Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

    সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কৰ’নাৰ আতংকত পৰিৱৰ্তন হ’ল আধুনিক সভ্যতাৰ ছবি

publisher by publisher
March 25, 2020
in News
0
কৰ’নাৰ আতংকত পৰিৱৰ্তন হ’ল আধুনিক সভ্যতাৰ ছবি
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

অৱশেষত হোৱাইট হাউছতে ট্রাম্পৰ বিলাসী বলৰূম নিৰ্মাণ আৰম্ভ

তেজপুৰৰ নগেন চন্দ্ৰ বৰাই গৰকিলে শতায়ু

ছেৱাগুৰিৰ ধনশিৰি নদীৰ পাৰত মাজনিশা অবৈধ বালি-পলস খননক লৈ উত্তেজনা

কৰ’নাৰ আতংকত পৰিৱৰ্তন হ’ল আধুনিক সভ্যতাৰ ছবিকলকাতা,২৪ মাৰ্চঃ কৰ’না ভাইৰাছৰ প্ৰকোপত সম্প্ৰতি বিশ্বৰ অধিকাংশ চহৰৰ বাসিন্দাসকল গৃহবন্দী হৈ আছে। ফলত অত্যাধুনিক চহৰসমূহৰ ৰাস্তা ঘাট আদিও খালী হৈ থকাৰ উপৰি পথত ঘূৰি ফুৰা গাড়ীৰ সংখ্যাও আঙুলিৰ মূৰত লেখিব পৰা ৷সমগ্ৰ বিশ্ববাসীয়েই এতিয়া কৰ’নাৰ আতংকৰ পৰিপেক্ষিতত বহুলাংশে হ্ৰাস পাইছে ব্যস্ততম চহৰসমূহৰ প্ৰদূষণৰ মাত্ৰা ৷একে সময়তে সলনি হৈ পৰিছে আধুনিক সভ্যতাৰ পৰিচিত ছবিখন ৷কৰ’নাৰ আতংকত এতিয়া মানুহ গৃহবন্দী হৈ থকাৰ পৰিৱৰ্তে সৰ্বত্ৰে মুক্ত বিচৰণ বন্যপ্ৰাণীৰ ।আনকি ব্যস্ত চহৰসমূহতো এতিয়া মুকলিমুৰীয়াকৈ বন্যপ্ৰাণীয়ে বিচৰণ কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ জাপানৰ নাৰা পাৰ্কৰ সংলগ্ন অঞ্চলৰ খালী ৰাস্তাত মুক্তমনে বিচৰণ কৰি আছে এজাক হৰিণাই ৷এই বিৰল প্ৰজাতিৰ ছিকা হৰিণাৰ বাসস্থান হৈছে জাপানৰ নাৰা বন্যপ্ৰাণী উদ্যান ৷দীৰ্ঘদিন ধৰি এইবিধ প্ৰাণী বন্যপ্ৰাণী উদ্যানখনত বসবাস কৰি আছে। এই মুক্ত বন্যপ্ৰাণী উদ্যানখন চাবলৈ অনেক পৰ্যটকৰ ভিৰ হয়। সম্প্ৰতি কৰ’নাৰ উপদ্ৰৱত জাপানৰ এই বন্যপ্ৰাণী উদ্যানখনো পৰ্যটকশূন্য হৈ পৰিছে ৷আনকি বন বিভাগৰ কৰ্মীসকলো গৃহবন্দী হৈ আছে ।এই পৰিস্থিতিতে ইয়াত থকা হৰিণাবোৰকো নিয়মিতৰূপে খাদ্য যোগান ধৰাটো বন্ধ হৈ পৰিছে ৷ সেয়ে খাদ্যৰ সন্ধানতে এতিয়া চহৰৰ পথসমূহত বিচৰণ কৰি ফুৰিছে ছিকা হৰিণাবোৰে ৷ইপিনে অনুৰূপ এক দৃশ্য পৰিলক্ষিত হৈছে কেলিফ’ৰ্নিয়াৰ পশ্চিম ওকলেণ্ডৰ বন্ধ বিদ্যালয়ৰ খেলপথাৰতো ।কৰ’না আতংকৰ বাবে বিদ্যালয় সম্প্ৰতি বন্ধ ৰখা হৈছে ।ইয়াৰ সুযোগতে স্কুলৰ খেলপথাৰত এতিয়া মুকলি মনেৰে ঘূৰি ফুৰিছে বনৰীয়া টাৰ্কি পক্ষীৰ দলে ৷সেইদৰে থাইলেণ্ডৰ লোপবুড়ি চহৰৰ বন্ধ বিদ্যালয়,শ্বপিংমলসমূহ এতিয়া জাক জাক বান্দৰৰ দখলত ।ইপিনে বিশ্বৰ বিশ্বৰ অতি ব্যস্ত চহৰৰসমূহৰ খালী ৰাস্তা ঘাটত এতিয়া প্ৰত্যক্ষ কৰা হৈছে অসংখ্য নাম নজনা পৰিভ্ৰমী চৰাই এইবোৰ দৃশ্য প্ৰত্যক্ষ কৰি কৰ’না আতংকৰ মাজতো বহুতৰে মনবোৰ কিছু ফৰকাল হৈছে ।প্ৰকৃতিক গড়ালত বন্দী কৰি ৰখা সভ্য সমাজখনে এতিয়া নিজেই চাৰি বেৰৰ ভিতৰত নিজকে আৱদ্ধ কৰি বন্দী হৈছে ৷ইয়াৰ বিপৰীতে ইমানদিনে গড়ালত বন্দী হৈ মুক্তিৰ পথ বিচাৰি থকা প্ৰাণীসমূহে এতিয়া লাভ কৰিছে সেই মুক্তিৰ স্বাদ ৷

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

অৱশেষত হোৱাইট হাউছতে ট্রাম্পৰ বিলাসী বলৰূম নিৰ্মাণ আৰম্ভ
International

অৱশেষত হোৱাইট হাউছতে ট্রাম্পৰ বিলাসী বলৰূম নিৰ্মাণ আৰম্ভ

August 23, 2026
তেজপুৰৰ নগেন চন্দ্ৰ বৰাই গৰকিলে শতায়ু
Assam

তেজপুৰৰ নগেন চন্দ্ৰ বৰাই গৰকিলে শতায়ু

August 23, 2026
ছেৱাগুৰিৰ ধনশিৰি নদীৰ পাৰত মাজনিশা অবৈধ বালি-পলস খননক লৈ উত্তেজনা
Assam

ছেৱাগুৰিৰ ধনশিৰি নদীৰ পাৰত মাজনিশা অবৈধ বালি-পলস খননক লৈ উত্তেজনা

August 23, 2026
নগালেণ্ডত খনিজ সম্পদৰ খনন-সৰবৰাহ অসমৰ লোকৰ দ্বাৰা হয়

ইথানলযুক্ত পেট্র’ল উৎপাদনৰ বাবে দেশত প্রতিদিনে চেনিৰ মূল্যবৃদ্ধি!
India

আইফোনৰ আসক্তিয়ে ধাৰত পুতিছে ভাৰতৰ কোটি কোটি পৰিয়ালক

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d