Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Amiya Kr bhuyan:ৰাজ্যিক বিজেপিৰ উপ- সভাপতি লাভৰ পিছতে নিৰ্দলীয়ৰূপে মনোনয়ন দাখিলৰ ঘোষণা প্ৰত্যাহাৰ বিধায়ক অমিয় ভূঞাৰ

মুখ্যমন্ত্ৰীৰ টোপ গিলি পাভলুটি ভূঞাৰ

publisher by publisher
March 23, 2026
in News
Reading Time: 1 min read
0
Amiya Kr bhuyan:ৰাজ্যিক বিজেপিৰ উপ- সভাপতি লাভৰ পিছতে নিৰ্দলীয়ৰূপে মনোনয়ন দাখিলৰ ঘোষণা প্ৰত্যাহাৰ বিধায়ক অমিয় ভূঞাৰ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

BJP:জুবিনৰ ন্যায় বিচাৰি ২২ অক্টোবৰৰ পৰা বিজেপিৰ ‘জনসমদল’

State Bjp President Dilip Saikia:ইউপিপিএলৰে দূৰত্ব বৃদ্ধিৰ চৰ্চা বিজেপিৰ পর্যালোচনা সভাত শোচনীয় ফলাফল হ’লেও ভোট বৃদ্ধি হোৱা বুলি সন্তুষ্টি

Amiya Kr bhuyan:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স: বিজেপিৰ একাংশ প্রার্থিত্ব বঞ্চিত নেতাৰ লুটিবাগৰ মৰা চৰিত্ৰত বিভ্রান্ত হৈছে দলৰ তৃণমূল নেতা-কর্মী। বিজেপিৰ ৮৮ জনীয়া তালিকা প্রকাশৰ পাছত টিকট বঞ্চিতসকলৰ বহুকেইজনে ক্ষোভ উজাৰি দলত্যাগ কৰাৰ লগতে নির্দলীয়ৰূপে প্রতিদ্বন্দ্বিতা কৰাৰ হুংকাৰ দিয়ে যদিও পৰিশেষত মূলতঃ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অনুসৰিয়ে দলৰ উপ-সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছতে সুৰ সলনি হয় ভূঞাৰ।

ADVERTISEMENT

পুৱা লম্ফ-জম্ফ কৰাৰ পাছত নিশা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া স্বাক্ষৰিত জাননীত কোৱা হয় যে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ তেওঁক অসম ৰাজ্যিক বিজেপিৰ উপ-সভাপতিৰূপে নিযুক্তি প্ৰদান কৰা হ’ল। পুৱাৰ ভাগত সামাজিক মাধ্যমযোগে দলৰ সকলো পদবীৰ পৰা অব্যাহতি লোৱা বুলি ঘোষণা কৰা বিধায়কজনে নিশালৈ বিপৰীতমুখী ভাষ্য প্রদান কৰে। মুখ্যমন্ত্রী শর্মাই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা ভাষ্যৰ ভিত্তিতে বিধায়কজনৰ সুৰ সলনি হোৱা বুলি তুমুল চৰ্চা আৰম্ভ হৈছে। মুখ্যমন্ত্রীয়ে নিশা সংবাদ মাধ্যমক কয় যে দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ভূঞাক বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ উপ-সভাপতিৰ দায়িত্বত অন্তর্ভুক্ত কৰাব। পৰৱৰ্তী সময়ত বিজেপিৰ দল আৰু চৰকাৰৰ কামতো জড়িত কৰিম বুলি মুখ্যমন্ত্রীয়ে প্রতিশ্রুতি দিয়ে।

ইয়াৰ পাছতে ভূঞাই ‘দৈনিক অগ্রদূত’ৰ আগত কয় যে তেওঁ দলৰ এজন শৃংখলিত সৈনিক। এই মর্মে মুখ্যমন্ত্রী আৰু দলৰ সভাপতিয়ে কিবা এটা কথা ক’লে তাক অমান্য কৰাটো অসুবিধাজনক বিষয়। তদুপৰি এইদৰেও কয় যে তেওঁ পদত্যাগ কৰা নাই, অব্যাহতিহে লৈছে। ভূঞাই কয়, ‘পুনৰ তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ বিচাৰিছো আৰু বিজেপি চৰকাৰ আমি গঠন কৰিম।

উল্লেখ্য যে ভূঞাৰ এই ভাষ্যই তীব্ৰ সম্ভাৱনা প্ৰকাশ কৰিলে যে তেওঁ সোমবাৰে নির্দলীয়ৰূপে মনোনয়ন দাখিল কৰিবলগীয়া কাৰ্যসূচী বাতিল কৰে ৷ দেওবাৰৰ দিনটোৰ ভিতৰতে লুটিবাগৰ মাৰি বিধায়কজনে দলীয় উচ্চ বিষয়বাব লাভৰ সপোনত মগ্ন হোৱা বুলিও তেওঁৰ সমষ্টিতে চর্চা হৈছে।

মনকৰিবলগীয়া যে দেওবাৰৰ দিনৰ ভাগত বিহপুৰীয়াৰ বিদায়ী বিধায়ক ভূঞাই দলীয় প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ প্রকাশ কৰি কয় যে তেওঁ অৱশেষত দল ত্যাগ কৰি নির্দলীয়ৰূপে প্রতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তুতি চলাইছে। দুই হাত যোৰ কৰি তেওঁ কয় যে সোমবাৰে সমষ্টিটোৰ নিৰ্দলীয় প্রার্থীৰূপে মনোনয়ন দাখিল কৰিব। অৱশ্যে সদায়ে বিজেপিৰ স’তে থাকিব বুলিও ভূঞাই জানিবলৈ দিছে। ভূঞাই আৰু কয়, ‘সোমবাৰে মই পুৱা ন বজাত জিলা আয়ুক্ত কার্যালয়ত মনোনয়নপত্র দাখিল কৰিম। সেয়েহে সমষ্টিবাসী ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰিছো।

উল্লেখ্য যে ন-বিজেপি ভূপেন বৰাক টিকট দিয়াৰ পাছতে তেওঁ এই সিদ্ধান্ত লয় আৰু কয় যে হোৱাটছএপযোগে দলীয় নেতৃত্বক তেওঁ পদত্যাগপত্ৰ প্ৰেৰণ কৰিব। অৱশ্যে এই পদত্যাগৰ বিষয়টো ভূঞাৰ নাটক নেকি বুলিও দিনজোৰা চৰ্চা অব্যাহত থাকে। তেওঁ কয়, ‘এই মুহূৰ্তত মই দলৰ প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি লৈছো। তাৰ বাবে মই চিঠি প্ৰেৰণ কৰিম। সকলো পদৰ পৰা অব্যাহতি বিচাৰি মই ৰাজ্যিক সভাপতিলৈ হোৱাটছএপ প্ৰেৰণ কৰিম। দলৰ ভেটি সুদৃঢ় কৰাৰ বাবে নিষ্ঠাৰে কাম কৰিছিলো। মই প্রার্থিত্ব লাভ নকৰাৰ পাছতো সকলো প্রার্থীকে শুভেচ্ছা দিছিলো।’ তাৰ পাছতো পৰৱৰ্তী সময়ত তেওঁৰ দায়িত্ব কি হ’ব এই বিষয়ে দলৰ নেতৃত্বই জনোৱা নাই বুলিও তেওঁ কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Amiya Kr bhuyanstate bjpvice president
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d