Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

    সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!

পুনৰ পৰ্দাত যুটি বান্ধিব প্রাক্তন প্রণয়-যুগলে

publisher by publisher
March 15, 2026
in Entertainment, News
Reading Time: 1 min read
0
তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

১৪ বছৰ বয়সতে মডেলিঙেৰে কেৰিয়াৰ আৰম্ভ কৰি হ’লগৈ অভিনেত্রী!

কেটৰিনাৰ দৰে ফিট হ’ব বিচাৰে! কেনেকৈ ব্যায়াম কৰিব?

Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

Raajneeti 2:✒️সাত বছৰ প্ৰেমৰ সম্পর্ক আছিল ৰণবীৰ সিং আৰু কেটৰিণা কাঈফৰ। বলিউদৰ চৰ্চা অনুসৰি, অতিশয় তিক্ততাৰ মাজেৰে সেই সম্পর্ক ছিন্ন হৈছিল। আনকি দুয়োৰে সাক্ষাৎকাৰতো সেই তিক্ততা ভাহি আহিছিল।

ADVERTISEMENT

ৰণবীৰ আৰু কেটৰিণাই অন্তিমবাৰলৈ ‘জয়া জাছুছ’ত একেলগে অভিনয় কৰিছিল। তাৰ পাছত দুয়োকে এটা বিজ্ঞাপনত একেলগে দেখা গৈছিল। তাৰ পাছতে দুয়োৰে সম্পর্ক ভাঙে আৰু দীর্ঘদিন পৰস্পৰৰ পৰা আঁতৰি আছিল।

ইতিমধ্যে দুয়ো সংসাৰ কৰিছে আৰু সন্তানৰ অভিভাৱকো হৈছে। চৰ্চা হৈছে যে পূৰ্বৰ সকলো তিক্ততা পাহৰি ৰণবীৰ আৰু কেটৰিণাই পুনৰ একেলগে অভিনয় কৰিবলৈ সাজু হৈছে।

২০০৮-০৯ত ‘অজৱ প্রেম কি গজব কাহানি’ ছবিৰ ছেটত ৰণবীৰ আৰু কেটৰিণাৰ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল। সেই সময়ত বণবীৰৰ স’তে সম্পর্ক আছিল দীপিকা পাডুক’নৰ। আনহাতে,ছলমান খানৰ স’তে সম্পর্ক আছিল কেটৰিণাৰ।

ইয়াৰ পাছত ৰণবীৰ আৰু কেটৰিণাৰ সম্পৰ্ক আৰু দৃঢ় হয়। তেওঁলোকে আনকি একেলগে থাকিবলৈকো আৰম্ভকৰিছিল। দুয়ো ২০১৬ৰ শেষৰ ফালে বিয়াৰো পৰিকল্পনা কৰিছিল; কিন্তু তাৰ আগতেই তেওঁলোকৰ সম্পর্ক ভাঙি পৰে।

সম্পর্ক ভঙাৰ পাছত দুই তাৰকাই অনুৰাগ বসুৰ ছবি ‘জয়া জাছুছ’ৰ শূটিং শেষ কৰে। ছবিখনৰ প্ৰচাৰৰ সময়ত দুয়ো প্রকাশ্যে তর্ক-বিতর্কত জড়িত হোৱাও দেখা গৈছিল।

প্ৰেমৰ সম্পৰ্ক থকাৰ সময়তে ৰণবীৰ আৰু কেটৰিণাই প্রকাশ ঝাৰ ছবি ‘ৰাজনীতি’ত অভিনয় কৰিছিল। ছবিখনে যথেষ্ট প্রশংসা লাভ কৰিছিল। শুনা গৈছে যে শীঘ্রেই নির্মাণ হ’ব ‘ৰাজনীতি ২’।

সম্প্রতি এক সাক্ষাৎকাৰত পৰিচালক প্রকাশ ঝাই জনাইছে যে ছবিৰ কামক লৈ ইতিমধ্যেই চিন্তা-ভাবনা আৰম্ভ হৈছে। ৰণবীৰ আৰু কেটৰিণাকো বাৰু দেখা যাব নেকি? এই প্ৰশ্নৰ উত্তৰত অৱশ্যে পৰিচালকজনে কয় যে কোনে কোনে অভিনয় কৰিব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই।

ৰাজনীতিত ৰণবীৰ আৰু কেটৰিণাৰ উপৰি নানা পাটেকাৰ, অজয় দেবগণ আৰু অর্জুন ৰামপালেও অভিনয় কৰিছিল। দ্বিতীয় অধ্যায়তো এই সকল অভিনয় শিল্পীকে দেখা পোৱাৰ সম্ভাবনা আছে বুলি পৰিচালকৰ সূত্রই জনাইছে। লগতে দুই-এজন নতুন তাৰকাকো দেখাৰ সম্ভাৱনা আছে। সেয়া হ’লে দীর্ঘদিনৰ পাছত ৰণবীৰ আৰু কেটৰিণাক পুনৰ একেলগে ছবিত দেখা যাব।

উল্লেখ্য যে তিক্ততাৰে সম্পৰ্ক ছিন্ন হ’লেও সেয়া এতিয়া অতীত বুলিয়ে ক’ব পাৰি। ৰণবীৰে ইতিমধ্যে আলিয়া ভাটক বিয়া কৰাইছে। কেটৰিণাৰ বিয়া হৈছে ভিকি কৌশলৰ স’তে। ৰণবীৰ আৰু ভিকি ভাল বন্ধু আৰু দুয়ো একেলগে ছবিও কৰিছে। আনহাতে, কেটৰিণা আৰু আলিয়াৰ মাজতো সু-সম্পর্ক আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Katrina KaifRaajneeti 2RANBIR KAPOOR
publisher

publisher

Related Posts

ভাষাৰ পৰিধি ভাঙি সংগীতৰ যাদুঃ এঘণ্টা ১৫ মিনিটত ৩০টা ভাষাত সুৰ তুলিলে কণমানি মাহদিয়াই
Assam

August 23, 2026
অৱশেষত হোৱাইট হাউছতে ট্রাম্পৰ বিলাসী বলৰূম নিৰ্মাণ আৰম্ভ
International

অৱশেষত হোৱাইট হাউছতে ট্রাম্পৰ বিলাসী বলৰূম নিৰ্মাণ আৰম্ভ

August 23, 2026
তেজপুৰৰ নগেন চন্দ্ৰ বৰাই গৰকিলে শতায়ু
Assam

তেজপুৰৰ নগেন চন্দ্ৰ বৰাই গৰকিলে শতায়ু

August 23, 2026
ছেৱাগুৰিৰ ধনশিৰি নদীৰ পাৰত মাজনিশা অবৈধ বালি-পলস খননক লৈ উত্তেজনা

নগালেণ্ডত খনিজ সম্পদৰ খনন-সৰবৰাহ অসমৰ লোকৰ দ্বাৰা হয়

ইথানলযুক্ত পেট্র’ল উৎপাদনৰ বাবে দেশত প্রতিদিনে চেনিৰ মূল্যবৃদ্ধি!
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d