Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

BJP:জুবিনৰ ন্যায় বিচাৰি ২২ অক্টোবৰৰ পৰা বিজেপিৰ ‘জনসমদল’

ৰাজ্যজুৰি অগপৰ শ্রদ্ধাঞ্জলি অনুষ্ঠান

publisher by publisher
October 20, 2025
in Assam
Reading Time: 2 mins read
0
BJP:জুবিনৰ ন্যায় বিচাৰি ২২ অক্টোবৰৰ পৰা বিজেপিৰ ‘জনসমদল’
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

Amiya Kr bhuyan:ৰাজ্যিক বিজেপিৰ উপ- সভাপতি লাভৰ পিছতে নিৰ্দলীয়ৰূপে মনোনয়ন দাখিলৰ ঘোষণা প্ৰত্যাহাৰ বিধায়ক অমিয় ভূঞাৰ

Zubeen Khetra:মৃত্যুৰ এমাহৰ দিনা জনসমুদ্র জুবিন সমাধিত

BJP:

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্রদান কৰিবলৈ ৰাজ্যিক বিজেপিয়ে অহা ২২ৰ পৰা ৩০ অক্টোবৰলৈ প্ৰতিখন জিলা সদৰত ৰূপায়ণ কৰিব ‘বিশাল জন সমদল’। এই কাৰ্যসূচী নলবাৰীৰ জিলাৰ পৰা আৰম্ভ হ’ব। এক প্রেছ বার্তাত ৰাজ্যিক বিজেপিৰ মুখপাত্র প্রাঞ্জল কলিতাই এই কথা সদৰী কৰিছে।
উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত জুবিন গাৰ্গৰ এমহীয়া শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। সমান্তৰালভাবে শাসকীয় দলটোরে জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত আৰু স্মৃতি যুগমীয়া কৰিবলৈ এলানি কাৰ্যসূচী ঘোষণা কৰিছে। ‘ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী’ শীর্ষক ডিজিটেল আন্দোলন কার্যসূচী গ্রহণ কৰি ৰাজ্যৰ সকলো জুবিন অনুৰাগীয়ে চলোবা ন্যায় যাত্রাত চামিল হৈছে বুলি মুখপাত্র কলিতাই বার্তাটোত উল্লেখ কৰি লগতে কয় যে উল্লিখিত জন সমদল কার্যসূচীৰ উপৰি অহা ২৬ অক্টোবৰত ৰাজ্যখনৰ ২৫ হেজাৰৰো অধিক বুথত প্রধানমন্ত্রীৰ ‘মন কী বাত’ কাৰ্যসূচীৰ লগত জুবিন গাৰ্গৰ শ্রদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছে। একেদবে বিজেপিৰ কৰ্মকর্তাসকলে প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰিবলৈ এজোপাকৈ নাহৰ গছ ৰোপণ কৰাৰ লগতে প্রতিপালন কৰিব বুলি কলিতাই উল্লেখ কৰি কয়, ‘প্রাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ দলৰ বিধায়ক আৰু সাংসদসকলে নিজৰ সমষ্টিত জুবিন গাৰ্গৰ একোটাকৈ প্রতিমূর্তি স্থাপন কৰিব। প্রতিখন জিলাত সৰ্বস্তৰৰ নিৰ্বাচিত বিজেপিৰ জনপ্রতিনিধিসকলৰ সহযোগত প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰিবলৈ একোখন সংগীত বিদ্যালয় স্থাপন কৰা হ’ব।
জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা নিবেদন কৰিবলৈ বিজেপিৰ সাংসদ, বিধায়কসকলে নিজ সমষ্টিত একোখনকৈ প্রদর্শনীমূলক ফুটবল খেলবো আয়োজন কৰিব। ইয়াৰ উপৰি প্ৰাণৰ শিল্পীগৰাকীৰ হৃদয় জুৰুৱা গীত পৰিবেশনৰে পাঁচ হেজাৰ জুবিন অনুৰাগী দলীয় কর্মকর্তা, সমর্থক, শুভাকাংক্ষীসকলে সামুহিক শ্রদ্ধাঞ্জলি নিবেদন কৰিব। একেদৰে অহা ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিনৰ পৰা আৰম্ভ কৰি ৩০ নৱেম্বৰৰ ভিতৰত সামুহিক গীত পৰিবেশনৰ কাৰ্যসূচী প্রতিখন জিলাত অনুষ্ঠিত কৰিব।’
আনহাতে, জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূর্ণ হোৱাৰ দিনটোত তথা এমহীয়া উপলক্ষে বাজপেয়ী ভবনত পুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ পাছতে নাম-প্রসংগ আৰু ভাগৱত পাঠ কৰা হয়। অনুষ্ঠানত শান্তা উজিৰ, মৃণালকান্তি মেধি, নমিতা ভট্টাচার্য, মালবিকা বৰা, সন্ধ্যা মেনন তথা জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্রী ভদ্রকান্ত দাস, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, বিধায়ক ক্রমে সিদ্ধার্থ ভট্টাচার্য, অতুল বৰা, গুৱাহাটীৰ পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি বিজেপিৰ বহুকেইজন জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰি প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উল্লেখ্য যে জুবিন গাৰ্গৰ এমহীয়া শ্রদ্ধাঞ্জলি অনুষ্ঠান দলটোৰ ৩৯খন সাংগঠনিক জিলা, ৪৩৩ মণ্ডলৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত গাম্ভীর্যপূর্ণভাবে আয়োজন কৰা হয়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিশ্বনাথ জিলা বিজেপি কার্যালয়ত আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্রহণ কৰে। শইকীয়াই কয় যে জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত আৰু স্মৃতি যুগমীয়া কৰিবলৈ ‘ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী’ শীর্ষক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে #জাষ্ট্ৰিফৰজুবিন গাৰ্গ’ শীর্ষক ডিজিটেল কার্যসূচীতো অংশগ্রহণ কৰি জুবিন অনুৰাগীয়ে চলোৱা ন্যায় যাত্রাত দলটো চামিল হৈছে।

# ৰাজ্যজুৰি অগপৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ইফালে, অসম গণ পৰিষদৰ উদ্যোগতো দেওবাৰে ৰাজ্যজুৰি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। দলটোৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত বিয়লি বৰেণ্য শিল্পীগৰাকীৰ প্রতি শ্রদ্ধা নিবেদন কৰি এমহীয়া শ্রদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। অগপৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰয়ণ কলিতাই জুবিন গাৰ্গৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰাৰ পাছতে অনুষ্ঠানত উপস্থিত সকলোৱে প্ৰাণৰ শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়া, সুনীল ডেকা, প্রাক্তন সাংসদ তথা অগপৰ উপ-সভাপতি কুমাৰ দীপক দাস আদিয়ে অনুষ্ঠানত উপস্থিত থাকে। এই অনুষ্ঠানতে জুবিন গাৰ্গৰ বিদেহী আত্মাৰ সদগতিৰ বাবে নাগাৰা নাম পৰিৱেশন কৰা হয়। অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ৰ লগতে সকলো জিলা সমিতি, বিধানসভা সমষ্টি সমিতি আৰু অন্যান্য সাংগঠনিক স্তৰসমূহতো আজি সন্ধিয়া শিল্পীগৰাকীৰ এমহীয়া শ্রদ্ধাঞ্জলিৰ বিশেষ কার্যসূচী গ্রহণ কৰা হয়।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: protest programmestate bjpZubben Garg
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d