Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home insurance

ইণ্ডিয়া পোষ্ট পেমেন্টণ্টছ বেংকৰ দুৰ্ঘটনা বীমা

publisher by publisher
December 9, 2025
in insurance
Reading Time: 1 min read
0
ইণ্ডিয়া পোষ্ট পেমেন্টণ্টছ বেংকৰ দুৰ্ঘটনা বীমা
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

প্ৰেমৰ বীমা কৰিছিল প্রেমিকে: বিয়াৰ পাছত মহিলাই পালে লক্ষাধিক টকা

আধাৰৰ স’তে সংযোগ নকৰিলে নতুন বর্ষত নিষ্ক্রিয় হ’ব পেন

প্ৰেমত প্ৰতাৰিত হ’লে ল’ব পাৰিব বীমাৰ সুবিধা 

insurance :✒️ মানুহৰ জীৱনটো অনিশ্চয়তাৰে ভৰা। যিকোনো সময়তে যিকোনো দুর্ঘটনা ঘটি যাব পাৰে। গতিকে আগতীয়াকৈ দুর্ঘটনা বীমা ক্ৰয় কৰি অপ্রত্যাশিত খৰচ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আজিকালি প্রতিজন সচেতন ব্যক্তিয়েই গুৰুত্ব দিয়ে।

ADVERTISEMENT

দেশৰ এক বৃহৎ অংশ নাগৰিকে ডাকঘৰত বিনিয়োগ কৰে। কাৰণ ইয়াত বিনিয়োগ কৰিলে নিশ্চিত ৰিটাৰ্ণ পোৱা যায়। কেৱল এয়াই নহয়, একাধিক বিত্তীয় প্রতিষ্ঠানৰ তুলনাত ডাকঘৰৰ আঁচনিসমূহে আকর্ষণীয় সুতৰ হাৰো প্ৰদান কৰে।

ডাকঘৰৰে অধীনৰ ইণ্ডিয়া পোষ্ট পেমেন্টছ বেংকে আকস্মিক দুর্ঘটনাজনিত মৃত্যু বা শাৰীৰিক অক্ষমতাৰ ক্ষেত্ৰত গ্ৰাহকক আর্থিক সুৰক্ষা প্ৰদান কৰাৰ বাবে এক বিশেষ আঁচনি মুকলি কৰিছে। বেংকটোৱে মাত্র ৩৯৯ টকা আৰু ২৯৯ টকাত দুর্ঘটনা বীমা পলিচী লৈ আহিছে।

আই পি পি বিয়ে জানিবলৈ দিয়া মতে, বছৰি ৩৯৯ টকাৰ প্লেন প্রিমিয়াম আৰু ২৯৯ টকাৰ বেচিক প্লেন ক্ৰয় কৰি যিকোনো ব্যক্তিয়ে এই সুবিধা গ্রহণ কৰিব পাৰে। এই বীমা পলিচীত ১০ লাখ টকা পর্যন্ত বীমা ক’ভাৰেজ পোৱা যায়।

১৮ৰ পৰা ৬৫ বছৰ বয়সৰ আইপিপিবিৰ গ্ৰাহকে ৩৯৯ টকা বা ২৯৯ টকাৰ বীমা পলিচী ক্ৰয় কৰি এই সুবিধা লাভ কৰিব পাৰে। এই পৰিকল্পনাই গ্রাহকক এবছৰৰ বাবে সুৰক্ষা প্রদান কৰিব। এই বীমা পৰিকল্পনাত আকস্মিক দুর্ঘটনাজনিত মৃত্যু, সম্পূর্ণ বা আংশিক শাৰীৰিক অক্ষমতা আৰু পক্ষাঘাতৰ ক্ষেত্ৰত পলিচীধাৰী বা তেওঁৰ পৰিয়ালৰ সদস্যই লাভ কৰিব ১০ লাখ টকা।

কিন্তু এই পৰিকল্পনাৰ ক্ষেত্ৰত চিকিৎসালয়ত চিকিৎসাৰ সময়ত প্রতিদিনে ১০০০ টকা পোৱাৰ সুবিধা পোৱা নাযায়। লগতে ৩৯৯ টকাৰ এই পৰিকল্পনাত পৰিয়ালৰ সদস্যসকলৰ বাবে পৰিবহণ আৰু শেষকৃত্যৰ ৰীতি-নীতিৰ সময়ত সহায়ৰ দৰে কোনো ধৰণৰ সুবিধা প্রদান কৰা হোৱা নাই।

অৱশ্যে আইপিডিত আকস্মিক দুর্ঘটনাজনিত চিকিৎসা ব্যয়ৰ বাবেও ৬০,০০০ টকা এই প্লেনত উপলব্ধ। তদুপৰি আপিডিত আকস্মিক দুর্ঘটনাজনিত চিকিৎসাৰ ক্ষেত্ৰত ৩০,০০০ টকা পর্যন্ত এই পৰিকল্পনাত সামৰি লোৱা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Insurance
publisher

publisher

Related Posts

মাহে ২০০ টকাকৈ বিনিয়োগ কৰি বছৰি ৭২ হেজাৰ টকাৰ পেন্সন
insurance

March 30, 2026
ৰাষ্ট্ৰীয় পেন্সন আঁচনিত বিনিয়োগৰ সুবিধা
insurance

ৰাষ্ট্ৰীয় পেন্সন আঁচনিত বিনিয়োগৰ সুবিধা

February 10, 2026
দীর্ঘম্যাদী এই আঁচনিত লাভসুনিশ্চিত
insurance

দীর্ঘম্যাদী এই আঁচনিত লাভসুনিশ্চিত

February 1, 2026
ঋণৰ বোজা কম কৰিব পৰাকৈ কেইটামান জৰুৰী দিহা…
insurance

ঋণৰ বোজা কম কৰিব পৰাকৈ কেইটামান জৰুৰী দিহা…

January 25, 2026
ইপিএফঅ’ক দৰমহাৰ সীমা সংশোধনৰ সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ
insurance

ইপিএফঅ’ক দৰমহাৰ সীমা সংশোধনৰ সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ

January 11, 2026
আধাৰৰ স’তে সংযোগ নকৰিলে নতুন বর্ষত নিষ্ক্রিয় হ’ব পেন
insurance

আধাৰৰ স’তে সংযোগ নকৰিলে নতুন বর্ষত নিষ্ক্রিয় হ’ব পেন

December 28, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d