Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পৃথিৱী অভিমুখে অগ্ৰসৰ মহাদৈত্যাকায় গ্ৰহাণু

হিৰোছিমাত বৰ্ষণ কৰা পৰমাণু বোমাৰ সম পৰিমাণৰ ৮০ হেজাৰটা বোমাৰ শক্তিসম্পন্ন

publisher by publisher
July 12, 2021
in News
Reading Time: 1 min read
0
পৃথিৱী অভিমুখে অগ্ৰসৰ মহাদৈত্যাকায় গ্ৰহাণু
7
SHARES
73
VIEWS
ShareShareShareShare

RelatedPosts

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

Elon Musk SpaceX Rocket Crashes in Moon: ইলন মাস্কৰ ৰকেটৰ আঘাতত ৬০ ফুটৰ গাঁত চন্দ্রপৃষ্ঠত

পৃথিৱী অভিমুখে ৰাওনা হৈছে প্ৰায় ৮.৫ কোটি অধিক ওজনৰ এটা মহাদৈত্যাকায় গ্ৰহাণু । আমেৰিকাৰ নিউয়ৰ্কৰ এম্পেয়াৰ ষ্টেট বিল্ডিঙৰ সমান উচ্চতাৰ এই গ্ৰহাণুটো প্ৰায় ডেৰ হেজাৰ ফুট দীঘল । অতি ভয়ংকৰ গতিবেগৰে ই পৃথিৱী অভিমুখে আহি আছে । বিজ্ঞানীসকলৰ আশংকা অনুসৰি, হিৰোছিমাত বৰ্ষণ কৰা পৰমাণু বোমাৰ স’তে ৮০ হেজাৰটা পৰমাণু বোমা একেলগে পৰিলে যি পৰিমাণৰ শক্তি সৃষ্টি হ’ব পাৰে, এই গ্ৰহাণুটোৱে সিমান শক্তিৰে পৃথিৱীত আঘাত হনাৰ আশংকা আছে । যিকোনো উপায়ৰে এই মহাপ্ৰলয়ৰ পৰা পৃথিৱীক ৰক্ষা কৰিবলৈ তৎপৰ হৈ উঠিছে আমেৰিকা আৰু ইউৰোপৰ দৰে চীনৰ বিজ্ঞানী মহলো ।

ADVERTISEMENT

ইতিমধ্যে মাৰ্কিন মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছাই এই বিষয়ত প্ৰয়োজনীয় অধ্যয়ন ব্যাপক কৰি তুলিছে । এইবাৰ চীনৰ মহাকাশ সংস্থা ‘চাইনা নেচনেল স্পেচ ছায়েন্স চেণ্টাৰ’ৰ বিজ্ঞানীয়ে পৃথিৱী অভিমুখে অগ্ৰসৰ হোৱা গ্ৰহাণুটোৰ অভিমুখে অন্য দিশলৈ ঘূৰাই পঠাবলৈ মহাকাশত ভয়াৱহ বিস্ফোৰণ ঘটোৱৰ উপায় উদ্ভাৱন কৰিলে । চীনৰ মহাকাশ বিজ্ঞানীয়ে এই গ্ৰহাণুৰ সম্ভাব্য আঘাতৰ পৰা ধৰাক ৰক্ষা কৰিবলৈ অতি শক্তিশালী আঢ়ৈ ডজন ৰকেট মহাকাশলৈ প্ৰেৰণৰ যো-জা চলাইছে ।

এই ৰকেটৰ জৰিয়তে মহাকাশত সংঘটিত কৰা হ’ব ভয়াবহ বিস্ফোৰণৰ । এই ৰকেটসমূহে এটাৰ পাছত আনটোৱে গ্ৰহাণুক লক্ষ্য হিচাপে লৈ মহাকাশলৈ ৰাওনা হ’ব । গ্ৰহাণুৰ গাত আঘাত হানি সংঘটিত কৰিব বিস্ফোৰণ । এই আঘাতেই গ্ৰহাণুটোৰ অভিমুখ সলনি কৰিব বুলি এক পৰিকল্পনা যুগুত কৰিছে চীনৰ মহাকাশ বিজ্ঞানীয়ে ।

