Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বলিউদৰ অভিনেতা অক্ষয় কুমাৰৰ এক কোটিৰ অনুদানেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাইলেণ্ড নিৰ্মাণৰ কাম আৰম্ভ

publisher by publisher
May 15, 2020
in News
Reading Time: 1 min read
0
বলিউদৰ অভিনেতা অক্ষয় কুমাৰৰ এক কোটিৰ অনুদানেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাইলেণ্ড নিৰ্মাণৰ কাম আৰম্ভ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

‘অসমৰ বান দেখি হৃদয় কঁপি উঠে…’ এনে এশাৰি বাক্যৰেই অসম তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিধ্বংসী বানত বন্যপ্ৰাণীৰ বিলাই বিপত্তিত সহমৰ্মিতা প্ৰকাশেৰে যোৱাবছৰ বানৰ সময়তে টুইটাৰযোগে এক বাৰ্তা প্ৰেৰণ কৰিছিল বলিউদৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰে ৷ ইয়াৰ পিছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তঃভাগৰ উন্নয়ন আৰু হাইলেণ্ড নিৰ্মাণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাতত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ প্ৰদান কৰিছিল এক কোটিৰ সাহায্য ৷ যোৱা ২০ ফ্ৰেব্ৰুৱাৰীত অভিনেতাগৰাকীয়ে তেওঁৰ মহানুভৱতা প্ৰকাশেৰে প্ৰদান কৰিছিল এই বৃহৎ পৰিমানৰ ধনৰাশি ৷ এই সাহায্যৰেই সমাগত বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈ দেশজুৰি হোৱা তলাবন্ধৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২৯৭ হেক্টৰ নৱ সংযোজিত ভূমিত চলিছে হাইলেণ্ডৰ নিৰ্মাণৰ কাম । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ অন্তৰ্গত ন- সংযোজিত বান্দৰডুবি অঞ্চলত বন বিভাগে চলাই আছে এই কাম ।

ADVERTISEMENT

উল্লেখ্য যে, ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত উচ্ছেদ কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী কলিয়াবৰৰ এই বৃহৎ বান্দৰডুবি গাওঁ । চৰকাৰৰ উচ্ছেদৰ পাছতে বান্দৰডুবি অঞ্চলৰ ভূমি ইতিমধ্যে চমজাই দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ হাতত । এই বান্দৰডুবি অঞ্চলতে উদ্যান কৰ্তৃপক্ষই বৰ্তমানে নিৰ্মাণ কৰি আছে হাইলেণ্ড । বলিউডৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃ গাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা এক কোটি টকাৰ পৰা ষোল্ল লাখ টকা ব্যয়ৰে প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কার্য আৰম্ভ হৈছে। ইয়াৰ মাজতে বান্দৰডুবিৰ ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক চমজাই দিয়াৰ ক্ষেত্ৰত স্থানীয় ৰাইজে প্ৰথমতে কিছু বিৰোধিতা কৰিছিল যদিও বৰ্তমান সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে ।

প্ৰাপ্ত তথ্য মতে এই হাইলেণ্ড নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতে ৰাষ্ট্ৰীয় উদ্যানখনৰ এই অঞ্চলটোৱে নতুন ৰূপ পোৱাৰ লগতে পৰ্যটন ক্ষেত্ৰতো আগবঢ়াব অৰিহণা ৷ হাইলেণ্ডৰ লগতে বনশিবিৰ উন্নিতকৰণকে ধৰি আন বহু আনুসাংগিক কামো কৰিব বনবিভাগে ৷ উল্লেখযোগ্য যে, যোৱাবছৰ বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১২টাকৈ বিশ্ববিখ্যাত এশিঙীয়া গঁড়সহ হৰিণাকে ধৰি মুঠ ১৪১ টা বন্যপ্ৰাণীয়ে কৰুণ মৃত্যুক সাৱটি লৈছিল ৷ বিলাই-বিপত্তি নোহোৱা হৈছিল বন্যকূলৰ ৷ এই দৃশ্য সংবাদ মাধ্যমৰ যোগেৰে প্ৰত্যক্ষ কৰিয়েই সহায় কৰিবলৈ আগবাঢ়ি আহিছিল বলিউদৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰ ৷

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে আনুষ্ঠানিকভাৱে পুনঃ সংযোজিত হৈছে ৩১৩ হেক্টৰ ভূমি ৷ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বাগৰি বনাঞ্চলৰ মুল ভূমিৰ লগত সংযোজিত হৈছে এই বৃহৎ পৰিমানৰ ভূমিভাগ ৷ আৰু এই ভূমিতেই বৰ্তমানে বলিউদৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰে প্ৰদান কৰা এক কোটি টকাৰ ভিতৰত ১৬ লাখ টকাৰে নিৰ্মাণ হৈছে হাইলেণ্ড ৷ উল্লেখ্য যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বান্দৰডুবিৰ ২৯৭ হেক্টৰ আৰু দেওচুৰৰ ১৬ হেক্টৰ ভুমিত থকা সন্দেহজনক আৰু বেদখলকাৰী লোকক উচ্ছেদ চলাইছিল চৰকাৰ প্ৰশাসনে ৷ উচ্ছেদকালত আৰক্ষীৰ গুলিত নিহত হৈছিল দুজনকৈ লোক ৷ কিন্তু উচ্ছেদৰ বহুদিন পাছতো এই ভূমি হস্তান্তৰ নকৰি যোৱা ১৩ মে’ তাৰিখে এই ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে প্ৰদান কৰে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াই ৷ উল্লেখযোগ্য যে, আনুষ্ঠানিক নথিপত্ৰ হস্তান্তৰৰ পূৰ্বেই এই স্থানত হাইলেণ্ডৰ নিৰ্মাণকাৰ্য চলি আহিছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamKaziranga National ParkLockdown
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d