Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    SUMP প্ৰকল্পক লৈ চাৰি নৱেম্বৰৰ পৰা গেকুৰ পৰা ইটানগৰলৈ আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ শান্তিপূৰ্ণ পদযাত্ৰা

    প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান

    ৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ

    চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

    চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Horoscope

দিনটোৰ ৰাশিফল

publisher by publisher
October 8, 2026
in Horoscope
Reading Time: 1 min read
0
Today’s Horoscope:দিনটোৰ ৰাশিফল
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

দিনটোৰ ৰাশিফল:Daily Horoscope

দিনটোৰ ৰাশিফল: Daily Horoscope

দিনটোৰ ৰাশিফল

Horoscope: মেষ: দৈনন্দিন কাম-কাজৰ ক্ষেত্ৰত শুভ ফলদায়ক হ’ব। বিভিন্ন প্রতিকূল পৰিস্থিতিত বন্ধুৰ সহায় আশা কৰিব পাৰে। গুৰুত্বপূৰ্ণ কামত সমস্যা আহিব। শাৰীৰিক দিশত বিশেষ চিন্তা নাই যদিও ৰক্তজনিত ৰোগ থকা সকলোৰ বাবে সমস্যা আহিব পাৰে।

ADVERTISEMENT

বৃষ: দিনটো শুভভাবেই আৰম্ভ হ’ব যদিও মাজভাগৰ পৰা সাৱধানে থকা ভাল। হঠাৎ আঘাতপ্রাপ্তি, কাজিয়া-পেচাল আদিৰ যোগ দেখা যায়। ব্যৱসায়-বাণিজ্যত শুভ যদিও আজি নতুনকৈ অর্থ বিনিয়োগ নকৰিব। মানসিক অৱস্থা ভাল-বেয়াৰ মাজেৰে যাব। প্ৰেমত শুভ।

মিথুন: দৈনন্দিন কাম-কাজত ব্যাঘাত ঘটিব পাৰে। চুবুৰীয়াৰ লগত কাজিয়া -পেচালৰ সম্ভাৱনা দেখা যায়। সন্তানৰ মানসিক অৱস্থা ভালেৰে নাযাব। যান-বাহনৰ পৰা সতৰ্কতা অৱলম্বন কৰিব। ব্যৱসায়ত মধ্যম ফল।

কর্কট: শাৰীৰিক দিশত সতর্কতা অৱলম্বন আৱশ্যক। পুৰণি ৰোগত পুনৰায় আক্ৰান্ত হোৱাৰ সম্ভাৱনা দেখা যায়। দুচকীয়া যান-বাহনৰ পৰা সতর্কতা অৱলম্বন কৰিব। ব্যৱসায়-বাণিজ্যত ভবা মতে ফল নাপাব।

সিংহ: দৈনন্দিন কর্মত মধ্যম ফল। মানসিক অবস্থা ঠিকেই থাকিব যদিও শৰীৰে সকলো সময়ত সহযোগ নকৰিব। সন্তানসম্ভৱা মহিলাসকলে সাৱধানতা অৱলম্বন কৰিব। ব্যৱসায়-বাণিজ্যত শুভ যদিও অর্থ সঞ্চয় নহ’ব।

কন্যা: চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে। বুধৰ শুভপ্ৰভাৱত আয়ৰ পৰিমাণ কিছু হ’লেও বৃদ্ধি পাব। পুৰণি কোনো বেমাৰে আমনি কৰিব পাৰে। কোনো বেয়া সংবাদ প্রাপ্তিৰ ফলত মানসিক আঘাত পাব পাৰে।

তুলা: কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব। নতুন কোনো কামৰ প্ৰতি মন আকৃষ্ট হ’ব পাৰে। সন্তান লাভৰ যোগ। হঠাৎ দুৰ্ঘটনাৰ যোগ দেখা যায়। গতিকে সাৱধানেৰে চলাফুৰা কৰিব। প্ৰেমত সন্দেহৰ কাৰক।

