Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    SUMP প্ৰকল্পক লৈ চাৰি নৱেম্বৰৰ পৰা গেকুৰ পৰা ইটানগৰলৈ আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ শান্তিপূৰ্ণ পদযাত্ৰা

    প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান

    ৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ

    চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

    চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Horoscope

Daily Horoscope:দিনটোৰ ৰাশিফল

publisher by publisher
November 2, 2026
in Horoscope
Reading Time: 2 mins read
0
Daily Horoscope:দিনটোৰ ৰাশিফল
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Daily Horoscope:দিনটোৰ ৰাশিফল

Daily Horoscope:দিনটোৰ ৰাশিফল

Daily Horoscope:দিনটোৰ ৰাশিফল

Daily Horoscope:দিনটোৰ ৰাশিফল

মেষ: চাকৰি ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব, ব্যৱসায়-বাণিজ্যত শুভ। দিনটোত ব্যয়ৰ মাত্রা বৃদ্ধি পাব। নিবনুৱা জাতক-জাতিকাই চেষ্টাৰ ফল পাব। আজি নিৰামিষ আহাৰ কৰিব। শুভ ৰং ৰঙা।
বৃষ: কৰ্মত অস্থিৰতা। আত্মীয়ৰ লগত মতান্তৰ হ’ব পাৰে। অযথা চিন্তা বৃদ্ধি। বিদ্যার্থীৰ বাবে দিনটো শুভ ফলদায়ক। বগা গৰুৰ গাখীৰ শিৱ লিংগত ঢালিব। শুভ ৰং হালধীয়া
মিথুন: কর্মক্ষেত্রত মধ্যম ফলদায়ক। বিশেষ কাৰণে ঋণ ল’ব লগা হ’ব পাৰে। ব্যৱসায়-বাণিজ্যত মধ্যম ফল। সন্তানৰ কাৰণে পিতৃ-মাতৃৰ চিন্তা, প্ৰেম আৰু দাম্পত্যত কাজিয়া-পেচালৰ সম্ভাৱনা। চন্দনেৰে শিৱৰ পূজা অর্চনা কৰিব। শুভ ৰং বগা।
কর্কট: কর্মক্ষেত্রত সাফল্য লাভ। ব্যৱসায়-বাণিজ্যত মধ্যম। আর্থিক উন্নতিৰ যোগ। দাম্পত্যত শান্তি বজাই থাকিব। শৰীৰ বিশেষ ভাল নাযাব। গাখীৰৰ লগত ঘিউ মিহলাই শিৱ লিংগত ঢালিব। শুভ ৰং বগা।
সিংহ: কৰ্মক্ষেত্ৰত পৰিবৰ্তনৰ যোগ দেখা যায়। পুৰণি কামৰ সমাপ্তি আশা কৰিব পাৰে। দৈনন্দিন কর্মত খেলিমেলি দেখা দিব পাৰে। আর্থিক ক্ষতি হ’ব পাৰে। প্ৰেমত অশান্তি বৃদ্ধি। সিংহৰাশি জাতক-জাতিকাই গাখীৰৰ লগত গংগাপানী মিহলাই শিৱৰ মূৰত ঢালিব। শুভ ৰং হালধীয়া।
কন্যা: পাৰিবাৰিক ক্ষেত্ৰত শান্তি বজাই থাকিব। আর্থিক ক্ষেত্রত আশা কৰা মতে ফল নাপাব। পুৰণি সমস্যাৰ সমাধান হ’ব পাৰে। গোপন শত্রু সম্পর্কে সতর্ক থাকিব। উচ্চ ৰক্ত চাপজনিত ৰোগীসকলে সতর্কতা অৱলম্বন কৰিব। কন্যাৰাশিৰ জাতক-জাতিকাই গাখীৰৰ লগত মৌ মিহলাই শিৱৰ মূৰত ঢালিব। শুভ ৰং নীলা।
