Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

    ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Horoscope

Today’s  Horoscope :দিনটোৰ ৰাশিফল

publisher by publisher
August 27, 2026
in Horoscope
Reading Time: 1 min read
0
দিনটোৰ ৰাশিফল
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

Today’s  Horoscope :দিনটোৰ ৰাশিফল

মেষ: শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৫। আকস্মিক দুর্ঘটনাত আঘাত পাব পাৰে। আনক সহায় কৰি সন্মান পাব। ব্যৱসায়ীৰ হাতলৈ ধন আহিব। আজি টকা আনক ধাৰলৈ নিদিব। চাকৰিয়ালৰ শুভ। শিক্ষার্থীৰ বাধা আছে। প্ৰতিকাৰ-শিৱ মন্দিৰত থকা ভিক্ষাৰীক ৰঙা ৰঙৰ ফল বা মিঠাই খুৱাব।

ADVERTISEMENT

বৃষ: শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫। পুৰণা মোকদমাত জয় হোৱাৰ আশা আছে। অনাকাংক্ষিত সমস্যাত পৰিব পাৰে। শৰীৰ সুস্থ থাকিব। টকা-পইচাৰ অভাৱ পাব। প্ৰতিকাৰ- গৃহ লক্ষ্মীৰ আৰাধনা কৰিব। লো দান কৰিব পাৰে।

মিথুন: শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭। ঘৰলৈ বিশেষ ব্যক্তিৰ আগমনে আপোনাক উপকৃত কৰিব। শিক্ষার্থীৰ শুভ। হাতলৈ টকা-পইচা আহিব। পৰি আঘাত পাব পাৰে। প্ৰতিকাৰ ঘৰৰ মূল দৰ্জাৰ ওচৰত এটা পাত্ৰত পানী ৰাখি তাত ফুল দি ৰাখিব।

কর্কট: শুভ ৰং ৰঙা। শুভ সংখ্যা ৬। বন্ধুৰ সহায়ে সমস্যা দূৰ কৰিব। শুভ কাম আৰম্ভ কৰিব পাৰে। ব্যৱসায়ত কিছু সমস্যা আছে যদিও সমাধান হ’ব। টকা ধাৰ দিয়া বা লোৱা এটাও নকৰিব। প্ৰতিকাৰ-তুলসী তলত জল ঢালি ধূপ- চাকি জুলাই লক্ষ্মী-নাৰায়ণক চিন্তা কৰিব।

সিংহ: শুভ ৰং গুলপীয়া। শুভ সংখ্যা-৮। আনক সহায় কৰি সন্মান পাব। চোৰ-ডকাইতৰ পৰা সাৱধান হ’ব। ঘৰৰ মূল্যবান সম্পত্তি হেৰাব পাৰে। অৰ্থৰ নাটনি হ’ব। প্ৰতিকাৰ ঘৰ পৰিষ্কাৰ কৰি গৃহ লক্ষ্মীক আৰাধনা কৰিব।

কন্যা: শুভ ৰং নীলা। শুভ সংখ্যা ৯। ব্যৱসায়ীৰ উন্নতিৰ যোগ। শত্ৰুৰ পৰা সাৱধান। খৰচ বাঢ়িব। অচিনাকি লোকৰ পৰা দূৰত থাকিব। প্ৰতিকাৰ- ঘিউৰ চাকি জুলাই তাত পাণৰ পিপলি এটা দি ৰাখিব।

তুলা: শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৮। দুর্ঘটনা ঘটিব পাৰে। সন্তানৰ দ্বাৰা অবাবত অর্থ হানি হ’ব পাৰে। বিদ্যাত উন্নতি হ’ব। চাকৰিয়ালে বদলিক লৈ সমস্যাত পৰিব। প্ৰতিকাৰ-শনি মন্দিৰত ধূপ-চাকি জুলাব।

বৃশ্চিক: শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪। অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে। আনক সহায় কৰি সন্মানিত হ’ব। চাকৰি স্থায়ীকৰণ হ’ব। কৰ্মত নিযুক্তি হ’ব। প্ৰতিকাৰ- হনুমান মন্দিৰত ফল দিয়ক।

ধনু: শুভ ৰং নীলা। শুভ সংখ্যা ৭। দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব। ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব। শিক্ষাৰ্থীৰ শুভ। প্ৰতিকাৰ-ক’লা তুলসী পাতত বগা চন্দন লগাই শ্রীবিষুষ্ণৰ চৰণত দিব।

মকৰ: শুভ ৰং ৰঙা। শুভ সংখ্যা ৫। স্বাস্থ্যৰ প্ৰতি অধিক যত্ন লওক। অর্থ হানিৰ যোগ দেখা যায়। পৰিয়ালত বিবাদ হ’ব পাৰে। ব্যৱসায়ত লেন-দেন কৰোতে সাৱধান হ’ব। লাভ বৃদ্ধি হ’ব। প্ৰতিকাৰ- সূর্য দেৱতাক স্মৰণ কৰক।

কুম্ভ: শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩। শুভ কাম কৰাৰ সিদ্ধান্ত ল’ব পাৰে। ঘৰৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে। চাকৰিৰ বাবে চেষ্টা কৰক ফল পাব। প্ৰতিকাৰ- মন শুদ্ধ কৰি গণেশ দেৱতাৰ চৰণ চিন্তা কৰক।

মীন: শুভ ৰং নীলা। শুভ সংখ্যা ২। আত্মীয়ৰ কাৰণে সমস্যাত পৰিব। সাংসাৰিক অশান্তি বাঢ়িব। সন্তানৰ কাৰণে আনৰ কথা শুনিব লগা হ’ব পাৰে। হাতলৈ টকা আহিব কিন্তু খৰচ বৃদ্ধি পাব। প্ৰতিকাৰ ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি চাৰি কোণত চাৰি ডাল ধূপ জুলাই সূর্য্যলৈ চাই পানী ঢালিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Horoscopetoday
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 9, 2026
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 8, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 7, 2026
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 6, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope: দিনটোৰ ৰাশিফল

September 5, 2026
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d