বৃশ্চিক: ঘৰুৱা পৰিৱেশ বিশেষ ভাল বুলি ক’ব নোৱাৰি। পিতৃ-মাতৃৰ শৰীৰৰ কাৰণে চিন্তা থাকিব। ব্যৱসায়-বাণিজ্যত উন্নতিৰ যোগ। সন্তানৰ লগত মত বিৰোধ হ’ব পাৰে। দিনটোত আয়তকৈ ব্যয়ৰ মাত্রা। বৃদ্ধিৰ ফলত মানসিক উদ্বেগ দেখা দিব। বিদ্যার্থীৰ মধ্যম ফল।

ধনুঃ দৈনন্দিন কর্মত মধ্যম ফল। বহুদিনৰ মনৰ কোনো আশা পূৰণ হ’ব পাৰে। কোনো বিশ্বাসী লোকে বিশ্বাসঘাতকতা কৰাৰ সম্ভাৱনা আছে। আর্থিক দিশত সৰু-সুৰা বাধা আহিব পাৰে। হৃদৰোগীসকলে সাৱধানতা অৱলম্বন কৰিব। প্ৰেমত কাজিয়া-পেচালৰ সম্ভাৱনা। বিদ্যার্থীৰ শুভ।

মকৰ: কৰ্মক্ষেত্ৰত অশান্তি। অন্তিম মুহূর্তত গৈ গুৰুত্বপূৰ্ণ কামত ব্যাঘাত ঘটিব পাৰে। শাৰীৰিক অসুস্থতাৰ কাৰণে ডাক্তৰৰ পৰামৰ্শ ল’ব লগা হ’ব পাৰে। ওচৰ-চুবুৰীয়াৰ লগত মনোমালিন্য হ’ব পাৰে। ব্যৱসায়-বাণিজ্যত মধ্যম ফল।

কুম্ভ: কর্মক্ষেত্রত চলি অহা সমস্যাবোৰৰ সমাধান আশা কৰিব পাৰে। নিবনুৱা জাতক-জাতিকাৰ কৰ্ম প্ৰাপ্তিৰ যোগ দেখা যায়। দুর্ঘটনা আদিৰ ফলত ৰক্তপাতৰ যোগ দেখা যায়। গতিকে চলা-ফুৰাত সতর্কতা অৱলম্বন কৰিব। প্ৰাপ্য ধন প্রাপ্তিৰ যোগ। দিনটোত কিবা শুভ সংবাদ পাব পাৰে।

মীন: দৈনন্দিন কর্মত শুভ ফল। চাকৰিয়ালৰ উন্নতিৰ যোগ। নিবনুৱা জাতক-জাতিকা সকলৰ বাবে ভাল কিবা সুযোগ আহিব পাৰে। হিংস্র জীৱ-জন্তুৰ পৰা সতৰ্ক থাকিব। নিজৰ যোগ্যতাৰ প্ৰমাণ দেখুৱাব পাৰিব। শাৰীৰিক দিশত শুভ যদিও সৰু-সুৰা বেমাৰে আমনি দিব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Horoscope
publisher

publisher

Related Posts

Daily Horoscope:দিনটোৰ ৰাশিফল
Horoscope

Daily Horoscope:দিনটোৰ ৰাশিফল

November 3, 2026
Daily Horoscope:দিনটোৰ ৰাশিফল
Horoscope

Daily Horoscope:দিনটোৰ ৰাশিফল

November 2, 2026
Daily Horoscope:দিনটোৰ ৰাশিফল
Horoscope

Daily Horoscope:দিনটোৰ ৰাশিফল

October 31, 2026
Daily Horoscope:দিনটোৰ ৰাশিফল
Horoscope

Daily Horoscope:দিনটোৰ ৰাশিফল

October 30, 2026
Daily Horoscope: দিনটোৰ ৰাশিফল
Horoscope

Daily Horoscope: দিনটোৰ ৰাশিফল

October 29, 2026
দিনটোৰ ৰাশিফল:Daily Horoscope
Horoscope

Daily Horoscope:দিনটোৰ ৰাশিফল

October 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d