Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

সৰভোগত উপ-কোষাগাৰৰ কাৰ্যালয় মুকলি:অচিৰেই পঞ্চাছখন বিছনাযুক্ত চিকিৎসালয় স্থাপনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

publisher by publisher
October 27, 2019
in News
Reading Time: 1 min read
0
সৰভোগত উপ-কোষাগাৰৰ কাৰ্যালয় মুকলি:অচিৰেই পঞ্চাছখন বিছনাযুক্ত চিকিৎসালয় স্থাপনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

অগ্ৰদূত বাৰ্তা, সৰভোগ, ২৭ অক্টোবৰ:বৰপেটা জিলাৰ সৰভোগৰ উত্তৰ গণকগাড়ীৰ ঐতিহ্যমণ্ডিত কালী পূজাৰ দ্বাৰ আজি সন্ধিয়া ৭ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে। পূজাৰ বন্তি প্ৰজ্জ্বলন তথা দ্বাৰ উন্মোচনৰ পিছত তেওঁ এক সভাত অংশগ্ৰহণ কৰে। সৰভোগৰ ঐতিহাসিক ভূমিত পদাৰ্পণ কৰি তেওঁ নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছে বুলি মন্তব্য কৰে। সৰভোগবাসী ৰাইজক সম্বোধন কৰি তেওঁ কয় যে, এইবাৰ তেওঁ শাৰদীয় পূজাৰ সময়ত সৰভোগ সমষ্টিৰ ৰাইজৰ লগতে কটায়। দুৰ্গা পূজাত বৰপেটাৰোডত আৰু কালী পূজাত সৰভোগত তেওঁ দেৱীৰ আশীৰ্বাদ লয়। ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে সৰভোগৰ বিধায়কৰ দক্ষতাক উচ্চ প্ৰশংসা কৰে আৰু সৰভোগবাসীক দুটা ভাল খবৰ প্ৰদান কৰে। ভাষণত তেওঁ ৬ নৱেম্বৰত সৰভোগত উপ-কোষাগাৰৰ কাৰ্যালয় বিত্ত মন্ত্ৰীয়ে উদ্বোধন কৰাৰ কথা আৰু পঞ্চাছখন বিছনাযুক্ত এখন চিকিৎসালয় সৰভোগত অচিৰেই মুকলি কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে, বৰাক-ব্ৰহ্মপুত্ৰৰ ৩৩ খন জিলাৰ সকলো জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ভাৱ জাগি উঠিলে সকলো অসূয়া-অশান্তি বিনাশ হৈ অসমত শান্তি প্ৰতিষ্ঠা হ’ব। তাৰ বাবে তেওঁ মা কালীৰ ওচৰত প্ৰাৰ্থনা জনাব। দীপাৱলীত জৈৱক সামগ্ৰী ব্যৱহাৰ কৰাৰ কথাও তেওঁ উল্লেখ কৰে। সৰভোগৰ গৰখীয়া গোসাঁই থান পৰিদৰ্শন কৰিও তেওঁ অভিভূত হয় বুলি জনায়। থানখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাই তেওঁক বিশেষভাৱে আকৃষ্ট কৰে। সভাত চেম্বাৰচ অৱ কমাৰ্চ, এডু কালচাৰেল পইন্ট সৰভোগ, বৰনগৰ মহিলা সাংস্কৃতিক গোষ্ঠী, বৰনগৰ মহাবিদ্যালয়, বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থা, বিজেপিৰ চকচকা ব্লক মণ্ডল সমিতিয়ে মুখ্যমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনায়। আজিৰ সভাত আদৰণী ভাষণ ৰাখে কালী পূজা উদযাপন সমিতিৰ সম্পাদক সম্পদ দাসে। সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি হিতেন্দ্ৰ কুমাৰ দাসে। সভাত উপস্থিত থকা বিধায়ক ৰঞ্জিত কুমাৰ দাসে কয় যে, সৰভোগৰ ঐতিহাসিক পূজা মণ্ডপত আজি পোনপ্ৰথমে ৰাজ্যখনৰ এগৰাকী মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছে। তেওঁ সভাত চিগনেচাৰ আঁচনিৰ কথা উল্লেখ কৰাৰ লগতে বৰনগৰৰ ৮০ শতাংশ বাট-পথ উন্নত হৈছে বুলি কয়। তদুপৰি তেওঁ বৰনগৰৰ শিপিনীসকলে শুৱালকুছিৰ দৰেই বয়ন শিল্পত আগবাঢ়ি গৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ বাবে তেওঁ যৎপৰোনাস্তি চেষ্টা চলাব বুলিও কয়। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামী, স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাস, বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰৱৰ্তী, বৰনগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিজেপিৰ বৰপেটা জিলা সমিতিৰ সভাপতি শংকৰ চন্দ্ৰ দাস, টিংখঙৰ বিধায়ক বিপুল বৰা আৰু আসাম পেট্ৰ’ কেমিকেল লিমিটেডৰ উপাধ্যক্ষ বিকুল ডেকা উপস্থিত থাকে। কালী পূজা উপলক্ষে মন্দিৰ প্ৰাংগনত হাজাৰ হাজাৰ লোকৰ সমাগম হয়। সভাত মুখ্যমন্ত্ৰীৰ সন্মুখত সৰভোগৰ ফেঁহুৰাখোৱাৰ শিপিনী মণিকা পাঠকে বই উলিওৱা মুগাৰ কাপোৰ এযোৰ প্ৰদৰ্শন কৰা হয়।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamChief MinisterSarbananda Sonowal
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d