Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কোৱাৰেন্টাইন কেন্দ্ৰত ৰমজানৰ ৰোজাৰ সুবিধা,কোৰানসহ উপহাৰ প্ৰদান 

publisher by publisher
April 29, 2020
in COVID-19, News
Reading Time: 1 min read
0
কোৱাৰেন্টাইন কেন্দ্ৰত ৰমজানৰ ৰোজাৰ সুবিধা,কোৰানসহ উপহাৰ প্ৰদান 
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

তলাবন্ধৰ মাজতে যোৱা ২৫ এপ্ৰিলৰ পৰা আৰম্ভ হৈছেে ইছলাম  ধৰ্মালম্বীসকলৰ পবিত্ৰ ৰমজান ৷ ত্যাগ আৰু সংযমৰ প্ৰতীক ৰমজানৰ ৰোজা ৰখাটো ইছলাম ধৰ্মাৱলম্বীসকলৰ পৰম্পৰা ৷তাৰ বাবে তলাবন্ধৰ মাজতো বিশ্বশান্তি কামনাৰে ৰাজ্যৰ ইছলাম ধৰ্মালম্বী লোকসকলে ৰাখিছে ত্যাগ আৰু সংযমৰ প্ৰতীক ৰমজানৰ ৰোজা ৷এই ক্ষেত্ৰত ব্যক্তিক্ৰম নহয়,কৰ’না ভাইৰাছ প্ৰতিৰোধৰ স্বাৰ্থত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত থকা ইছলাম ধৰ্মৰ লোকসকল। কাৰণ তেওঁলোকে কোৱাৰেন্টাইন কেন্দ্ৰসমূহত থাকিয়েই ৰাখিছে ৰমজানৰ ৰোজা।
ইয়াৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা কৰি দিছে ৰাজ্য চৰকাৰে ৷ এই সন্দৰ্ভত দৈনিক অগ্ৰদূতৰ আগত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা সৰুসজাইস্থিত কোৱাৰেন্টাইন কেন্দ্ৰৰ তত্ত্বাৱধায়ক মুনীন বৰদলৈয়ে কয় যে যিসকল ইছলাম ধৰ্মৰ লোক কোৱাৰেন্টাইন কেন্দ্ৰত আছে তেওঁলোকৰ কাৰণে ৰোজা ৰখাৰ কাৰণে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কাৰণ পবিত্ৰ ৰমজানৰ ৰোজা ৰখা ইছলাম ধৰ্মালম্বী লোকসকলে দিনৰ দিনটো উপবাসে থাকে। নিৰ্ধাৰিত সময়ত ৰোজা ৰখা ব্যক্তিসকলে ২৪ ঘন্টাত মাত্ৰ দুবাৰ খাদ্য গ্ৰহণ কৰে ৷
ইয়াৰ বাবে ৰমজানৰ প্ৰথম দিনাৰ পৰাই ইফটাৰ আৰু চেহেৰীৰ নিৰ্ধাৰিত সময়ৰ পূৰ্বে ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিচৰা ধৰণে খাদ্য সম্ভাৰৰ যোগান ধৰা হৈছে ৷ ইয়াৰ কাৰণে কোৱাৰিন্টাইনত থকা লোকসকলৰ লগত আলোচনা কৰি প্ৰতিদিনে বিয়লি আপেল,আঙুৰ,কল,খেজুৰ,কিচমিচ,ঘুগুনি,ৰুটি,গাখীৰ,ফলৰ ৰস পানী আদি যোগান ধৰা হৈছে। একেদৰে চেহেৰীৰ কাৰণে ভাত ৰুটিৰ ব্যৱস্থা কৰা হৈছে ।যিসকল লোকে ৰমজানৰ ৰোজা ৰাখিব নোৱাৰে তেওঁলোকৰ কাৰণেও অন্যান্যসকলৰ লগতে খাদ্যৰ যোগান ধৰা হ’ব।
অৱশ্যে কোৱাৰেন্টাইন কেন্দ্ৰত থকা ইছলাম ধৰ্মালম্বী লোকসকলে বিচৰাধৰণে জিলা প্ৰশাসনৰ তৰফৰ পৰা ১০ খন কোৰান শ্বৰীফ উপহাৰ হিছাপে আগবঢ়োৱা হয়। লগতে সংশ্লিষ্ট লোকসকলক লুঙী,চেভিং ক্ৰীম,টুথ ব্ৰাছ,চাবোন,ছেভিং ব্লেডকে ধৰি অন্যান্য সা সামগ্ৰীৰো যোগান ধৰা হৈছে ।সৰু সজাইস্থিত কোৱাৰেন্টাইন কেন্দ্ৰত ৫৮ জন ইছলাম লোক আছে। ইয়াৰে ১৩ জনক যাবলৈ অনুমতি দিয়া হয়। একে ধৰণৰ মন্তব্য কৰে গোৱালপাৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই। ডেকাই কয় যে পবিত্ৰ ৰমজানৰ ৰোজা ৰখা সকলৰ কাৰণে সকলো ধৰণৰ সুবিধাৰ ব্যৱস্থা কৰা হৈছে ।গোৱালপাৰাৰ লগতে ধুবুৰী,হালাকুৰাস্থিত কোৱাৰেন্টাইনৰ লোকসকলৰ কাৰণেও প্ৰয়োজনীয় ফলমূলকে আদি কৰি অন্যান্য খাদ্য সম্ভাৰৰ যোগান ধৰা হৈছে ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM CORONA VIRUSCorona VirusCovid-19INDIA CORONA VIRUSlock down
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d