Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ 'নাছা'ৰ

publisher by publisher
September 24, 2026
in International, News, Space, world
Reading Time: 1 min read
0
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

NASA discovers the smallest planet in the universe:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:অৱশেষত বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহটোৰ সন্ধান ওলাল। মার্কিন মহাকাশ সংস্থা ‘নাছা’ৰ বিজ্ঞানীসকলে শেহতীয়াভাৱে এক ‘নৱজাতক’ গ্রহ বিশ্বব্রহ্মাণ্ডত বিচাৰি পাইছে। এই গ্ৰহৰ বয়স ১০ লাখ বছৰতকৈও কম বুলি ‘নাছা’ৰ বিজ্ঞানীসকলে দাবী কৰিছে। এই বিজ্ঞানীসকলে সদ্য আবিষ্কৃত গ্ৰহটোৰ নাম ‘এলিয়াছ-২-২৪ বি’ ৰাখিছে। ‘নাছা’ৰ বিজ্ঞানীসকলৰ মতে এই ‘নৱজাতক ‘গ্ৰহৰ গঠন এতিয়াও সম্পূর্ণ হোৱা নাই।

ADVERTISEMENT

গ্ৰহটোৰ বক্ষত গেছ, ধূলিকণা, বৰফ আৰু শিলৰ বলয়ৰ মাজত এতিয়াও ঘূৰ্ণস্থলী আছে। নাছাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি পৃথিৱীৰ পৰা এই সদ্য আৱিষ্কৃত গ্ৰহৰ দূৰত্ব ৪৫০ আলোকবর্ষ। উল্লেখ্য যে এক আলোকবর্ষৰ অৰ্থ হ’ল পোহৰে প্ৰতি ছেকেণ্ডত তিনি লাখ কিলোমিটাৰ বেগত এবছৰত যিমান দূৰত্ব অতিক্ৰম কৰে, তাৰ মুঠ পৰিমাণ। এই সদ্য আৱিষ্কৃত গ্রহ সম্পর্কত ‘দ্য এষ্ট্র’ফিজিকেল জার্ণেল লেটাছ শীর্ষক পত্রিকাত গৱেষণাপত্র প্রকাশ হৈছে।

গ্ৰহটোৰ সাম্প্ৰতিক অৱস্থাই সৃষ্টিৰ সময়তপৃথিৱীৰ অৱস্থা কেনে আছিল তাৰো আভাস দিব পাৰে বুলি বিজ্ঞানীসকলে মত পোষণ কৰিছে গ্ৰহটো ঘূৰি থকাৰ ফলত তাৰ চাৰিওফালে এটা ফাঁকৰ সৃষ্টি হৈছে। এই ফাঁক লক্ষ্য কৰি বিজ্ঞানীসকলে গ্রহটো আৱিষ্কাৰ কৰিছে।

এই সম্পর্কত বিজ্ঞানী লুকাছ ছিয়েজাই কয় যে ইয়াৰ পূৰ্বে যিটো সর্বকনিষ্ঠ গ্ৰহৰ সন্ধান বিজ্ঞানীসকলে পাইছিল, সেই গ্ৰহটোৰ বয়স ৫০ লক্ষ বছৰ আছিল। অর্থাৎ এলিয়াছ-২০২৪ নি এই গ্ৰহণৰ তুলনাত তেনেই কম বয়সৰ। বিজ্ঞানীসকলৰ মতে, মহাকাশত ঘূর্ণীয়মান গেছ আৰু ধূলিকণাৰ বিশাল মেঘৰ ভিতৰত নক্ষত্ৰৰ জন্ম হয়। তাৰ পাছতে সেই নক্ষত্ৰক চাৰিওফালে বর্ধিত উপাদান বা যি অৱশিষ্ট ধূলি-মাকতি থাকে, সেইবোৰ লাহে লাহে একগোট হৈ এটা নির্দিষ্ট কক্ষপথ তৈয়াৰ কৰে। নিৰ্দিষ্ট নক্ষত্রক কেন্দ্র কৰি সেই কক্ষপথ তৈয়াৰ হয়। তাতে গ্ৰহৰ জন্ম হয়। অৱশ্যে এনে নৱজাত গ্ৰহৰ সন্ধান উলিওৱাটো সহজ নহয়।

কাৰণ এনে এক গ্রহক প্রচণ্ড ধূলিয়ে আগুৰি থাকে। তৎসত্ত্বেও বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ বহু গ্ৰহৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে। এই সম্পর্কত বিজ্ঞানীসকলৰ ব্যাখ্যা হ’ল যে যেতিয়া একোটা নতুন গ্রহই সংশ্লিষ্ট নক্ষত্ৰৰ ওচৰৰে পাৰ হয়, তেতিয়া সেই নক্ষত্ৰৰ পৰা পৃথিৱীলৈ অহা পোহৰৰ পৰিমাণ কিছু হ্রাস পায়। ফলত বিজ্ঞানীসকলে একোটা নতুন গ্রহ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়। এনেদৰে এই পর্যন্ত বিজ্ঞানী সকলে কমেও ছহেজাৰ গ্ৰহৰ সন্ধান পাবলৈ সক্ষম হৈছে। এইসমূহ গ্ৰহৰে সৰ্বকনিষ্ঠ হৈছে এলিয়াছ-২-২৪ বি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: latest newsNASAnew found baby planetPlanet Newssmashes record
publisher

publisher

Related Posts

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d