বকো ছোৱালী হাইস্কুল প্ৰাংগনত জিলা ভিত্তিত শিক্ষক-শিক্ষয়িত্ৰীক প্ৰশিক্ষণ
ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ উদ্যোগত কামৰূপ জিলাৰ ২৯১খন মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ একোগৰাকী শিক্ষক/শিক্ষয়িত্ৰীৰ উপস্থিতিত বকোত অনুষ্ঠিত হয় এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী। ...
Read more