ADVERTISEMENT

Tag: Supreme Court

উচ্চতম ন্যায়ালয়ৰ দেশদ্ৰোহী আইন সাময়িক স্থগিতাদেশত বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

বুধবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে ৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দেশত দেশদ্ৰোহিতাৰ আইনখন সাময়িকভাৱে স্থগিত ৰাখিবলৈ নিৰ্দেশ ...

Read more

Marital Rape : বৈবাহিক ধৰ্ষণ গোচৰত ৰায়দান বিভক্ত দিল্লী উচ্চ ন্যায়ালয়ৰ,সিদ্ধান্ত ল’ব উচ্চতম ন্যায়ালয়ে ?

বৈবাহিক ধৰ্ষণৰ গোচৰৰ ৰায়ত বিভক্ত দিল্লী উচ্চ ন্যায়ালয়ৰ ডিভিছন বেঞ্চ।ন্যায়াধীশ ৰাজীৱ শকধৰৰ পৰ্যবেক্ষণ, ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ ধাৰাৰ অধীনত ধৰ্ষণ সম্পৰ্কীয় ...

Read more

Sedition Law paused : কেন্দ্র‌ই পুনর্বিবেচনা নকৰা পর্যন্ত ৰাষ্ট্রদ্রোহ আইন স্থগিত, ঐতিহাসিক নির্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা খালে কেন্দ্র‌ই । সম্প্ৰতি স্থগিত ৰখা হৈছে ৰাষ্ট্রদ্রোহ আইনৰ প্রয়োগ । মুখ্য ন্যায়াধীশ ডিভিছন বেঞ্চে জনাইছে, ...

Read more

উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল

একাংশ ৰাজ্যত হিন্দুসকলক সংখ্যালঘু মর্যাদা প্রদানৰ বিষয়টো পুনর্বিবেচনা কৰিব কেন্দ্রীয় চৰকাৰে। যিসমূহ ৰাজ্যত হিন্দু সম্প্রদায়ৰ বসবাস তুলনামূলকভাৱে কম, সেই ৰাজ্যসমূহৰ ...

Read more

Sedition Law : ৰাষ্ট্রদ্রোহ আইনৰ পুনর্বিবেচনা হ’ব, উচ্চতম ন্যায়ালয়ত হলফনামা মোদী চৰকাৰৰ

ৰাষ্ট্রদ্রোহ আইন সন্দৰ্ভত পুনর্বিবেচনা কৰিব কেন্দ্র‌ই । উচ্চতম ন্যায়ালয়ত জনালে মোদী চৰকাৰে । সোমবাৰে এটা হলফনামাযত কেন্দ্র‌ই শীৰ্ষ আদালতক কয়, ...

Read more

Sedition Law : ৰাষ্ট্রদ্রোহ আইন বাতিল নহয়, কিন্তু প্রয়োগত নিয়ন্ত্রণৰ প্রয়োজন, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্র‌ই

ৰাষ্ট্রদ্রোহ আইন বাতিলত সন্মতি নাই নৰেন্দ্র মোদী চৰকাৰৰ । বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এটর্নি জেনেৰেল কে কে বেণুগোপালে জনাইছে, ৰাষ্ট্রদ্রোহ আইনৰ ...

Read more

Supreme Court : বেচৰকাৰী চাকৰিত স্থানীয়ৰ বাবে ৭৫% আসন সংৰক্ষণ, জনালে উচ্চতম ন্যায়ালয়ে

বেচৰকাৰী খণ্ডত চাকৰিৰ ক্ষেত্রত স্থানীয়ৰ বাবে ৭৫ শতাংশ আসন সংৰক্ষণৰ আইন সম্প্ৰতি বাহাল থাকিব হৰিয়ানাত । পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ...

Read more

কৰ’নাত মৃতকৰ পৰিয়ালে ৩০ দিনৰ ভিতৰত লাভ কৰিব ৫০ হেজাৰ টকাৰ ক্ষতিপূৰণ,ন্যায়ালয়ৰ অনুমােদন

কৰ’না ভাইৰাছত আক্রান্ত হ’ল মৃত্যু হােৱা লােকৰ পৰিয়ালে ৫০ হেজাৰ টকাৰ ক্ষতিপূৰণ লাভ কৰিব। উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা ...

Read more

কামৰ অধিকাৰতকৈ জীৱনৰ মূল্য অধিক: ফটকা নিষেধাজ্ঞাক লৈ মত উচ্চতম ন্যায়ালয়ৰ

সম্প্রতি দেশত আতচবাজীত নিষেধাজ্ঞা আৰােপ বিষয়ক এক গােচৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। এই গােচৰৰ শুনানিত সর্বোচ্চ ন্যায়ালয়ে ক'লে যে ...

Read more

 অনাথ শিশুৰ শিক্ষা যাতে বাধাগ্ৰস্ত নহয়:ৰাজ্যক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ’না অতিমাৰীৰ ফলত যিসকল শিশুৰ অধ্যয়নত সমস্যাৰ সৃষ্টি হৈছে, তেওঁলােকৰ বিদ্যালয়ৰ মাচুল মাফ হওক। প্রয়ােজনত শিশুসকলৰ মাচুল অর্ধেক কৰা হওক। ...

Read more
Page 5 of 9 1 4 5 6 9