Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

MP Rangwra Narzary Campaign in Bijni:

publisher by publisher
March 30, 2026
in News
Reading Time: 1 min read
0
MP Rangwra Narzary Campaign in Bijni:
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

AJP Review Meeting :মহানগৰীৰ হোটেল লিলিত অসম জাতীয় পৰিষদৰ পৰ্যালোচনা বৈঠক

বিজনীত ৰঙালী বিহুৰ বৰ্ণাঢ্য আয়োজন, সংবাদমেলত প্ৰকাশ সবিশেষ

MP Rangwra Narzary Campaign in Bijni:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাত সকলোবোৰ ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰক সকলে নিজ প্ৰাৰ্থীৰ সমৰ্থন প্ৰচাৰাভিযান তীব্ৰতৰ কৰি তুলিছে ৷ বিটিচিত ১৫ খন আসনৰ বাবে সন্মুখ সমৰত বিপিএফ ,ইউপিপিএল আৰু বিজেপিয়ে প্ৰচাৰ অভিযান মাৰাথন গতিত অব্যাহত ৰখাৰ মাজতে পিছ পৰি থকা নাই অকলশৰীয়াকৈ নিৰ্বাচনী যুঁজত নমা ইউপিপিএল ৷ দলটোৰ তাৰকা প্ৰচাৰক সকলে দৈনিক কে’বাখনো সভাত অংশ লৈ থকাৰ মাজতে দেওবাৰে বিজনীত সন্ধিয়া ইউপিপিএল প্ৰাৰ্থী কমলসিং নাৰ্জাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় দলটোৰ ষ্টাৰ কেম্পেইনাৰ তথা ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে।

ADVERTISEMENT

বিজনীৰ কাৱাটিকাত যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ গৰাকীয়ে। দেওবাৰৰ দিনটোতে বিজনীত তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাইজ স্বতঃস্ফূৰ্ত ভাৱে ওলাই আহিছে বুলি মন্তব্য কৰি ৰাইজৰ সঁহাৰি খুউব ভাল বুলি কয় উল্লেখ কৰি সাংসদ গৰাকীয়ে কয়,বিপিএফ চৰকাৰ অহাৰ পিছত পাঁচ মাহত ইণ্টাৰনেট বন্ধ হোৱাৰ উপক্ৰম হ’ল। মদ, ভাং, জুৱা আৰম্ভ হ’ল বুলি বিপিএফ দলক সমালোচনা কৰে। বিজনীত বিজেপিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দেক ৰাইজে গ্ৰহণ নকৰিব।তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাত ভুল কৰিছে।

আনহাতে খলিলুৰ ৰহমানক প্ৰাৰ্থী হিচাবে ঠিয় কৰাতো বিজেপিৰ এটা কৌশল।মুছলমান ভোট বিভাজন কৰি বেলেগ এটা চিন্তা কৰিছে।আনফালেদি বড়ো সমাজক বিভাজন কৰাৰ বাবে ডিম্বেশ্বৰ বড়োক ঠিয় কৰাইছে।দুয়োজন বিপিএফৰ হয়।সেইটো ৰাইজে বুজি পায়, এনেক্ষেত্ৰত ৰাইজে কমলসিং নাৰ্জাৰীকে ভোট দিব। ইউপিপিএলে ১৮ খনৰ ভিতৰত ১০-১২ খন আশা কৰিছে বুলি মন্তব্য কৰে কয় সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে।

আনহাতে ইউপিপিএলে দেওবাৰে বিজনীত এক সংবাদমেল অনুষ্ঠিত কৰি দলটোৰ যুৱ ইউপিপিএলৰ কেন্দ্ৰীয় সম্পাদক তথা মুখপাত্ৰ আবুল কালাম আজাদে কয়,বিজনীৰ এনডিএ প্ৰাৰ্থী অৰূপ কুমাৰ দে সাম্প্ৰদায়িক ব্যক্তি ৷ বিজেপিৰ মুল লক্ষ্য হ’ল হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰা।‌ যাৰ বাবে এইবেলি বিধানসভা নিৰ্বাচনত বিজনী সমষ্টিত বিটিচি নিৰ্বাচনত ফকিৰাগ্ৰাম সমষ্টিৰ ৰাইজে বিদায় দিয়া প্ৰাৰ্থীক বিজেপিয়ে বিজনী বিধানসভা সমষ্টিত প্ৰাৰ্থী হিচাপে লৈ আহিছে। যি গৰাকী প্ৰাৰ্থীয়ে বিজনী বিধানসভা সমষ্টিৰ চাৰিসীমা নাজানে।

চিৰাঙৰ বিজনী জিলা ইউপিপিএলৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেল খনত আজাদে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি কয় যে এইবেলি বিধানসভা নিৰ্বাচনত বড়ো আৰু মুছলমান মানুহে বিজেপিক ভোট নিদিয়ে বুলি হাগ্ৰামা মহিলাৰীয়ে ভালদৰে জানে।যাৰ বাবে বিজনী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী গৰাকীক জয়ী কৰাবলৈ হাগ্ৰামা মহিলাৰীয়ে বড়ো আৰু মুছলমানৰ ভোট বিভাজন কৰিবলৈ নিজৰ দলৰে কিছু ব্যক্তিক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।

আনহাতে বিজনী সমষ্টিৰ এনডিএ প্ৰাৰ্থী অৰূপ কুমাৰ দে আমাদানিকৃত, বিতৰ্কিত আৰু সাম্প্ৰদায়িক ব্যক্তি বুলি মন্তব্য কৰি তেওঁ হিন্দু মুছলমানৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে।কিন্তু এইবেলি বিজনী সমষ্টিৰ ৰাইজৰ যি উচ্ছাস উদ্দিপনা সমষ্টিটোৰ ইউপিপিএলৰ প্ৰাৰ্থী তথা বিজনীৰ তিনি বাৰৰ বিধায়ক কমলসিং নাৰ্জাৰী জয়ী হোৱাটো এশ শতাংশ নিশ্চিত বুলি দাবী উত্থাপন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: assam assembly elaction 2026Bijnielection campaignMP Rangwra Narzary
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d