Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

    সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

46 Lakh as a Result of Trading Addiction:ট্রেডিং আসক্তিৰ পৰিণতিত বিটেক শিক্ষার্থীয়ে হেৰুৱালে ৪৬ লাখ টকা

publisher by publisher
June 27, 2024
in Crime, News
Reading Time: 2 mins read
0
46 Lakh as a Result of Trading Addiction:ট্রেডিং আসক্তিৰ পৰিণতিত বিটেক শিক্ষার্থীয়ে হেৰুৱালে ৪৬ লাখ টকা
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

46 Lakh as a Result of Trading Addiction:

শ্বেয়াৰ বজাৰৰ জৰিয়তে একাংশ বিনিয়োগকাৰীয় যথেষ্ট মুনাফা অর্জন কৰি আহিছে। কিন্তু একাংশ বিনিয়োগকাৰীয়ে শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰি বৃহৎ লোকচানৰ সন্মুখীনো হয়। ট্রেডিং অর্থাৎ শ্বেয়াৰ বজাৰত পুঁজি বিনিয়োগৰ আসক্তি কেতিয়াবা অতি ভয়াৱহ হ’ব পাৰে।

ADVERTISEMENT

এনে এক ঘটনাৰ তথ্য সম্প্রতি পোহৰলৈ আহিছে। এজন চাটার্ড একাউনটেন্টে সামাজিক মাধ্যমৰ জৰিয়তে সদৰী কৰা অনুসৰি, বিটেকৰ এজন শিক্ষার্থীয়ে ফিউচাৰ্ছ এণ্ড অপচনছ (এফএণ্ডঅ’)ত ৪৬ লাখ টকা হেৰুৱালে। চিএ ৰোচন আগৰৱালে এই তথ্য সদৰী কৰি ‘এক্স’ত উল্লেখ কৰা অনুসৰি, আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত বিটেক পাঠ্যক্রম অধ্যয়নৰত উক্ত যুৱকে তেওঁৰ উপাৰ্জন শূন্য বুলি ঘোষণা কৰিলে।

এফএণ্ডঅ’ৰ মাধ্যমৰে তেওঁ চলিত বৰ্ষত ২৬ লাখ টকাৰ লোকচান বহন কৰিছিল। আনহাতে, যোৱা বিত্তীয় বর্ষত ছাত্রজনে ট্রেডিঙত ২০ লাখ টকা হেৰুৱাইছিল। এইদৰে মুঠ ৪৬ লাখ টকা হেৰুৱালে ছাত্রজনে। ছাত্রজনে আগৰৱালৰ আগত প্ৰকাশ কৰা অনুসৰি, বিটেক তৃতীয়বৰ্ষত অধ্যয়নৰ বাবে তেওঁক অধিক ধনৰ প্রয়োজন হৈছিল আৰু উপাৰ্জনৰ বাবে শ্বেয়াৰ বজাৰৰ আশ্রয়লৈছিল। ট্রেডিঙৰ প্ৰতি তেওঁৰ যথেষ্ট আগ্রহ আছিল আৰু বন্ধু-বান্ধৱৰ পৰা ধন ধাৰলৈ লৈ পুঁজি বজাৰত বিনিয়োগ কৰিছিল।

তদুপৰি বেংক আৰু আন উৎসৰ পৰাও বৃহৎ পৰিমাণৰ ঋণ লৈ তেওঁ ট্রেডিঙত বিনিয়োগ কৰিছিল। কিন্তু ইয়াৰ পাছতো দুবছৰত ট্রেডিঙৰ জৰিয়তে তেওঁ ৪৬ লাখ টকা হেৰুৱালে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 46 Lakh LostB tech StudentTrading Addiction
publisher

publisher

Related Posts

আইফোনৰ আসক্তিয়ে ধাৰত পুতিছে ভাৰতৰ কোটি কোটি পৰিয়ালক
India

August 23, 2026
অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য
Assam

অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য

August 23, 2026
শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল
Assam

শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

August 23, 2026
সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!
India

সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

August 23, 2026
গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d