Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Venezuela :ভেনিজুৱেলাত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভয়ংকৰ মিছাইল আক্ৰমণ

শনিবাৰে কাৰাকাছত সংঘটিত হোৱা বৃহৎ আক্ৰমণৰ পিছত গ্ৰেপ্তাৰ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰক

publisher by publisher
January 3, 2026
in International
Reading Time: 1 min read
0
Venezuela :ভেনিজুৱেলাত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভয়ংকৰ মিছাইল আক্ৰমণ
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Ukraine: সীমান্তত আক্ৰমণ কৰিব পাৰে ৰাছিয়াই,মোকাবিলাত ইউক্ৰেন সেনাক সহায় কৰিবলৈ সাজু আমেৰিকা

Venezuela :

লেটিন আমেৰিকান দেশ ভেনিজুৱেলাত ভয়ংকৰ অঘটন ৷ নিশাৰে পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভয়ংকৰ মিছাইল আক্ৰমণ ৰাজধানী চহৰ কাৰাকাছত ৷

ADVERTISEMENT

শনিবাৰে কাৰাকাছত সংঘটিত হোৱা বৃহৎ আক্ৰমণৰ পিছত গ্ৰেপ্তাৰ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰক ৷ মাদুৰ’ৰ পত্নী চিলিয়া ফ্ল’ৰেছকো গ্ৰেপ্তাৰ কৰা বুলি দাবী মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ৷ ৰাষ্ট্ৰপতি আৰু পত্নীক দেশৰ পৰা বাহিৰলৈ নিয়াৰ দাবী ট্রাম্পৰ ৷

ট্ৰুথ ছ’চিয়েলত পোষ্ট কৰা এক ঘোষণাত ট্ৰাম্পে কয় যে, “আমেৰিকাই ভেনিজুৱেলা আৰু ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ বিৰুদ্ধে বৃহৎ পৰিসৰৰ আক্ৰমণ সফলতাৰে চলোৱা হয় ৷ পৰৱৰ্তী নিকোলাছ মাদুৰ আৰু তেওঁৰ পত্নীক বন্দী কৰি দেশখনৰ বাহিৰলৈ লৈ যোৱা হৈছে ৷ আনহাতে বিবিচিৰ সৈতে হোৱা বাৰ্তালাপত আমেৰিকান সেনাৰ ডেল্টা ফৰ্চে এই বন্দী হোৱাৰ কথা নিশ্চিত কৰিছে।

উল্লেখ্য যে সমগ্ৰ ৰাজধানী চহৰৰ কেইবাটাও স্থানক লক্ষ্য কৰি এই মাৰ্কিন সেনাৰ মিছাইল আক্ৰমণ শুক্ৰবাৰে মাজনিশাৰে পৰা অব্যাহত থাকে । ট্ৰাম্পে মাদুৰোক বন্দী কৰা বুলি ঘোষণা কৰাৰ ঠিক আগতেই ভেনিজুৱেলাই ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল আৰু আমেৰিকাৰ “সামৰিক আগ্ৰাসন” নাকচ কৰিছিল। ইয়াৰ জৰিয়তে আমেৰিকাৰ “এই সাম্ৰাজ্যবাদী আগ্ৰাসনক পৰাস্ত কৰিবলৈ” জনসাধাৰণক সংগঠিত হ’বলৈ আহ্বান জনায়।  স্থানীয় একাংশ সংবাদ মাধ্যমে এই আক্ৰমণৰ সময়ত ভেনিজুৱেলা ন্যায় মন্ত্ৰী ডিঅ’ছডাডো কেবেলোৰ মৃত্যুৰ ঘটে বুলি সদৰি কৰিছে ।

আনহাতে কিউবাৰ ৰাষ্ট্ৰপতি মিগেল ডায়েজ-কেনেল আৰু কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ দুয়োজনে ভেনিজুৱেলাত নিশাটোৰ ভিতৰতে হোৱা আক্ৰমণক গৰিহণা দিয়ে। কলম্বিয়াই মাদুৰোৰ চৰকাৰক স্বীকৃতি নিদিলেও আমেৰিকাৰ সামৰিক হস্তক্ষেপৰ বিৰোধিতা কৰিছে। কলম্বিয়া ভেনিজুৱেলাৰ চুবুৰীয়া দেশ ।

আমেৰিকাৰ সামৰিক বিষয়াসকলে কয় যে ট্ৰাম্পে কিছুদিন পূৰ্বে ভেনিজুৱেলাত আক্ৰমণৰ অনুমোদন জনাইছিল। চিবিএছ নিউজে বিষয়াসকলৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি, ‘ৰাষ্ট্ৰপতি ট্ৰাম্পে অভিযান আৰম্ভ হোৱাৰ কিছুদিন পূৰ্বে ভেনিজুৱেলাত স্থল আক্ৰমণ চলাবলৈ আমেৰিকাৰ সেনাবাহিনীক সেউজ সংকেত দিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Announced Donald TrampUS ArmyUS attack on VenezuelaVenezuela President arrested
publisher

publisher

Related Posts

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

September 5, 2026
অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে

নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

ত্ৰিশূলী জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা ন দিন পাছত জীৱিত উদ্ধাৰ দুই শ্ৰমিক

September 4, 2026
সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা
International

সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d