Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

    CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

    PM Care Fund:পিএম কেয়াৰ পুঁজিত অব্যৱহৃত ৮,৪৫২ কোটি

    PM Care Fund:পিএম কেয়াৰ পুঁজিত অব্যৱহৃত ৮,৪৫২ কোটি

    Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য

    Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য

    নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত

    নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত

    সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল

    সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল

    নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

    নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

মোদী চৰকাৰৰ বিৰুদ্ধে বিশ্বাসঘাতকতাৰ অভিযোগ উত্থাপন কৰি পুনৰ ৰাজপথত আন্দোলনৰ ঘোষণা

publisher by publisher
August 25, 2026
in India, National, News, Politics
Reading Time: 1 min read
0
CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

CJP:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰি অহা পাঁচ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনাই ইণ্ডিয়া গেটৰ পৰা নতুন দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ ককৰোচ জনতা পার্টি (চিজেপি)য়ে যুৱ প্রতিবাদী সমদল উলিয়াব। দেশৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত দিল্লীৰ যন্তৰ-মন্তৰত চিজেপিৰআন্দোলন দেশজুৰি বনজুইৰ দৰে বিয়পি পৰাৰ পাছত আগন্তুক শিক্ষক দিৱসৰ দিনাই পুনৰ আন্দোলন ঘোষণা কৰিলে। যোৱা ২৫ জুলাইত দিল্লীত ছাত্র আন্দোলন প্রত্যাহাৰৰ সময়ত কেন্দ্ৰীয় চৰকাৰে দিয়া প্রতিশ্রুতি পূৰণত ব্যর্থ হোৱাৰ অভিযোগ তুলিছে চিজেপিয়ে। চিজেপিৰ মুখপাত্র সৌৰভ দাসে ‘বিশ্বাসঘাতকতা’ৰ বিৰুদ্ধে জেন-জি আৰু ভুক্তভোগী পৰিয়ালসমূহৰ প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিছে।

ADVERTISEMENT

সামাজিক মাধ্যম ‘এক্স’ত মুখপাত্র দাসে এই প্রতিবাদী সমদল শান্তিপূর্ণ হ’ব বুলি কয়। তেওঁ লগতে সকীয়াই দিয়ে যে ‘তৰুণ প্রতিবাদী জেন-জি আৰু প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালৰ স’তে এই বিশ্বাসঘাতকতা মানি লোৱা নহ’ব।’ তেওঁ কয় যে যোৱা ২৫ জুলাইত প্রতিবাদী ছাত্রক দিয়া প্রতিশ্রুতি মোদী চৰকাৰে ৰক্ষা কৰিব বুলি তেওঁলোক পতীয়ন যাব পৰা নাই। দাসে কয়, ‘যোৱা ২৫ জুলাইত তৰুণ প্ৰজন্মৰ প্ৰতি প্ৰদান কৰা প্ৰতিশ্ৰুতি ভাৰত চৰকাৰে প্ৰদান কৰিবলৈ ইচ্ছুক হয় নে নহয় তাকে লৈ ৰাষ্ট্ৰীয় কাৰ্যকৰী কমিটীয়ে গভীৰ সন্দেহ প্রকাশ কৰিছে। সেয়েহে ইণ্ডিয়া গেটৰ পৰা নতুন দিল্লীৰ আৰক্ষীৰ মুখ্য কার্যালয়লৈ এক শান্তিপূর্ণ প্রতিবাদী সমদলৰ আহ্বান জনোৱা হৈছে। এই প্ৰতিবাদৰ নেতৃত্ব দিব ২০ জুলাইৰ আৰক্ষীৰ নৃশংসতাৰ ফলত প্ৰাণ হেৰুওৱা ভুক্তভোগী আৰু আত্মহত্যা কৰা নীট পৰীক্ষাৰ্থীৰ পৰিয়ালবৰ্গই।’

