Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

এটা দশকৰ ভিতৰতে চন্দ্রই মাতি আনিব ভয়াৱহ বান

কে’বা মাহলৈ তল যাব ভাৰত-আমেৰিকা আদি বহু দেশৰ ভূমি

publisher by publisher
July 15, 2021
in News, world
Reading Time: 1 min read
0
এটা দশকৰ ভিতৰতে চন্দ্রই মাতি আনিব ভয়াৱহ বান
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

Elon Musk SpaceX Rocket Crashes in Moon: ইলন মাস্কৰ ৰকেটৰ আঘাতত ৬০ ফুটৰ গাঁত চন্দ্রপৃষ্ঠত

আকাশৰ চন্দ্ৰটোলৈ দৃষ্টি নিক্ষেপ কৰিলে অধিকাংশ সময়তে মনটো মুকলি হৈ পৰে। এই সকলােৰে প্রিয় চন্দ্ৰটোৱেই আগন্তুক এটা দশকৰ ভিতৰতে পৃথিৱীলৈ কঢ়িয়াই আনিব ভয়ংকৰ বিপদ।

ADVERTISEMENT

পৃথিৱীক প্রদক্ষিণ কৰাৰ বাবে নিজৰ কক্ষপথেৰে থৰক-বৰক খােজেৰে আগবাঢ়ি যােৱাৰ বাবেই চন্দ্ৰটো আগন্তুক দিনত কেবাখনাে দেশৰ বাবে আতংকৰ কাৰণ হৈ পৰিব পাৰে। চন্দ্ৰটোৰ এই অৱস্থাৰ বাবেই এই শতিকাৰে তিনিৰ দশকত পৃথিৱীত সৃষ্টি হ’ব ভয়ংকৰ বান। সেয়াও আগন্তুক ১০ বছৰৰ ভিতৰতে।

সাগৰ-মহাসাগৰসমূহৰ জলস্তৰ অস্বাভাৱিকভাৱে ওপৰলৈ উঠি আহিয়েই মাতি আনিব এই ভয়ংকৰ বান, যি অতি সঘনাই আহিব। আনকি পানীৰ তলত কে’বা মাহ ধৰি থাকিবলগীয়া হ’ব পাৰে ভাৰত-আমেৰিকাসহ সাগৰৰ উপকূলৱর্তী বহু দেশৰ চহৰ, গ্রামাঞ্চল।

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এই উদ্বেগজনক খবৰ দিছে। নাছাৰ বিজ্ঞানীৰ এখন গৱেষণা পত্র সম্প্রতি আন্তর্জাতিক বিজ্ঞান গৱেষণা পত্রিকা ‘নেচাৰ ক্লাইমেট চেইঞ্জ’ত প্রকাশ পাইছে। গৱেষণা পত্ৰত কোৱা হৈছে যে নিজৰ কক্ষপথত সামান্য হাউলি পৰি চন্দ্ৰটোৱে পৃথিৱীক প্রদক্ষিণ কৰে আৰু নির্দিষ্ট সময়ৰ অন্তৰালত সেই হাউলি থকা অৱস্থাতে প্রায় থৰক- বৰক খােজেৰে আগবঢ়াৰ দৰে আগবাঢ়ি যােৱাৰ ফলতে চন্দ্ৰটো বিপদৰ কাৰণ হৈ উঠিব।

পৃথিৱীক প্রদক্ষিণৰ পথত চন্দ্ৰৰ প্রায় ১৮ বছৰ ছমাহৰ এটা চক্র আছে। অর্থাৎ সেই সময়ৰ অন্তৰালত চন্দ্ৰই এবাৰ পৃথিৱীৰ প্রদক্ষিণ সম্পূর্ণ কৰে। এই চাৰে ১৮ বছৰৰ অর্ধেক সময়ত চন্দ্ৰৰ বাবে পৃথিৱীৰ সকলাে সাগৰ-মহাসাগৰত জোৱাৰৰ পৰিমাণ আৰু প্রাবল্য ভাটাৰ তুলনাত অনেক বেছি হয়।

চক্ৰৰ বাকী সময়খিনি হয় ইয়াৰ বিপৰীত প্রতিক্রিয়া। অর্থাৎ পৃথিৱীৰ সকলাে সাগৰ-মহাসাগৰত ভাটাৰ পৰিমাণ আৰু প্রাবল্য জোৱাৰৰ তুলনাত বেছি হয়। নিজৰ কক্ষপথত চন্দ্ৰটো এতিয়া যি পৰ্যায়ত আছে, তাৰ ফলত পৃথিৱীৰ সকলাে সাগৰ- মহাসাগৰৰ ভাটাৰ পৰিমাণ আৰু প্রাবল্য জোৱাৰৰ তুলনাত সামান্য বেছি।

এই অৱস্থাটো এই শতিকাই তিনিৰ দশকত ভৰি দিয়াৰ লগে লগেই সলনি হৈ পৰিব। তেতিয়াই সৃষ্টি হ’ব ভয়ানক বানৰ সমস্যা। অৱশ্যে চন্দ্ৰৰ কক্ষপথত প্রদক্ষিণৰ সময়ত এনে ঘটনা পূর্বেও ঘটিছে; গতিকে এইবাৰ কিয় ভয়ানক বানে আমেৰিকাসহ সাগৰৰ উপকূলৱর্তী প্রায় সকলাে দেশলৈ কিয় বিপদ মাতি আনিব পাৰে বুলিও প্রশ্ন উঠিছে।

উল্লেখ্য যে সুদীর্ঘ উপকূল থকাৰ বাবে ভাৰতাে এনে বিপদৰ সন্মুখীন হােৱাৰ সম্ভাৱনাই প্ৰৱল। এই সন্দৰ্ভত নাছাৰ মুখ্য প্রশাসক বিল নেলছনে কয়,’ ইয়াৰ বাবে দায়ী হৈছে জলবায়ু পৰিৱৰ্তন, গােলকীয় উষ্ণতা আৰু সাগৰৰ জলস্তৰৰ দ্রুত উচ্চতা বৃদ্ধি। যি বিগত তিনিশ বছৰত ইতিমধ্যেই অভিলেখ সৃষ্টি কৰিছে। গােলকীয় উষ্ণতা চলিত হাৰত অটুট থাকিলে সাগৰৰ জলস্তৰ আৰু উঠি আহিব। লগতে যােগ হ’ব চন্দ্ৰৰ বাবে সৃষ্টি হােৱা জোৱাৰৰ পৰিমাণ আৰু প্রাবল্য বৃদ্ধি। তাৰ ফলতে আমেৰিকাসহ বিশ্বৰ প্রায় সকলাে সাগৰীয় উপকূলৱর্তী দেশৰ বৃহৎ অঞ্চলে বছৰৰ যথেষ্ট সময় পানীৰ তলত থাকিব লাগিব।’

নাছাই লগতে জনাইছে যে কেৱল আমেৰিকাৰেই উপকূলৱর্তী চহৰসমূহত তিনিৰ দশকত ভয়াৱহ বানৰ পৰিমাণ কমেও তিনিৰ পৰা চাৰি গুণ বৃদ্ধি পাব। অৱশ্যে তেনে বান সমগ্র বছৰতে নাথাকে। হ’ব বছৰৰ কেইটামান মাহত। তাৰ বাবেই মাৰাত্মকভাৱে ক্ষতিগ্রস্ত হ’ব স্বাভাৱিক জীৱন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bill NelsonNASA
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d