দিনটোৰ ৰাশিফল:Daily Horoscope
মেষ: ধর্মীয় অনুষ্ঠানৰ প্ৰতি ব্যস্ততা বাঢ়িব, মনৰ অস্থিৰতা বাঢ়িব। বিদ্যাত শুভ। নীলা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ২।
বৃষ: পুৰণি সমস্যা সমাধান হ’ব। ধন আগমনৰ যোগ আছে। কর্মত শুভ। বগা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৫।
মিথুন: ব্যৱসায়-বাণিজ্যত শুভ। সামাজিক কামত ব্যস্ততা বাঢ়িব। বিতৰ্কৰ পৰা দূৰত থাকক। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। সেউজীয়া শুভ ৰং। শুভ সংখ্যা ৪।
কর্কট: নতুন কৰ্মৰ সুযোগ পাব। সেউজীয়া কামৰ গুৰুত্ব বাঢ়িব। বিদ্যাত শুভ, প্রেম বা পাৰিবাৰিক অশান্তি হ’ব পাৰে। শুভ সংখ্যা ১। শুভ ৰং নীলা।
সিংহ: কোনো সু-সংবাদ আহিব পাৰে। কৰ্মত শুভ। মনৰ শান্তি সমৃদ্ধি বাঢ়িব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।
কন্যা: কৰ্মত শুভ। ৰাতিপুৱা তুলসীৰ তলত পানী ঢালিব। নতুন সংবাদে আনন্দিত কৰিব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৭।
তুলা: শৰীৰৰ যত্ন ল’ব। ভাবি থকা কথা পূৰণ হ’ব। ব্যৱসায়ত শুভ। প্ৰেমত মাধ্যম। শুভ ৰং নীলা, শুভ সংখ্যা ২।
বৃশ্চিক: কর্মক্ষেত্রত ভাল সুযোগ লাভ কৰিব। মনৰ চঞ্চলতা বাঢ়িব। অন্য লোকৰ প্ৰশংসা পাব। পুৰণি সমস্যা সমাধান হ’ব। হালধীয়া ৰং ব্যৱহাৰ কৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।
ধনু: বন্ধুবৰ্গৰ পৰা লাভৱান হ’ব। আর্থিক যোগাযোগ বাঢ়িব। কর্ম ব্যস্ততা বাঢ়িব। বগা বস্ত্ৰ পৰিধান কৰিব। শুভ ৰং সেউজীয়া শুভ সংখ্যা ৬।
মকৰ: মানসিক চিন্তা বাঢ়িব যদিও দিনটো আনন্দৰে পাৰ হ’ব। ইতিবাচক চিন্তাই আনন্দিত কৰিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।
কুম্ভ: সমস্যা সমাধানৰ পথ মুকলি হ’ব। বন্ধুৰ সহায় সহযোগিতা লাভ। প্রেমত শুভ। সেউজীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৪।
মীন: কর্মক্ষেত্রত নিজৰ স্থিতি বজায় ৰাখিব। দিনটো হতাশাৰ মাজৰে পাৰ হ’ব যদিও নিজৰ চিন্তাৰ দ্বাৰা আনন্দিত হ’ব। শুভ ৰং ক’লা। শুভ সংখ্যা ৯।
ADVERTISEMENT






























