Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

    ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Horoscope

Today’s Horoscope: দিনটোৰ ৰাশিফল

publisher by publisher
August 28, 2026
in Horoscope
Reading Time: 1 min read
0
দিনটোৰ ৰাশিফল
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

দিনটোৰ ৰাশিফল

Dainik Agradoot Today’s Edition: 9 Sept 2026

দিনটোৰ ৰাশিফল

Today’s Horoscope: দিনটোৰ ৰাশিফল

মেষ: শুভ ৰং ৰঙা। শুভ সংখ্যা ৩। কৰিম বুলি ভবা কাম আজি আৰম্ভকৰক। ব্যৱসায়ত লাভ কৰিব পাৰিব। বন্ধু বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে। ভাল কাম কৰি থোৱাৰ ফল আজি লাভ কৰিব পাৰে। প্ৰতিকাৰ-হনুমানৰ প্ৰতিচ্ছবি মনলৈ আনি তেওঁৰ ধ্যান কৰিব।

ADVERTISEMENT

বৃষ: শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৯। অচিনাকি ব্যক্তিৰ লগত মিলামিচা নকৰিব ক্ষতিৰ আশংকা আছে। খং দমাই ৰাখক। ঘৰুৱা কন্দলৰ বাবে সমস্যাত পৰিব পাৰে। হাতলৈ টকা-পইচা আহিব। প্রতিকাৰ- বেল গছৰ তলত ধূপ-চাকি জুলাই শিৱৰ ধ্যান কৰিব।

মিথুন: শুভ ৰং বগা। শুভ সংখ্যা ৩। দুৰ্ঘটনাৰ সম্ভাৱনা দেখা যায়। টকা-পইচা লেন-দেন কৰোতে সাৱধান হ’ব। চাকৰিয়ালৰ পদোন্নতিৰ যোগ আছে। প্ৰতিকাৰ- ভিক্ষাৰী এজনক জলপান কৰাই বগা বস্তু দান কৰিব।

কর্কট: শুভ ৰং নীলা। শুভ সংখ্যা ৬। চাকৰি কৰা জাতকে ধৈৰ্যৰে সকলো কাম কৰিব অন্যথা ক্ষতি হ’ব। সন্তানৰ ভৱিষ্যতৰ কাৰণে কোনো ভাল কাম আজি আৰম্ভ হ’ব। ঋণ মুক্ত হ’ব পাৰে। প্ৰতিকাৰ-সুৰুজমুখী ফুল ঘৰত ৰুই তাৰ গুৰিত পানী ঢালি সূর্যলৈ চাই প্রণাম কৰিব।

সিংহ: শুভ ৰং হালধীয়া। শুভ সংখ্যা-৫। ঘৰৰ মূল ব্যক্তি অসুস্থ হ’ব পাৰে। আনক উপকাৰ কৰি সন্মান লাভ কৰিব। পুত্ৰই কৰা ভাল কামে গৌৰৱ বঢ়াব। চাকৰিয়ালৰ কৰ্মত বাধা আছে।

কন্যা: শুভ ৰং ৰঙা। শুভ সংখ্যা ৪। ব্যৱসায়ীসকলৰ ধনাগমনৰ যোগ। শত্ৰুৰ দ্বাৰা ক্ষতি হোৱাৰ ভয়। টকা-পইচা সংক্রান্তিয় সমস্যা আহিব পাৰে। সন্তানৰ শুভ। প্ৰতিকাৰ- লক্ষ্মী-নাৰায়ণৰ ধ্যান কৰিব।

তুলা: শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৯। অচিনাকি ব্যক্তিয়ে সমস্যাত পেলাব পাৰে। সন্তানৰ ভূলে অর্থ হানি কৰিব। কর্ম সংস্থাপন হ’ব। পাৰিবাৰিক সমস্যাই অসুবিধাত পেলাব। প্ৰতিকাৰ-ভিক্ষাৰীক খোৱা বস্তু দান কৰিব।

বৃশ্চিক: শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৩। শুভ কাম আজি আৰম্ভ কৰক ভাল ফল পাব। আনৰ সহায়েৰে উপকৃত হ’ব। চাকৰিৰ খবৰ পাব পাৰে। অলপ সাৱধানে চলাফুৰা কৰিব। আঘাত পোৱাৰ সম্ভাৱনা।

ধনুঃ শুভ ৰং নীলা। শুভ সংখ্যা ৫। বিবাহ সংক্রান্তীয় আলোচনাৰ আজি সুফল লাভ কৰিব। ব্যৱসায়ীৰ নতুন ব্যৱসায়ৰ পথ ওলাব। পিছলি পৰি হাত-ভৰিত আঘাত পাব পাৰে।

মকৰ: শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬। মাটি-বাৰীৰ সীমাজানত সমস্যা হ’ব পাৰে। আজি যুটীয়া ব্যৱসায় আৰম্ভ নকৰিব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। প্ৰতিকাৰ- শিৱৰ লিংগত পূজা-অর্চনা কৰি শিৱৰ ধ্যান কৰিব।

কুম্ভ: শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৮। আজি কোনো নতুন কামত হাত নিদিব। পুৰণা ৰোগত ভোগাসকলৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা আছে। চাকৰিৰ স্থান পৰিৱৰ্তন হ’ব পাৰে। সন্তানৰ শুভ।

মীন: শুভ ৰং নীলা। শুভ সংখ্যা ৪। ব্যৱসায়ীৰ অৰ্থ লাভৰ যোগ দেখা যায়। সন্তানৰ পৰা সুখ লাভ কৰিব। সমস্যা বাঢ়িব। আত্মীয়ৰ পৰা ক্ষতি হ’ব পাৰে। শিক্ষার্থীৰ শুভ ফল প্রাপ্তিৰ যোগ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dainik AgradootHoroscopetoday
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 9, 2026
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 8, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 7, 2026
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 6, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope: দিনটোৰ ৰাশিফল

September 5, 2026
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d