চীনৰ বিজ্ঞানীৰ পৰিকল্পনা অনুসৰি, তেওঁলোকে তৈয়াৰ কৰা অত্যাধুনিক লং মাৰ্চ-৫ ৰকেটৰ ২৩টা ৰকেট মহাকাশলৈ প্ৰেৰণ কৰা হ’ব । এই প্ৰতিটো ৰকেটৰ ওজন ৯০০ মেট্ৰিকটন । চীনা গৱেষণকৰ এই বিষয়ক অধ্যয়নৰ গৱেষণাপত্ৰ প্ৰকাশ পালে আন্তৰ্জাতিক বিজ্ঞান গৱেষণা পত্ৰিকা ‘আইকাৰছ’ত ।

একেধৰণৰ পৰিকল্পনা গ্ৰহণ কৰিছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই । নাছাৰ বিজ্ঞানীয়ে ৩০ ফুট উচ্চতাৰ একাধিক মহাকাশযান প্ৰেৰণ কৰি পৃথিৱী অভিমুখে আহি থকা প্ৰকাণ্ড গ্ৰহাণুটোৰ ওপৰত বিশাল হাতুৰীৰ দৰে আঘাত হানিবলৈ পৰিকল্পনা যুগুত কৰিছে । সেয়েহে নাছাই এই পৰিকল্পনাৰ নাম ৰাখিছে ‘হামাৰ’ (হাতুৰী) । এই দৈত্যাকাৰ গ্ৰহাণু ‘বেন্নু’ৱে পৃথিৱীৰ কক্ষপথৰ ৭৫ লাখ কিলোমিটাৰ মাজেদি অহা ৫৪ৰ পৰা ৭৮ বছৰৰ ভিতৰত অগ্ৰসৰ হোৱাৰ কথা । অৰ্থাৎ ২১৭৫ বৰ্ষৰ পৰা ২১৯৯ বৰ্ষৰ ভিতৰত প্ৰকাণ্ড গ্ৰহাণুটোৱে পৃথিৱীক আঘাত কৰাৰ শংকা আছে বুলি বিজ্ঞানীসকলে তথ্য লাভ কৰিছে ।

যদিহে পৃথিৱীৰ কক্ষপথৰ কাষ চপাৰ ফলত কেনেবাকৈ গ্ৰহাণুৱে ধৰাপৃষ্ঠক আঘাত হানে, তেন্তে এক মহাপ্ৰলয় হ’ব পাৰে বুলি আশংকা বিজ্ঞানী সমাজৰ । কিয়নো গ্ৰহাণুৰ গতিবেগ আৰু কক্ষপথ অনেক সময়ত সলনি হ’ব পাৰে । নছাই ইতিমধ্যে এই গ্ৰহাণুৰ স’তে হ’ব পৰা পৃথিৱীৰ সংঘৰ্ষ প্ৰতিৰোধ কৰিবলৈ গৱেষণামূলক অধ্যয়ন অব্যাহত ৰাখিছে । অসংখ্য মহাকাশযান প্ৰেৰণ কৰি গ্ৰহাণুটোক আঘাত হানি ইয়াৰ অভিমুখ ওভতাই পঠাবলৈ নাছাৰ বিজ্ঞানীয়ে এক পৰিকল্পনা প্ৰস্তুত কৰিছে ।

শেহতীয়াভাৱে এই ক্ষেত্ৰত চীনৰ মহাকাশ বিজ্ঞানীয়েও নিজা পৰিকল্পনা যুগুত কৰিছে । চীনৰ বিজ্ঞানীয়ে প্ৰকাশ কৰা মতে, মহাকাশলৈ ২৩টা বিশাল আকৃতিৰ ৰকেট প্ৰেৰণ কৰা হ’ব আৰু এই ৰকেটৰ মহাকাশত মহাবিস্ফোৰণ সংঘটিত কৰি ‘বেন্নু’ গ্ৰহাণুৰ অভিমুখ ওভতাই পঠাবলৈ চেষ্টা চলোৱা হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NASANational Space Science Center
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d