Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

হাতুৰীৰ কোৱত চূৰ্ণ বিচূৰ্ণ হৈ পৰিল ৰূপকোঁৱৰে নিৰ্মাণ কৰা জয়শ্ৰী চিনেমা হল

publisher by publisher
April 22, 2019
in News
Reading Time: 1 min read
0
হাতুৰীৰ কোৱত চূৰ্ণ বিচূৰ্ণ হৈ পৰিল ৰূপকোঁৱৰে নিৰ্মাণ কৰা জয়শ্ৰী চিনেমা হল
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

নগাঁও:ৰাজ্যৰ ঐতিহ্য সমূহ সংৰক্ষণ আৰু সংবৰ্ধন কৰাটো চৰকাৰৰ দায়িত্ব।কিন্তু জাতি মাটি ভেটিৰ শ্লোগান দিয়া ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনে এই ঐতিহ্য সমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ নকৰাৰ গুৰুতৰ অভিযোগ উল্থাপিত হৈছে।চৰকাৰৰ তেনে এক অৱহেলাৰ বাবেই অসমীয়া চলচ্চিত্ৰ জগতৰ বাটকটীয়া স্বৰূপ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত নগাঁও চহৰৰ মাজমজিয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা জয়শ্ৰী চিনেমা হল ব্যৱসায়ীৰ হাতুৰীৰ কোবত চুৰ্ণ-বিচূৰ্ণ হৈ পৰিল ।এনে এক ঐতিহ্য বহনকাৰী ভৱনৰ স্মৃতি নিচ্ছিন্ন হৈ পৰাত নগাঁৱৰ সচেতন মহল মৰ্মাহত হৈ পৰিছে।নগঞা ৰাইজে এই চিনেমা গৃহটো ঐতিহ্য ক্ষেত্ৰ গৃহ হিচাপে সংৰক্ষণ কৰাৰ বাবে অসম চৰকাৰ আৰু নগাঁও জিলা প্ৰশাসনক দাবী জনাইছিল যদিও চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে।১৯৩৮ত এই চিনেমা গৃহটো নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই।সেই সময়ত নগাঁৱৰ এজন ব্যৱসায়ীৰ পৰা লীজত লৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ঐতিহ্য বহনকাৰী এই চিনেমা হলটো তেওঁৰ বৰ জীয়ৰী জয়শ্ৰী নামেৰে নামাকৰণ কৰিছিল।এই চিনেমা হলটোতে ১৯৩৯ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় কথাছবি ইন্দ্ৰমালতী প্ৰদৰ্শন কৰা হৈছিল।পৰবৰ্তী সময়ত হলটো চোৱা চিতা কৰিছিল জ্যোতিপ্ৰসাদৰ ভাতৃ হৃদয়ানন্দ আগৰৱালাই।বহু কেইখন উচ্চ মানবিশিষ্ট অসমীয়া চিনেমা এই হলটোত প্ৰদৰ্শিত হৈছিল।কেইবছৰমান আগলৈকে চলি থকা এই চিনেমা গৃহটো বিভিন্ন কাৰণত বন্ধ হৈ পৰিছিল।পিছলৈ চিনেমা হলটো আৰু ভূমিৰ মালিকিস্বত্ব লাভ কৰে নগাঁৱৰ কোটিপতি ব্যৱসায়ী ধনপ্ৰদ ঘেৰাৱতে ।তেতিয়াই ব্যৱসায়ী জনে চিনেমা হলটো বন্ধ কৰি দিয়াৰ লগতে হলটো ভাঙি সেই স্থানত শ্বপিং মল স্থাপনৰ পৰিকল্পনা কৰে।বন্ধ হৈ থকা এই চিনেমা হলটো সংৰক্ষণৰ বাবে জনমত গঠনৰ উদ্দেশ্যে পাৰ্থজিত বৰুৱাই সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত লৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১১৫ সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি ২০১৮ৰ ১৭ জুনত এক সংবাদ মেল আয়োজন কৰি ব্যৱসায়ী জনে এই চিনেমা হলটো ভঙাৰ পৰিকল্পনা তীব্ৰ বিৰোধীতা কৰাৰ লগতে চিনেমা হলটো সংৰক্ষণ কৰাৰ বাবে দাবী তুলিছিল।অসমীয়া সংস্কৃতিৰ এই গৰাকী পুৰোধা ব্যক্তিৰ স্মৃতি দিৱস প্ৰতি বছৰে অসম চৰকাৰ আৰু অসম সাহিত্য সভাকে ধৰি অসমৰ বহু কেইটা জাতীয় সংগঠনে উদযাপন কৰি আহিছে যদিও এইগৰাকী পুৰোধা ব্যক্তিৰ স্মৃতি বিজড়িত নগাঁৱৰ জয়শ্ৰী চিনেমা হল ভাঙি পেলোৱাৰ চৰকা ,সাহিত্য সভা আদিৰ গা নলৰিল।সুধাকন্ঠ ড:ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত কলকতাৰ বাসভৱন আৰু সহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ উৰিষ্যাৰ সম্বৰপুৰৰ বাসভৱন সংৰক্ষণৰ বাবে অসম চৰকাৰে কিছু পদক্ষেপ গ্ৰহন কৰিছে যদিও ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত নগাঁৱৰ এই চিনেমা হলটো সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো অতি দুৰ্ভাগ্যজনক বিষয় হিচাপে চিহ্নিত হৈছে।ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ আগৰৱালাৰ স্মৃতি দিৱসত প্ৰশংসাৰে উপচাই পেলোৱা অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানে টু শব্দ এটা নকৰাত সচেতন মহলে সাহিত্য সভাক সমালোচনা কৰিছে।আনকি মাহদিয়েক পূৰ্বে নগাঁৱৰ দুটামান সংগঠনে জয়শ্ৰী চিনেমা হলৰ সন্মুখত প্ৰতিবাদ সাবস্ত কৰিছিল যদিও পৰৱৰ্তী সময়ত এই সংগঠন কেইটাৰ নীৰৱতাই ৰহস্যৰ সৃষ্টি কৰিছে।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d