Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মৰাণৰ কচুমাৰীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন

    জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

    Fan of Zubin:জুবিন গাৰ্গকভালপোৱাৰ অনন্য নিৰ্দশন দাঙি ধৰিলে শিৱসাগৰ এজন যুৱ

    Zuben Garg Tribute:মহানগৰীৰ পার্শ্বৱর্তী সেউজ পাহাৰৰে ঘেৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজি জুবিন দিৱসৰ তৃতীয় দিন

    Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

    CM Reaction:১৯ ছেপ্তেম্বৰৰ দিনটো জুবিন দিৱস ‘প্ৰসংগত মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

ভিয়েটনামৰ মন্দিৰৰ ভগ্নাৱশেষত উদ্ধাৰ হ’ল নৱম শতিকাৰ শিৱ লিংগ

publisher by publisher
May 31, 2020
in Uncategorized
Reading Time: 1 min read
0
ভিয়েটনামৰ মন্দিৰৰ ভগ্নাৱশেষত উদ্ধাৰ হ’ল নৱম শতিকাৰ শিৱ লিংগ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

ভিয়েটনামত ভয়ংকৰ জাহাজ দুৰ্ঘটনা !

ইন্ধন ভৰোৱাৰ সময়ত এয়াৰ ইণ্ডিয়াৰ বিমানত ধৰা পৰিল যান্ত্ৰিক বিসংগতি!

Facebook Post:ফেচবুকত প’ষ্ট কৰাৰ অপৰাধত ৩০ মাহৰ কাৰাদণ্ড সাংবাদিকৰ !

ভিয়েটনামৰ প্ৰাচীন মাই চন বা মি মন্দিৰ চৌহদৰ ভগ্নাৱশেষৰ মাজত উদ্ধাৰ কৰা হৈছে এটি নৱম শতিকাৰ শিৱ লিংগ ৷ ভাৰতীয় পুৰাতাত্বিক সমাজৰ দ্বাৰা চলোৱা খননত এই পুৰণি দৰ্শনটো উদ্ধাৰ হয় ৷ ভিয়েটনামৰ কুয়াং প্ৰদেশস্থিত এই প্ৰাচীন মন্দিৰটোৰ চৌহদত খননৰ লগতে চলাই থকা নিৰ্মাণৰ সময়তে ১১ শ বছৰ পুৰণি শিৱ লিংগটি উদ্ধাৰ হোৱাৰ কথা ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে এক টুইটযোগে জনাইছে । মি চেন হ’ল প্ৰাচীন হিন্দু মন্দিৰৰ শৃংখল । সেই স্থানত একেলগে থকা এক মন্দিৰ শৃংখলক চাম মন্দিৰ বুলি কোৱা হয় ৷ এই “চাম”শব্দটো আহিছে চম্পা”ৰ পৰা ৷ প্ৰাচীন কালত চম্পা নামেৰে জনা গৈছিল মধ্য আৰু দক্ষিণ ভিয়েটনামক ।

ADVERTISEMENT

দীৰ্ঘদিন ধৰি এই ভূখণ্ডৰ ওপৰত ভাৰতৰ প্ৰভাৱ আছিল ৷ পল্লৱ, ছোলসহ দক্ষিণ ভাৰতত সাম্ৰাজ্য স্থাপন কৰা বহু কেইটা ৰাজবংশৰ আছিল বিশাল নৌ বাহিনী ৷ এই নৌ বাহিনীৰ দ্বাৰাই দক্ষিণ পূব এছিয়াৰ ভূখণ্ডৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল ৰাজবংশকেইটাই । এনে ভূ খণ্ডৰ ভিতৰত চম্পাও আছিল অন্যতম । চতুৰ্থৰ পৰা চতুৰ্দশ শতিকা পৰ্যন্ত চম্পা আছিল দক্ষিণ ভাৰতৰ ৰাজবংশবিলাকৰ অধীনত । সেই সময়তে ভিয়েটনামত বহু মন্দিৰ স্থাপন কৰা হৈছিল ৷ ইয়াৰ ভিতৰত সৰহসংখ্যক মন্দিৰেই আছিল মহাদেৱ অথবা শিৱৰ। এই মন্দিৰসমূহত অনেক নামেৰে শিৱক আৰাধনা কৰা হয় । কিন্তু শিৱৰ সবাতোকৈ অধিক প্ৰচলিত নামটো হ’ল ভদ্ৰেশ্বৰ । ইণ্ডোনেছিয়াৰ বৰবুডুৰ স্তুপ তথা কম্বোডিয়াৰ আঙ্কোৰভাট মন্দিৰৰ লগত তুলনা কৰা হয় মি চেন মন্দিৰ শৃংখলক ।

ইউনেস্ক’ৰ ঐতিহ্য স্থানৰ তালিকাতো স্থান লাভ কৰিছে মি চেনৰ ঐতিহাসিক ক্ষেত্ৰই । ৰজা দ্বিতীয় ইন্দ্ৰ বৰ্মনৰ শাসনকালক চম্পা সাম্ৰাজ্যৰ স্বৰ্ণ যুগ হিচাপে গণ্য কৰা হয় ৷এই সময়ছোৱাত নিৰ্মাণ হৈছিল অধিকাংশ মন্দিৰৰ । ইয়াৰ পূৰ্বেও মি চেনৰ চাম মন্দিৰবিলাকত ছটা শিৱ লিংগ উদ্ধাৰ হৈছিল ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ভিয়েটনামৰ যুদ্ধৰ সময়তো ক্ষতিগ্ৰস্ত হয় বহু ঐতিহাসিক কীৰ্তি চিহ্নৰ ৷ ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ উদ্যোগত শেহতীয়াকৈ এই ক্ষেত্ৰত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে । দেশৰ বাহিৰত থকা ঐতিহ্য আৰু সাংস্কৃতিক চিহ্নবিলাকৰো সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ সেই উদ্যোগৰ অংশ হিচাপে শিৱ লিংগটো উদ্ধাৰ হয় । ইয়াৰ ফলত ভাৰতৰে দক্ষিণ পূব এছিয়াৰ বিভিন্ন দেশৰ প্ৰাচীন যুগত থকা সম্পৰ্কৰ এক নতুন যুগৰ সূচনা হ’ল বুলি মন্তব্য কৰিছে ইতিহাসবিদসকলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: VIETNAM
publisher

publisher

Related Posts

Zubeen Gamosa:জুবিনক্ষেত্ৰত মুল মণ্ডপত প্ৰদৰ্শন ৪৫০ ফুট দৈঘ্যৰ গামোচা
Uncategorized

September 17, 2026
Nagaon Bypolls: নগাঁও লোকসভাৰ উপ- নিৰ্বাচন , পাঁচ প্ৰাৰ্থীৰ মনোনয়ন দাখিল
Assam

September 16, 2026
Assam

September 15, 2026
ACS officer Nupur Bora:অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ACS নুপুৰ বৰাৰ
Uncategorized

ACS officer Nupur Bora:অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ACS নুপুৰ বৰাৰ

September 11, 2026
অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d