চিজেপিয়ে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে হেতালি খেলিছে। বিশেষকৈ প্রতিবাদী ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে আৰক্ষী থানাত ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ ক্ষেত্ৰত প্ৰতিশ্রুতি ৰক্ষা কৰা হোৱা নাই। সামাজিক মাধ্যমৰ প’ষ্টত চিজেপিয়ে কয়, ‘ছাত্র-ছাত্রী আৰু প্ৰতিবাদীৰ বিৰুদ্ধে এজাহাৰ প্ৰত্যাহাৰকে ধৰি দেশৰ তৰুণ প্রজন্মক যোৱা ২৫ জুলাইত প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ সন্মান ৰক্ষাত কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাত তীব্ৰ গৰিহণা দিয়ে চিজেপিয়ে। চিজেপিয়ে কয় যে চৰকাৰে প্ৰতিশ্রুতি পালনত পলম কৰা বাবে আৰু ইয়াক পূৰণৰ বিষয়টো এৰাই চলাৰ বাবেই চিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী কমিটীয়ে শান্তিপূর্ণ প্রতিবাদ সমদলৰ সিদ্ধান্ত লৈছে। চিজেপিয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা প্রতিশ্রুতিসমূহ পালনৰ এক পুনৰীক্ষণৰ অন্তত এই আন্দোলনৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে।

তদুপৰি যোৱা ১৮ আগষ্টত উচ্চতম ন্যায়ালয়ে এই সন্দর্ভত চলি থকা গোচৰৰ শুনানিত দেশজুৰি প্ৰতিবাদী ছাত্ৰৰ বিৰুদ্ধে দাখিল হোৱা এজাহাৰৰ এখন তালিকা বিচৰা প্ৰসংগ উল্লেখ কৰি চিজেপিয়ে উল্লেখ কৰে যে এই বিষয়টো চৰকাৰে কোনো স্পষ্ট স্থিতি প্রকাশ কৰা নাই। সামাজিক মাধ্যমত সংগঠনটোৱে কয়, ‘এইদৰে চলি থাকিব নোৱাৰে। আমাৰ ধৈৰ্য আমাৰ দুৰ্বলতা বুলি ভুল বুজিব নালাগে। আমাৰ আন্তৰিক বিশ্বাসক চৰকাৰে আমাক প্ৰৱঞ্চনা কৰাৰ সুযোগ হ’বলৈ দিব নোৱাৰিম। চিজেপিয়ে কয় যে চৰকাৰৰ ব্যৰ্থতাৰ বাবে তেওঁলোক পুনৰ ৰাজপথলৈ উভতি যাবলৈ বাধ্য হৈছে। চৰকাৰে জেন-জিৰ স’তে বিশ্বাসঘাতকতা কৰিবলৈ বদ্ধপৰিকৰ বুলি ধাৰণা হৈছে বুলিও চিজেপিয়ে কয়।

তেওঁলোকে কয়, ‘আমি ৰাষ্ট্ৰজোৰা আন্দোলন আন্তৰিক বিশ্বাসৰে প্ৰত্যাহাৰ কৰিছিলো। এখন চৰকাৰে এটা প্ৰজন্মৰ বিশ্বাসক ব্যৱহাৰ কৰিব নোৱাৰিব। তেওঁলোকক ঘৰলৈ ওভতাই পঠাবলৈ আৰু তাৰ পাছত সন্তর্পণে নিজে দিয়া কথাৰ পৰা আঁতৰি যাব নোৱাৰিব। আমি এই প্ৰৱঞ্চনাৰ প্ৰচেষ্ট গ্ৰহণ নকৰো।’ চিজেপিয়ে ছাত্র-ছাত্রী, তরুণ প্রজন্ম আৰু তৰুণ নাগৰিকসকলক পাঁচ ছেপ্টেম্বৰত ইণ্ডিয়া গেটত সমবেত হ’বলৈ আহ্বান জনাই কয়, ‘যিসকলে তেওঁলোকৰ সন্তানক হেৰুৱালে সেইসকলে সমদলৰ সম্মুখত থিয় দিব। আৰক্ষীৰ নৃশংসতাৰ বলি হোৱাসকলে তেওঁলোকৰ স’তে খোজ কাঢ়িব।’

