আনিব পাৰে ভয়ংকৰ বিপদ ৷ আনকি বন্যপ্ৰাণীৰ গাত এনে মাৰাত্মক ৰোগে দেখা দিলে ই হৈ পৰিব এক বিধ্বংসী ঘটনা ৷

বৰ্তমান সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ মধ্যস্থলৰ অধিকাংশ জান-জুৰিত জলসংকটে দেখা দিয়াত উদ্যানৰ অধিকাংশ বন্যপ্ৰাণীয়েই ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰিব লগাত পৰিছে ৷ এনে সময়তে নদীখনৰ বুকুৱেদি গাহৰিৰ মৃতদেহ উটি অহাৰ খবৰ নিত্যান্তই এক অতি বিপদজনক খবৰ হিচাপে পৰিগণিত হৈছে ৷ এইক্ষেত্ৰত ৰাজ্যৰ বনবিভাগৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনবিভাগেও আগতীয়াকৈ সজাগ হৈ নিদিষ্ট কাৰ্যপন্থা যুগুত কৰিলে নিশ্চিতভাৱে বিপদৰ পৰা ৰক্ষা পৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী ৷

উল্লেখ্য যে, ১৯০৭ৰ পৰা ১৯২১ চনৰ ভিতৰত কেনিয়াৰ মণ্টেগ’মেৰীত সংহাৰী ৰূপ লোৱা এই মাৰাত্মক ৰোগবিধে ১৯৫৭ চনত সমগ্ৰ আফ্ৰিকা মহাদেশতে চলাই সংহাৰী ৰূপ ৷ ১৯৬০ৰ সময়ৰ পৰা পতুৰ্গাল আৰু ১৯৮০চনৰ পৰা ফ্ৰান্স, বেলজিয়াম আদি দেশত মাৰাত্মক ৰূপ ধাৰণ কৰি মাত্ৰ কেইবছৰমান পূৰ্বে ২০১৮ চনত এচিয়া মহাদেশত প্ৰৱেশ কৰি সংহাৰী ৰূপ ধাৰণ কৰিছিল ৷ আৰু এই আফ্ৰিকান ছোৱাইন ফ্লুৱেই বৰ্তমান সময়ত মাৰাত্মক ৰূপত দেখা দিছে অসমৰ বহুকেইখন জিলাত ৷ ইয়াৰ মাজতেই আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈও বিপদ কঢ়িয়াই অনাৰ আশংকা প্ৰকাশ কৰিছে প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱেও। এই সংক্ৰান্তত ৰাষ্ট্ৰীয় উদ্যানত সজাগতাৰ কথাও প্ৰকাশ কৰিছে বনবিভাগে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: African swine feverAssam
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d