Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

দেশত নিবনুৱাৰ সংখ্যা বৃদ্ধি ২৩ শতাংশ

publisher by publisher
April 8, 2020
in COVID-19, News
Reading Time: 1 min read
0
Google

Google

1
SHARES
10
VIEWS
ShareShareShareShare

কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰু ইয়াৰ পাছত দেশজুৰি তলাবন্ধই ভাৰতীয় অৰ্থনীতিক গভীৰভাৱে ক্ষতি কৰিছে ৷অধিকাংশ প্ৰতিষ্ঠানে বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ ফলত দেশত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি আশংকা কৰা হৈছে ৷ইতিমধ্যে নিবনুৱা সমস্যাত ককবকাই থকা দেশত তলাবন্ধৰ ফলত এপ্ৰিলৰ প্ৰথম সপ্তাহত নিবনুৱাৰ হাৰ ২৩ শতাংশ হৈছে।

ADVERTISEMENT

চেন্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইকন’মি নামৰ মুম্বাইৰ এটা সংস্থাই এই তথ্য সদৰি কৰিছে ৷দেশত নিবনুৱাৰ হাৰ আৰু অৰ্থনীতিৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কীয় তথ্য সংগ্ৰহ,সমীক্ষা আৰু গৱেষণা কৰে এই সংস্থাটোৱে বেচৰকাৰী সংস্থাটোৱে ফোনেৰে ৯৪২৯ জনৰ স’তে বাৰ্তালাপ কৰে ৷সেই কথোপকথনৰ ভিত্তিত প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি যোৱা পাঁচ এপ্ৰিলত অন্ত পৰা সপ্তাহটোত নিবনুৱাৰ হাৰ আছিল ২৩.৪ শতাংশ ৷এই পৰিসংখ্যা চহৰাঞ্চলত সৰ্বাধিক ৷

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

চহৰাঞ্চলসমূহত নিবনুৱা বৃদ্ধি পাইছে ৩০.৯ শতাংশ ৷সংস্থাটোৰ মুৰব্বী মহেশ ব্যাসে কয় যে কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে তলাবন্ধৰ ফলতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তলাবন্ধৰ পৰৱৰ্তী পৰিস্থিতিৰ অধিক ভয়াৱহ হ’ব পাৰে ৷আনহাতে আন এক সংস্থাৰ ব্যাখ্যা অনুযায়ী নিৰ্দিষ্ট সময়ত নিৰ্ধাৰিত বয়সৰ ওপৰৰ কোনো লোক দৰমহাভোগী কামত বা ব্যক্তিগত উপাৰ্জন কামত নিযুক্ত হৈ নাথাকিলে তেওঁক কৰ্মহীন বা নিবনুৱা বুলি গণ্য কৰা হয় ৷চি এম আই ই নামৰ সংস্থাটোৰ মতে মাৰ্চত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে ৮.৭ শতাংশ।

বিগত জানুৱাৰীত এই সংখ্যা আছিল ৭.১৬ শতাংশ ৷চি ই আই এম নামৰ সংস্থাটোৱে বিভিন্ন প্ৰতিষ্ঠানৰ মুৰব্বীসকলৰ স’তে কৰা অনলাইন সমীক্ষাত লাভ কৰা তথ্য অনুসৰি বিভিন্ন প্ৰতিষ্ঠানৰ মুৰব্বীসকলৰ ৫২ শতাংশই পূৰ্বানুমান কৰিছে যে বৃহৎ পৰিমাণৰ কৰ্মহীনতাৰ সৃষ্টি হ’ব ৷বিভিন্ন খণ্ডৰ দুশজন মুখ্য কাৰ্যবাহী বিষয়াৰ স’তে কৰা অনলাইনৰ জৰীপৰ মতে ৪৭ শতাংশ প্ৰতিষ্ঠানৰ মুৰব্বীয়ে ১৫ শতাংশৰ চাকৰি কৰ্তন হ’ব বুলি পূৰ্বানুমান কৰিছে ৷৩২ শতাংশৰ মতে,১৫ ৰ পৰা ৩০ শতাংশই তলাবন্ধ খুলিলে চাকৰি হেৰুৱাব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamASSAM CORONA VIRUSASSAM FIGHTS CORONACovid-19INDIA FIGHTS CORONAVIRUSLockdown
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d