তুলা: কর্মক্ষেত্রত সম্মান বৃদ্ধিৰ যোগ। মনৰ গোপন কথা আনৰ আগত প্ৰকাশ কৰিলে ক্ষতি হ’ব পাৰে। নিজৰ ভুলত বিপদত পৰিব পাৰে। আর্থিক ক্ষেত্রত শুভ যদিও অধিক ব্যয়-বৃদ্ধিৰ ফলত মানসিক উদ্বেগ বৃদ্ধি পাব। শুভ ৰং ৰঙা।
বৃশ্চিক: পাৰিবাৰিক দিশত সন্মান বৃদ্ধি। কোনোবাই প্ৰতাৰণা কৰিব পাৰে। ব্যৱসায়-বাণিজ্যত বাধা থাকিব। আর্থিক দিশত ভাল ফল নাপাব। ঠিকাদাৰী ব্যৱসায়ত উন্নতিৰ যোগ। শুভ ৰং হালধীয়া।
ধনু: চাকৰিত সন্মান প্ৰাপ্তিৰ যোগ। মনৰ আশা ভংগ হ’ব পাৰে। প্ৰাপ্য ধন প্ৰাপ্তিৰ যোগ আছে। ঘৰত মাংগলিক অনুষ্ঠানৰ সম্ভাৱনা। ধনুৰাশিৰ জাতক-জাতিকাই শিৱ লিংগত গাখীৰ ঢালিক। শুভ ৰং গুলপীয়া।
মকৰ: পাৰিবাৰিক অশান্তিৰ কাৰণে কৰ্মত বাধা। নিজৰ ভুলৰ কাৰণে বিপদত পৰিব পাৰে। অযথা চিন্তাৰ ফলত শৰীৰ ক্ষতি হ’ব পাৰে। শুভ ৰং হালধীয়া।
কুম্ভ: অযথা বিবাদৰ ফলত দৈনন্দিন কৰ্মত ক্ষতি। মনৰ অৱস্থা বিশেষ ভালেৰে নাযাব। বিভিন্ন প্রতিকূল পৰিস্থিতিত বন্ধুৰ সহায় আশা কৰিব পাৰে। কুম্ভ ৰাশিৰ জাতক-জাতিকাই বেলপাতেৰে পূজা কৰিব। শুভ ৰং কমলা
মীন: কর্মক্ষেত্রত বাধা থাকিব। কিবা বিষয়লৈ পিতৃ-মাতৃৰ লগত মতবিৰোধ দেখা দিব পাৰে। মানসিক চঞ্চলতাৰ কাৰণে ক্ষতি। চাকৰি ক্ষেত্ৰত সহকৰ্মীৰ লগত মতানৈক্যই দেখা দিব। প্রেমত ভুল বুজাবুজি। শুভ ৰং নীলা।
#dailyhoroscope
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: daily Horoscope
publisher

publisher

Related Posts

Daily Horoscope:দিনটোৰ ৰাশিফল
Horoscope

Daily Horoscope:দিনটোৰ ৰাশিফল

November 3, 2026
Daily Horoscope:দিনটোৰ ৰাশিফল
Horoscope

Daily Horoscope:দিনটোৰ ৰাশিফল

October 31, 2026
Daily Horoscope:দিনটোৰ ৰাশিফল
Horoscope

Daily Horoscope:দিনটোৰ ৰাশিফল

October 30, 2026
Daily Horoscope: দিনটোৰ ৰাশিফল
Horoscope

Daily Horoscope: দিনটোৰ ৰাশিফল

October 29, 2026
দিনটোৰ ৰাশিফল:Daily Horoscope
Horoscope

Daily Horoscope:দিনটোৰ ৰাশিফল

October 28, 2026
দিনটোৰ ৰাশিফল:Daily Horoscope
Daily

দিনটোৰ ৰাশিফল:Daily Horoscope

October 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d