উল্লেখ্য যে চিজেপিয়ে দেশৰ পৰীক্ষা ব্যৱস্থাত থকা অনিয়ম আৰু নীট-ইউজিৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে যন্তৰ-মন্তৰত ২০ জুনত প্রতিবাদ আৰম্ভ কৰাৰ এমাহ পাছত ২০ জুলাইত ‘সংসদ চলো’ যাত্ৰাৰ সময়ত প্রতিবাদী ছাত্র-ছাত্রীয়ে আৰক্ষীৰ নৃশংসতাৰ বলি হয়। এই বৃহৎ প্ৰতিবাদৰ তীব্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে সেও মানিবলৈ বাধ্য হয় আৰু ধর্মেন্দ্ৰ প্রধানক শিক্ষামন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰে। ইয়াৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ স’তে হোৱা আলোচনা কালত চিজেপিয়ে একাধিক চর্ত বান্ধি দিয়ে আৰু মোদী চৰকাৰেও সেইসমূহ পূৰণৰ প্ৰতিশ্ৰুতি দিয়াত সাময়িকভাবে ছাত্র আন্দোলন স্থগিত ৰখা হয় দিল্লীত। অৱশ্যে দেশজুৰি এই আন্দোলন বনজুইৰ দৰে বিভিন্ন ৰাজ্যত বিয়পি পৰাৰ সময়তো ছাত্ৰসকলৰ প্ৰতি আৰক্ষীয়ে বৰ্বৰতা প্ৰদৰ্শনৰ অভিযোগ উঠিছে। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰি আন্দোলন ঘোষণা কৰিলে চিজেপিয়ে।

ইপিনে, সোমবাৰে চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দিপকেই কয় যে চৰকাৰে অধিকাৰৰ হকে যুঁজ দিয়া মানুহৰ বিৰুদ্ধে আইনৰ অপপ্রয়োগ বন্ধ কৰিব লাগে। চলিত বৰ্ষৰ এপ্ৰিলত দুশ ব্যক্তিগত প্ৰতিষ্ঠানৰ প্ৰতিবাদী কর্মীয়ে গড়ে ৫৩ দিন কাৰাবন্দী হোৱাৰ পাছত আৰু আদালতৰ ৰায়তহে মুক্তি লাভ তথা আৰক্ষী আদালতত জবাবদিহি হোৱা সম্পৰ্কীয় বাতৰি কাকতৰ প্ৰকাশিত বাতৰি সামাজিক মাধ্যমত প’ষ্ট কৰি এই মন্তব্য কৰে দিপকেই। তেওঁ লগতে কয়, ‘পাকিস্তান সংযোগ এতিয়া ক’লৈ গ’ল?’ এখন ৰাষ্ট্ৰীয় কাকতৰ অনুসন্ধানমূলক বাতৰিত প্ৰকাশ পাইছে যে প্ৰতিবাদৰ পাছত উত্তৰ প্ৰদেশ চৰকাৰে মজুৰি বৃদ্ধি কৰিবলৈ বাধ্য হয় যদিও শ্রমিকসকলে অনাহকত কাৰাবন্দী হৈ থাকিবলগীয়া হয়।

অধিকাংশ শ্রমিককে আদালতে জামিনত মুক্তি দিয়ে আৰু আঙুলিয়াই দিয়ে যে আৰক্ষীয়ে যথোচিত প্রমাণ দাখিলত ব্যর্থ হৈছে। ইয়াৰে দুজন প্রতিবাদী শ্ৰমিকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন (এনএছএ) ও জাপি দিয়া হয়। দিপকেই লিখিছে, ‘নিজ অধিকাৰৰ দাবীত যিসকলে যুঁজ দিছে সেইসকল লোকৰ বিৰুদ্ধে আইনৰ অপপ্রয়োগ চৰকাৰে বন্ধ কৰিব লাগিব। তেওঁলোকে নয়ডাৰ শ্ৰমিকৰ বিৰুদ্ধে যি কাম কৰিলে সেই একে কামেই এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে কৰিব বিচাৰিছে। ইয়াক কোনোপধ্যে সহ্য কৰা নহ’ব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aannouncedabhijit dipkecjpDELHIJantar Mantarmovement
publisher

publisher

Related Posts

PM Care Fund:পিএম কেয়াৰ পুঁজিত অব্যৱহৃত ৮,৪৫২ কোটি
India

PM Care Fund:পিএম কেয়াৰ পুঁজিত অব্যৱহৃত ৮,৪৫২ কোটি

August 25, 2026
Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য
Bussiness

Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য

August 25, 2026
নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত
Assam

নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত

August 24, 2026
সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল
International

সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল

August 24, 2026
নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা
News

নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

August 24, 2026
পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান
News

পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান

August 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d